Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ গুৰুত্বপূৰ্ণ সংশোধনীত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

    Gujarat:গুজৰাটত গ্ৰেপ্তাৰ অসমৰ দুৰ্ধৰ্ষ জেহাদী

    Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

    Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

    Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

    SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

Horoscope:আজি দিনটো পাৰ হ’ব কিদৰে

publisher by publisher
December 19, 2024
in Horoscope
Reading Time: 1 min read
0
ৰাশিফল
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল:Daily Horoscope

দিনটোৰ ৰাশিফল: Daily Horoscope

দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৩। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। আজি টকা আনক ধাৰলৈ নিদিব। চাকৰিয়ালৰ শুভ। শিক্ষাৰ্থীৰ বাধা আছে। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব।

ADVERTISEMENT

বৃষ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫। পুৰণা মোকদমাত জয় হোৱাৰ আশা আছে। অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব। টকা-পইচাৰ অভাৱ পাব। প্ৰতিকাৰ- গৃহ লক্ষ্মীৰ আৰাধনা কৰিব। লো দান কৰিব পাৰে।

মিথুন: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭। ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। শিক্ষার্থীৰ শুভ। হাতলৈ টকা-পইচা আহিব। পৰি আঘাত পাব পাৰে। প্ৰতিকাৰ ঘৰৰ মূল দৰ্জাৰ ওচৰত এটা পাত্ৰত পানী ৰাখি তাত ফুল দি ৰাখিব।

কর্কট: শুভ ৰং ৰঙা। শুভ সংখ্যা ৬। বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব। শুভ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। প্ৰতিকাৰ-তুলসী তলত জল ঢালি ধূপ- চাকি জুলাই লক্ষ্মী নাৰায়ণক চিন্তা কৰিব।

সিংহ: শুভ ৰং গুলপীয়া। শুভ সংখ্যা-৮। আনক সহায় কৰি সন্মান পাব। চোৰ- ডকাইতৰ পৰা সাৱধান হ’ব। ঘৰৰ মূল্যবান সম্পত্তি হেৰাব পাৰে। অৰ্থৰ নাটনি হ’ব। প্ৰতিকাৰ ঘৰ পৰিষ্কাৰ কৰি গৃহ লক্ষ্মীক আৰাধনা কৰিব।

কন্যা: শুভ ৰং নীলা। শুভ সংখ্যা ৯। ব্যৱসায়ীৰ উন্নতিৰ যোগ। শত্ৰুৰ পৰা সাৱধান। খৰচ বাঢ়িব। অচিনাকি লোকৰ পৰা দূৰত থাকিব। প্ৰতিকাৰ- ঘিউৰ চাকি জুলাই তাত পাণৰ পিপলি এটা দি ৰাখিব।

তুলা: শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮। দুর্ঘটনা ঘটিব পাৰে। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। বিদ্যাত উন্নতি হ’ব। চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব। প্ৰতিকাৰ-শনি মন্দিৰত ধূপ-চাকি জ্বলাব।

বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ’ব। কর্মত নিযুক্তি হ’ব। প্ৰতিকাৰ- হনুমান মন্দিৰত ফল দিয়ক।

ধনু: শুভ ৰং নীলা। শুভ সংখ্যা ৭। দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীৰ শুভ। প্ৰতিকাৰ- ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষ্ণুৰ চৰণত দিব।

মকৰ: শুভ ৰং ৰঙা। সংখ্যা ৫। স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰতিকাৰ- সূর্য দেৱতাক স্মৰণ কৰক।

কুম্ভ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩। শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব। প্ৰতিকাৰ- মন শুদ্ধ কৰি গণেশ দেৱতাৰ চৰণ চিন্তা কৰক।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ২। আত্মীয়ৰ কাৰণে সমস্যাত পৰিব। সাংসাৰিক অশান্তি বাঢ়িব। সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে। হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব। প্ৰতিকাৰ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰি ডাল ধূপ চলাই সূর্য্যলৈ চাই পানী ঢালিব |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscope
publisher

publisher

Related Posts

Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল:Daily Horoscope

November 27, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 23, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 21, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 20, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল:Daily Horoscope

November 18, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d