Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bilasipara Police : পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত ক’লা দাগ !

publisher by publisher
January 11, 2025
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Bilasipara Police : পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত ক’লা দাগ !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Cm Reaction:দিল্লীৰ বিস্ফোৰণৰ পিছত অসমত ফেচবুকত সন্ত্রাসবাদীক সমর্থন জনাই আদৰণি জনোৱাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিক : মুখ্যমন্ত্রী

Bihpuria Incident: খাকী পোচাকত পুনৰ দাগ লগালে আৰু এজন আৰক্ষী জোৱানে

Bokakhat Incident:উগ্রপন্থী নোহোৱা সত্ত্বেও গুৱাহাটী-তেজপুৰ-লখিমপুৰত গ্ৰেণেড বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনাত ৰহস্য

Bilasipara Police:

পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত ক’লা দাগ সানিলে এজন আৰক্ষী কনিষ্টবলে | অবৈধ কাঠ কঢ়িয়াই নিয়া বাহন জব্দ কৰি মুকলি কৈ উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায়ী আৰু বাহনক | এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত |

ADVERTISEMENT

আৰক্ষী চকীটোত নিয়োজিত কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন ওৰফে বীৰেন মুকলি কৈ উৎকোচ সংগ্ৰহৰ ভিজুৱেল ভাইৰেল হৈ পৰা ঘটনাই লজ্জানত কৰিলে অসম আৰক্ষীক | জনহিত জন সেৱাৰ্থেৰ শপত বাক্য পাঠ কৰি অসম আৰক্ষীত নিয়োজিত নয়াহাট আৰক্ষী চকীৰ এই জন কনিষ্টবলৰ বিৰুদ্ধে কঠোৰ শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে |

উল্লেখ্য যে নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনে জব্দ কৰে এখন অবৈধ কাঠ ভৰ্তি টেম্পো |
পিছত অবৈধ কাঠ ব্যৱসায়ীৰ পৰা মুকলিকৈ উৎকোচ সংগ্ৰহৰ দৰ দাম চলায় | কনিষ্টবল জনৰ ভাষ্য বৰ ছাৰে নামানিব , পাঁচ হাজাৰ টকা দিব লাগিব | তাৰ পিছতে অবৈধ কাঠ ব্যৱসায়ীৰ পৰা ধন লোৱাৰ দৃশ্য ভাইৰেল হৈ পৰে | আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনৰ লগতে আৰক্ষী চকীৰ আন এগৰাকী কনিষ্টবল আতিফুৰ ৰহমানেও উৎকোচ সংগ্ৰহৰ দৰ দামত জড়িত থকা দেখিবলৈ পোৱা গৈছে |

আনহাতে বৰ ছাৰে পাঁচ হাজাৰ টকা বিছাৰিছে বুলি কনিষ্টবল বৰ্মনে প্ৰকাশ কৰা বৰ ছাৰ গৰাকী কোন ? এয়া আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ তদন্তত পোহৰলৈ আহিব | পিছে মুকলিকৈ উৎকোচ সংগ্ৰহ কৰা আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন তথা আতিফুৰ ৰহমানৰ কুকৰ্ম দৃষ্টি গোচৰ হ’বনে অসমৰ আৰক্ষী প্ৰধান জিপি সিঙ আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ ।আৰক্ষী কনিষ্টবল দুজনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদকে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police ConstableBribe Collection SceneDGP Assam
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d