Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

South Asia: দক্ষিণ এছিয়াৰ প্ৰথম সমলিংগ বিবাহত স্বীকৃতি থাইলেণ্ডৰ

দক্ষিণ এছিয়াৰ প্ৰথম সমলিংগ বিবাহত স্বীকৃতি থাইলেণ্ডৰ দক্ষিণ এছিয়াত প্ৰথম সমলিংগ বিবাহৰ আইনী স্বীকৃতি। ইতিহাস ৰচনা হ'ল থাইলেণ্ডত । ইয়াৰ পাছতে বৃহস্পতিবাৰে দেশত বহু সমলিংগ দম্পতী আবদ্ধ হয় বিবাহপাশত ।

publisher by publisher
January 24, 2025
in India, News
Reading Time: 1 min read
0
South Asia: দক্ষিণ এছিয়াৰ প্ৰথম সমলিংগ বিবাহত স্বীকৃতি থাইলেণ্ডৰ
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

 দক্ষিণ এছিয়াৰ প্ৰথম সমলিংগ বিবাহত স্বীকৃতি থাইলেণ্ডৰ
দক্ষিণ এছিয়াত প্ৰথম সমলিংগ বিবাহৰ আইনী স্বীকৃতি। ইতিহাস ৰচনা হ’ল থাইলেণ্ডত । ইয়াৰ পাছতে বৃহস্পতিবাৰে দেশত বহু সমলিংগ দম্পতী আবদ্ধ হয় বিবাহপাশত ।

দেশখনৰ ‘বেংকক প্ৰাইড’ নামৰ সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, তেওঁলোকৰ স’তে স্থানীয় প্ৰশাসনৰ যৌথ আয়োজনত দুশৰো অধিক দম্পতী বিবাহপাশত আবদ্ধ হয় ।

ADVERTISEMENT

দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত ব্যক্তিগত সমলিংগ বিবাহ আইন আইনত পৰিণত হয়। ভাৰতৰ দৰেই সেই দেশৰ মূল প্ৰশ্নটো আছিল সমলিংগ বিবাহক সাধাৰণ জনতাই কেনেকৈ গ্ৰহণ কৰিব।

ইয়াৰ মাজতে যোৱা জুন মাহত থাইলেণ্ডৰ চিনেটে সমকামী বিবাহক বৈধতা প্ৰদান কৰে। চিনেটৰ ১৫২ জন সদস্যৰ ভিতৰত ১৩০ জনে বিবাহৰ এক পৃথক প্ৰকাৰৰ সপক্ষে ভোট দিছিল আৰু চাৰিজনে বিৰোধিতা কৰিছিল আৰু ইয়াৰ বিপৰীতে ১৮ জন সদস্যই ভোটত অংশগ্ৰহণ কৰা নাছিল।

ইয়াৰ পাছত ৰজা মহা ভাজিৰালোংকৰ্ণৰ স্বাক্ষৰ। অৱশেষত ইয়াক সম্পূৰ্ণৰূপে স্বীকৃতি দিয়া হয় । বিবাহ সম্পৰ্কীয় এই ঐতিহাসিক বিধেয়কখনত উল্লেখ কৰা হয় যে এজন ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিক বিয়া কৰাব পাৰে।

তেওঁলোকক ইয়াৰ বাবে কোনো অধিকাৰৰ পৰা বঞ্চিত কৰা নহয় ।অৱশ্যে, স্বামী- স্ত্ৰী বুলি কাকো চিনাক্ত কৰা নহয় ।

ইয়াৰ পৰিৱৰ্তে, ইয়াক ‘বিবাহ সঙ্গী’ বা ‘বিবাহিত সঙ্গী’ বুলি কোৱা হ’ব। আনহাতে, বিবাহৰ ক্ষেত্ৰত, পুৰুষ বা মহিলা নহয়, ইন্দিভিযুৱেল বা স্বতন্ত্ৰ ব্যক্তি বুলি কোৱা হ’ব।

এই স্বীকৃতিক “ঐতিহাসিক” বুলি মন্তব্য থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাইটংটাৰ্ণ চিনাৱাট্ৰাইৰ। তেওঁ কয়, “এই আইনে লিংগ বৈচিত্ৰ্যৰ বিষয়ে এক বৃহত্তৰ জনসজাগতা আৰম্ভ কৰিব। যৌন সঙ্গী বাছনি, জাতি, ধৰ্ম নিৰ্বিশেষে, আমি সকলোকে গ্ৰহণ কৰোঁ। সকলোৱে সমান অধিকাৰ আৰু সমান মৰ্যাদাৰ যোগ্য। ”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d