Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Nail House In Jinxi:ঘৰৰ চৌপাশ ঘেৰি নিৰ্মাণ কৰিলে দুমহীয়া ঘৰৰ উচ্চতাৰ ওখ এক্সপ্ৰেছৱে

চৰকাৰে দিয়া দুই কোটি নল'লে , আঁতৰিও নগ'ল বৃদ্ধ,চীনত ওলাল আৰু এজন ' নেইল হাউছ'ৰ গৰাকী !

publisher by publisher
February 4, 2025
in International, News
Reading Time: 2 mins read
0
Nail House In Jinxi:ঘৰৰ চৌপাশ ঘেৰি নিৰ্মাণ কৰিলে দুমহীয়া ঘৰৰ উচ্চতাৰ ওখ এক্সপ্ৰেছৱে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

চৰকাৰে দিয়া দুই কোটি নল’লে , আঁতৰিও নগ’ল বৃদ্ধ : চীনত ওলাল আৰু এজন ‘ নেইল হাউছ’ৰ গৰাকী !

দক্ষিণ চীন সাগৰত সামৰিক অনুশীলন চীনৰ সেনাৰ

Nail House In Jinxi:

চীনত আৰু এজন নখৰ ঘৰৰ গৰাকী (নেইল হাউছ অ’নাৰ) ওলাল । জিনক্সিত নির্মীয়মাণ অৱস্থাত থকা ঘাইপথ (এক্সপ্ৰেছৱে)ৰ মাজত এটা আচহুৱা দুমহলীয়া ঘৰৰ ফটো শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ADVERTISEMENT

পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে দিনটোৰ ২৪ ঘণ্টাই ঘৰটোৰ চৌপাশে তীব্ৰ গতিৰে যানবাহনে চলাচল কৰাৰ সম্ভাৱনা আছে । পথৰ মাজৰ এই ঘৰটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। জিনক্সিৰ পথৰ মাজত এই ঘৰ অৱস্থিত হোৱাৰ কাৰণ আছে। প্রাপ্ত তথ্য অনুসৰি, এই আচহুৱা ঘৰটোৰ গৰাকী হ’ল হুৱাং পিং নামৰ এজন প্রৌড় ব্যক্তি।

পূৰ্বে পিঙৰ ঘৰকঘেৰি এনে ৰাজপথ নাছিল। শেহতীয়াভাৱেহে চৰকাৰে অঞ্চলটোত এটা উন্নত ঘাইপথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰে ।এই পথ নিৰ্মাণৰ বাবে পিঙৰ ভূমিও চৰকাৰে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ বাবদ চৰকাৰে তেওঁক ক্ষতিপূৰ্ণৰূপে এক লাখ ৮০ হেজাৰ পাউণ্ড অর্থাৎ প্রায় দুই কোটি টকা আগবঢ়ায় ৷ অৱশ্যে এই ক্ষতিপূৰণৰ ধন গ্ৰহণ কৰিবলৈ পিঙে অস্বীকাৰ কৰে আৰু তেওঁ নিজ ঘৰ এৰি আঁতৰি যাবলৈও অনিচ্ছা প্ৰকাশ কৰে।

নিজৰ সিদ্ধান্তক লৈ তেওঁ আঁকোৰগোঁজ স্থিতি গ্ৰহণ কৰে ৷ আনকি চৰকাৰী বিষয়াবৰ্গই বুজনি দিয়ে যদিও তেওঁ ক্ষতিপূৰণ গ্ৰহণ কৰি আঁতৰি যাবলৈ অস্বীকাৰ কৰে। তেওঁক বুজনি দি দি এটা সময়ত ভাগৰি পৰে চৰকাৰী বিষয়াবর্গ। সেয়েহে অৱশেষত পিঙৰ ঘৰৰ চৌপাশে ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। তাৰ পাছতো নিজৰ সিদ্ধান্ত সলনি নকৰাবৃদ্ধজনে নাতিয়েকৰ স’তে আগৰ দৰেই ঘৰত বাস কৰিবলৈ লয়। অৱশ্যে তেওঁৰ যে এই সিদ্ধান্ত ভুল আছিল সেয়া দিন বাগৰাৰ লগে লগে পিঙে মর্মে মর্মে উপলব্ধি কৰে । কাৰণ পথ নিৰ্মাণৰ বাবে মাটি, শিল, বালি আদি পেলোৱা শব্দত ক্ৰমে অতিষ্ঠ হ’বলৈ ধৰে বৃদ্ধজন।

তাতেই তেওঁৰ সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনাও ক্ষীণ। কাৰণ পিঙৰ ঘৰৰ মুধচৰ সমান ওখকৈ নিৰ্মাণ কৰা এই পথেৰে দিনে-নিশাই দ্রুতবেগী যানবাহনে চলাচল কৰাৰ সম্ভাৱনা আছে।

তেনে অৱস্থাত তেওঁ গাড়ীৰ শব্দৰ বাবে নিশাও টোপনি মাৰিব নোৱাৰিব পাৰে। ইতিমধ্যে পিঙে নিজৰ আঁকোৰগোঁজালি যে ভুল আছিল সেই কথা স্বীকাৰ কৰিছে। ১১ বছৰীয়া নাতিনীয়েকৰ স’তে ঘৰটোত বাস কৰা বৃদ্ধজনে কৃতকৰ্মক লৈ অনুশোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘এই এক্সপ্ৰেছৱে মুকলি হ’লে কি অৱস্থা হ’ব ভয় লাগিছে। চৰকাৰে মোৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছিল, সেয়া সঠিক আছিল বুলি অনুভৱ হৈছে। যি ঘটি গ’ল মই আৰু তাক ওভতাই আনিব নোৱাৰো। ম‍ই ক্ষতিপূৰণৰ ধন গ্ৰহণ কৰি তেওঁলোকৰ সিদ্ধান্ত মানি ল’ব লাগিছিল। এতিয়া মোৰ অনুভৱ হৈছে যেন মই এক ডাঙৰ সুযোগ হেৰুৱালো।’

পিঙৰ ঘৰৰ চৌপাশেৰে যোৱা এই এক্সপ্ৰেছৱে দুটা লেনযুক্ত। আনহাতে, এই ঘৰৰ ফটো সামাজিক মাধ্যমত কোনো লোকে প্ৰচাৰ কৰাৰ পাছৰে পৰা নিতৌ পিঙৰ ঘৰৰ ওচৰত বহু লোকে ভিৰ কৰিবলৈ লৈছে।

এই লোকসকলৰ উদ্দেশ্য হৈছে ঘৰটো নিজ চকুৰে চোৱা আৰু ফটো তোলা। আনকি একাংশ লোকে পিঙক চীনৰ শক্তিশালী নখ থকা ঘৰৰ গৰাকী (ষ্টং নেইল হাউছ অ’নাৰ) আখ্যা দিবলৈও লৈছে। চীনত ‘স্ট্রং নেইল হাউছ অ’নাৰ’ কথাষাৰে চৰকাৰী উন্নয়নমূলক কামৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে থিয় দিয়া ঘৰৰ গৰাকীক বুজোৱা হয় ৷

চীনত পিঙৰ লেখীয়া আন একাংশ লোকো আছে। এই লোকসকলৰ ঘৰো শিল, বালি আদিয়ে ঘেৰি ধৰা দেখা গৈছে। নিজৰ গৃহ সংৰক্ষণৰ উদ্দেশ্যে এই ঘৰসমূহৰ গৰাকীসকলে গগনচুম্বী এই অট্টালিকা বা সুউচ্চ শ্বপিংমল বা পথ নিৰ্মাণত একপ্ৰকাৰ বাধা দিয়ে।

উল্লেখ্য যে ২০১৭লৈ চীনৰ ছাংহাইত ৰাজপথৰ মাজত এনে এটা গৃহ (নেইল হাউছ) আছিল। এই ঘৰটোৱে ১৪ বছৰ ধৰি ৰাজপথত তীব্র যানজট সৃষ্টি কৰি আছিল। অৱশেষত চৰকাৰে ঘৰটো ভাঙি পেলায়।

ইয়াৰ পূৰ্বে ২০০৩ৰ পৰা ঘৰটোৰ বাসিন্দাসকলে উপযুক্ত ক্ষতিপূৰ্ণ নোপোৱাৰ যুক্তি দি ঘৰটো ভাঙিবলৈ দিয়া নাছিল । অৱশ্যে মূৰকত তেওঁলোকে প্রায় চাৰে তিনি কোটি টকা ক্ষতিপূৰণ লৈ ঘৰ এৰি আঁতৰি যায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JinxiMost Stubborn Nail HouseOwner Regrets Not SellingSouth China
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d