Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Anti Hijab Protest : প্রথমবাৰ হিজাব বিৰোধী আন্দোলনকাৰীক মৃত্যুদণ্ড ইৰানত

publisher by publisher
December 8, 2022
in Crime, International, News
Reading Time: 3 mins read
0
Anti Hijab Protest : প্রথমবাৰ হিজাব বিৰোধী আন্দোলনকাৰীক মৃত্যুদণ্ড ইৰানত
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

Anti Hijab Protest :

হিজাব বিৰোধী আন্দোলনত (Anti Hijab Protest) অংশগ্ৰহণ কৰাৰ ‘অপৰাধ’ত প্রতিবাদীসকলক মৃত্যুদণ্ডৰ আদেশ দিছিল ইৰানৰ (Iran) প্রশাসনে । এইবাৰ সেই আদেশ কার্যকৰ কৰিলে সেই দেশৰ মৌলবাদী শাসকসকলে ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা মহছিন শ্বেকাৰি নামে এজন লোকক ফাঁচী দিয়া হৈছে । দেশৰ মানৱাধিকাৰ সংস্থাসমূহৰ দাবী, বিচাৰ প্রক্রিয়া অবিহনেই মহছিনক দোষী সাব্যস্ত কৰা হৈছে ।

ADVERTISEMENT

ইৰানৰ আদালতৰ দাবী, ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছে লোকজনে । সেয়ে তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছে ।

বিগত দুমাহ ধৰি হিজাব বিৰোধী আন্দোলনত উত্তপ্ত হৈ আছে ইৰান । আৰক্ষীসহ অন্যান্য নিৰাপত্তাৰক্ষীসকলৰ স’তে সংঘর্ষত জড়িত হৈ পৰিছে আন্দোলনকাৰীসকল ।

মহছিনৰ বিৰুদ্ধে অভিযোগ, ৰাজধানী তেহৰানৰ পথত অৱৰোধ কৰি প্রতিবাদ কৰিছিল তেওঁ । লগতে অৰ্ধ-সামৰিক বাহিনীৰ এজনক আক্রমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইৰানৰ আদালতে জনাইছে, হিজাব পৰাৰ প্রতিবাদ কৰি প্ৰকৃততে ঈশ্বৰৰ বিৰুদ্ধে অন্যায় কৰিছে মহছিন । সেই অপৰাধতেই তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়া হয় । বৃহস্পতিবাৰে পুৱা সেই আদেশ কার্যকৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

এনে ঘটনাত শংকিত হৈ পৰিছে ইৰানৰ মানৱাধিকাৰ সংগঠনবোৰ । তেওঁলোকৰ মতে, এইবাৰ প্রত্যেকদিনে হিজাব বিৰোধীসকলৰ মৃত্যুদণ্ডৰ আদেশ কার্যকৰ কৰিব ইৰানৰ প্রশাসনে ।

অতি শীঘ্ৰে আন্তর্জাতিক হস্তক্ষেপ নহ’লে ইৰানৰ দমননীতি অধিক তীব্ৰতৰ হ’ব বুলি তেওঁলোকৰ অনুমান ।

আনহাতে, ইৰানৰ তৰফৰ পৰা চৰকাৰীভাৱে ১১ জনক মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছে । প্রচুৰ সংখ্যক আন্দোলনকাৰীক কাৰাদণ্ডৰ শাস্তিও বিহা হৈছে । বিচাৰব্যৱস্থাক কার্যত প্রহসনত পৰিণত কৰা হৈছে । আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকেই আন্দোলনকাৰীসকলক দোষী সাব্যস্ত কৰা হৈছ ।

হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষী হেফাজতত মৃত্যু হয় ইৰানৰ যুৱতী মাহসা আমিনিৰ । ইয়াৰ পাছতেই বিক্ষোভ আৰম্ভ হয় সমগ্ৰ ইৰাত ।

শেষ পৰিসংখ্যা অনুযায়ী, এই পর্যন্ত হিজাব বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰাৰ বাবে প্ৰায় তিনশৰো অধিক প্রতিবাদী হত্যা কৰিছে সেই দেশৰ প্রশাসনে । প্রায় ১৫০০০ প্রতিবাদীক নানা অভিযোগত আটক কৰা হৈছে ।

সমগ্ৰ বিশ্বৰ মানুহে ইৰানৰ বিক্ষোভকাৰীসকলক সমর্থন জনাইছে, তৎস্বত্ত্বেও কঠোৰ নীতিত আঁকোৰগোঁজ মৌলবাদী প্রশাসন । শত বিপদৰ শংকাক গুৰুত্ব নিদি এতিয়াও প্রতিবাদ অব্যাহত ৰাখিছে ইৰানৰ জনসাধাৰণে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti Hijab ProtestDeath PenaltyIranMahsin Sekari
publisher

publisher

Related Posts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d