Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দীৰ্ঘতম নদী দলঙৰ আধাৰশিলা স্থাপন উপলক্ষে ধুবুৰীত ৰাজহুৱা সভা

publisher by publisher
February 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
18
SHARES
179
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অসম আৰু মেঘালয়ৰ মাজত পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল মিডিয়া যোগে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী- ফুলবাৰী সংযোগী দলংখনৰ আধাৰশিলা স্থাপন কৰে ৷ দলঙৰ আধাৰশিলা স্থাপন উপলক্ষে ধুবুৰীৰ আদাবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷

ADVERTISEMENT

ৰাজহুৱা সভাত উপস্থিত ৰাইজক উদেশ্যি প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে আগবঢ়োৱা ভাষণত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ’ শীৰ্ষক গীতৰ কলি আওৰাই কয়, ‘বছৰ বছৰ ধৰি এই পবিত্ৰ নদীখন মিলা প্ৰীতি, যোগাযোগৰ প্ৰতীক হৈ আহিছে৷ কিন্তু এক দীঘলীয়া সময়জুৰি এই মিলা প্ৰীতি যিমান হ’ব লাগিছিল সিমান নহ’ল৷ শেহতীয়াকৈ কেন্দ্ৰ আৰু ৰাজ্যত থকা ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে ভৌগোলিক, সাংস্কৃতিক দূৰত্ব হ্ৰাসৰ বাবে অহৰহ কাম কৰি আছে ৷

সমগ্ৰ উত্তৰ-পূবৰ সম্প্ৰীতি শক্তিশালী হৈছে৷’ তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰে৷ বগীবিল দলং, ভূপেন হাজৰিকা সেতু, শৰাইঘাট দলঙে অঞ্চলটোৰ জীৱনযাত্ৰা সলনি কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আধাৰশিলা স্থাপন কৰা দলংখনে অসমৰ স’তে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ পথ দূৰত্ব বহুখিনি হ্ৰাস কৰিব৷ আন্ত:ৰাষ্ট্ৰীয় দৃষ্টিকোণেৰেও এই দলংখনৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে মাজুলী- নিমাতীৰ মাজত দুখন, উত্তৰ গুৱাহাটী- দক্ষিণ গুৱাহাটীৰ মাজত এখন আৰু ধুবুৰী আৰু হাটশিঙিমাৰিৰ মাজত চলিবলগীয়া এখন ‘ৰো পেক্স’ সেৱাৰো আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয় – ‘ৰো পেক্স সেৱাৰ সুবিধা থকা দেশৰ অগ্ৰণী ৰাজ্য হ’ব অসম৷’ ধুবুৰী- হাটশিঙিমাৰিৰ মাজৰ ৰো পেক্স সেৱাই জিলা দুখনৰ মাজৰ যাতায়তৰ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব। আজিৰ ৰাজহুৱা সভাত আদৰণি ভাষণ আগবঢ়াই ধুবুৰীৰ উপায়ুক্ত দেৱ কুমাৰ কলিতাই কয় যে আজি আধাৰশিলা স্থাপন হোৱা চাৰিলেনযুক্ত দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ই দেশক দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ’ব৷

তেওঁ কয় যে দলংখনৰ মুঠ দৈৰ্ঘ হব ১৯.২৮ কিলোমিটাৰ আৰু নদীৰ ওপৰত থকা অংশৰ দৈৰ্ঘ হব ১২.৬২ কিলোমিটাৰ৷ অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ধুবুৰী- ফুলবাৰীৰ মাজত দলং স্থাপন কৰাটো সম্ভৱপৰ হোৱা বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ কেতিয়াও সম্ভৱ নহ’ব বুলি ভবা কাম এটা বাস্তবায়িত হবলৈ আগবঢ়া বুলিও মন্তব্য চৌধুৰীৰ ৷

পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সভাত উপস্থিত থাকি কয়-‘ আমি এসময়ত কল্পনাও কৰিব নোৱাৰা এখন দলঙৰ নিৰ্মাণ আৰম্ভ হৈছে ৷ তেওঁ ক’ভিডৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো বন্ধ কৰি ৰখা ৰূপসী বিমান বন্দৰ শীঘ্ৰে খুলি দিয়া হব বুলি মন্তব্য কৰে৷ শিক্ষা আৰু জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই কয়-‘ এখন দলং এটা অঞ্চলৰ লাইফ লাইন হিচাপে পৰিগণিত হয়৷ এই দলংখনো তেনে হ’ব৷

আজিৰ পৰা পথ যোগাযোগৰ এটা নতুন অধ্যায়ৰ সূচনা হ’ল৷’ সভাত ভাষণ আগবঢ়াই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কয়- ‘আজিৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন৷ দলংখন নিৰ্মাণৰ উদ্যোগ লৈ আমাৰ এটা দীৰ্ঘদিনীয়া দাবীক বাস্তৱায়িত কৰা বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো৷’ সভাত ভাষণ আগবঢ়াই ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্ত:গাথনি উন্নয়ণ নিগমৰ সঞ্চালক ভি কে ৰাজাৱতে কয় যে ৪৯৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দলঙখনৰ নিৰ্মাণ কাৰ্য ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় নিদ্ধাৰণ কৰা হৈছে৷

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল মাধ্যমেৰে মাজুলীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া দলংখনৰ লগতে আন বহুকেইটা প্ৰকল্পৰ আৰম্ভ কৰে৷ মাজুলীত অনুষ্ঠিত ৰাজহুৱা সভাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা, লোক নিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি আগবঢ়োৱা ভাষণ ডিজিটেল মাধ্যমেৰে ধুবুৰীৰ সভাত উপস্থিত ৰাইজক পোনপটীয়াকৈ দেখুওৱা হয়৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDHUBRINarendra Modi
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d