Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Daily

New Delhi Railway Station কুম্ভত তীৰ্থযাত্ৰীৰ ভিৰ, ষ্টেচনত ঠেলা হেঁচাত মৃত অন্তত ১৮, আহত বহুতো

publisher by publisher
February 16, 2025
in Daily
Reading Time: 1 min read
0
New Delhi Railway Station  কুম্ভত তীৰ্থযাত্ৰীৰ ভিৰ, ষ্টেচনত ঠেলা হেঁচাত মৃত অন্তত ১৮, আহত বহুতো
7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

New delhi stampede reason:নতুন দিল্লী ষ্টেচনত সংঘটিত হোৱা পদপিষ্টৰ আঁৰৰ কাৰণ ! জনালে আৰ পি এফৰ প্ৰতিবেদনে

New Delhi Railway Station

ADVERTISEMENT

কুম্ভত তীৰ্থযাত্ৰীৰ ভিৰ, ষ্টেচনত ঠেলা হেঁচাত মৃত অন্তত ১৮, আহত বহুতো

নতুন দিল্লীৰ এটা ৰে’ল ষ্টেচনত যাত্ৰীসকলৰ মাজত ভিৰৰ বাবে হোৱা ঠেলা হেঁচাত তিনিটা শিশু আৰু ১৪ গৰাকী মহিলাসহ কমেও ১৮ জন লোক নিহত হয়। আহত বহুতো।

প্ৰাথমিক তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১ বজাত ষ্টেচনত হোৱা ঠেলা হেঁচাৰ পাছত চাৰিগৰাকী মহিলা অজ্ঞান হৈ পৰে। তেওঁলোকক উদ্ধাৰ কৰা কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

সংবাদ সংস্থা এএনআইৰ মতে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চাৰিখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়। কিছু সময়ৰ পাছতে, হতাহতসকলৰ খবৰ পোৱা গৈছে।

প্ৰথমতে, ১৫ জনলোকৰ মৃত্যু হোৱাৰ খবৰ পাই। পাছত, দিল্লী আৰক্ষীয়ে ১৮ জন লোকৰ মৃত্যু নিশ্চিত কৰে।

দেওবাৰে ৰে’লৱেই এই ক্ষতিপূৰণ ঘোষণা কৰে। মৃতকৰ পৰিয়ালক দিয়া হ’ব ১০ লাখ টকা। ইয়াৰ উপৰিও শনিবাৰৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা সকলে লাভ কৰিব ডেৰ-দুই লাখ টকা। সামান্য আঘাতপ্ৰাপ্তসকলক এক লাখ টকা দিয়া হ’ব।

ৰে’লৱে সূত্ৰ অনুসৰি, শনিবাৰে নিশা কুম্ভ মেলাৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ স’তে নতুন দিল্লী ষ্টেচনৰ ১৩ আৰু ১৪ নং প্লেটফৰ্মত ভিৰ লাগে। যাত্ৰীসকলে এইটোও অভিযোগ কৰে যে এই দুখন প্লেটফৰ্মত ৰেলখন বিলম্বিত হয়।

কিছুমানে দাবী কৰে যে দুখন ৰেল বাতিল কৰা হৈছিল ফলস্বৰূপে, ভিৰৰ মাজত এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। বহুতে দাবী কৰে যে সেই দুটা প্লেটফৰ্মত এক পদপিষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে,ৰেলৱেই দাবী কৰে যে এই সকলোবোৰ উৰাবাতৰি ।

আনহাতে ঘটনাটোত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । “পদপিষ্ট ত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।ক্ষতিগ্ৰস্তসকলৰ লগত প্ৰশাসন আছে। ”

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও শোক প্ৰকাশ কৰিছে। তেওঁ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শোক প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: New Delhi railway station
publisher

publisher

Related Posts

Dainik Agradoot Today’s Edition : 24 September 2026
Daily

September 25, 2026
Dainik Agradoot Today’s Edition: 24 September 2026

September 24, 2026
Dainik Agradoot Today’s Edition : 23 Sept 2026

September 23, 2026
Dainik Agradoot Today’s Edition: 22 Sept 2026

September 22, 2026
Dainik Agradoot Today’s Edition: 21 Sept 2026

September 21, 2026
Dainik Agradoot Today’s Edition : 20 September 2026

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d