Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Punjab :হত্যা কৰি আমেৰিকালৈ পলায়ন! ‘অবৈধবাসী’ হৈ পাঞ্জাৱত অৱতৰন কৰোঁতেই গ্রেপ্তাৰ হ’ল দুই অভিযুক্ত

বিমানখন ভাৰতত অৱতৰণ কৰাৰ পাছতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰৰ মতে, আমেৰিকাত হোৱা মোডী আৰু ট্ৰাম্পৰ মাজত মুখামুখি বৈঠকৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীসকলক এইটো প্ৰথম বিতাড়ন।

publisher by publisher
February 17, 2025
in India
Reading Time: 1 min read
0
PM Modi  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচালে আমেৰিকাৰ সংবাদ মাধ্যমে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Punjab :হত্যা কৰি আমেৰিকালৈ পলায়ন! ‘অবৈধবাসী’ হৈ পাঞ্জাৱত অৱতৰন কৰোঁতেই গ্রেপ্তাৰ হ’ল দুই অভিযুক্ত

আমেৰিকাৰ পৰা শনিবাৰে আন ১১৬ জন লোকক অবৈধবাসীৰ অভিযোগত আমেৰিকাৰ বিমান সংস্থাই পঞ্জাৱলৈ ঘূৰাই পঠিয়াইছে।

ADVERTISEMENT

আমেৰিকাৰ পৰা অহা সেই বিমানখনে অমৃতসৰত অৱতন কৰাৰ সময়তে হত্যা কৰাৰ অভিযোগত দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰে পঞ্জাৱ আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা মতে, সন্দীপ আৰু প্ৰদীপ নামৰ অভিযুক্ত দুজন পঞ্জাৱৰ পাটিয়ালা জিলাৰ বাসিন্দা।

উল্লেখ্য যে,২০২৩ চনত পাটিয়ালাৰ ৰাজপুৰাত এটা হত্যাৰ গোচৰত দুয়োজনৰ নাম উল্লেখ আছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে।

গ্ৰেপ্তাৰ হোৱাৰ আশংকাত, সন্দীপ আৰু প্ৰদীপ অবৈধভাৱে আমেৰিকালৈ পলায়ন কৰে ।

অৱশ্যে, দুবছৰৰ ভিতৰতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ এই পদক্ষেপৰ বাবে পঞ্জাৱ আৰক্ষীয়ে আচৰিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আমেৰিকাত ট্ৰাম্প চৰকাৰ ক্ষমতালৈ অহাৰ পাছত, আমেৰিকা চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীসকলক ঘূৰাই পঠোৱাৰ সিদ্ধান্ত লৈছে।

শনিবাৰে, দ্বিতীয় পৰ্যায়ত ১১৬ জন “অবৈধ” ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে।

প্ৰশাসনে তথ্য লাভ কৰিছিল যে ২০২৩ চনত হত্যাৰ অভিযোগত অভিযুক্ত দুজন লোক এই ১১৬ জন লোকৰ লগতে ভাৰতলৈ ঘূৰি আহে।

বিমানখন ভাৰতত অৱতৰণ কৰাৰ পাছতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰৰ মতে, আমেৰিকাত হোৱা মোডী আৰু ট্ৰাম্পৰ মাজত মুখামুখি বৈঠকৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীসকলক এইটো প্ৰথম বিতাড়ন।

শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানখন অৱতৰণ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু অমৃতসৰ বিমানবন্দৰত উপস্থিত থকাৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: পঞ্জাৱৰ মুখ্যমন্ত্ৰীমোডী
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন
Assam

Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে
Flood

August 28, 2026
Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d