Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

C-295 Aircraft fof IAF:ভাৰতীয় বায়ুসেনাৰ বাবে আৰু ১০খন চি-২৯৫ বিমান নিৰ্মাণ কৰিব টাটাই

publisher by publisher
March 1, 2025
in India, News
Reading Time: 2 mins read
0
C-295 Aircraft fof IAF:ভাৰতীয় বায়ুসেনাৰ বাবে আৰু ১০খন চি-২৯৫ বিমান নিৰ্মাণ কৰিব টাটাই
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Moran:ৰানৱেলৈ পৰিণত হ’ব মৰাণৰ চাৰিলেনযুক্ত ৰাজপথ

Tejas jet Crashes:ডুবাইৰ প্ৰদৰ্শনীত কুচকাৱাজ কৰি থাকোতেই ভূপতিত হ’ল ভাৰতীয় বায়ুসেনাৰ তেজছ

Air Show in Guwahati :বুকু কপাই লাচিত ঘাটৰ আকাশত উৰিব ৭৫ খন ভাৰতীয় যুদ্ধ বিমান

C-295 Aircraft fof IAF:

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে লাডাখ, ছিকিম বা অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী সেনা ঘাটিলৈ অস্ত্ৰ-শস্ত্ৰ আৰু লজিষ্টিক যোগান ধৰাটো ইতিমধ্যে পাৰদৰ্শিতা প্ৰমাণিত হৈছে। সেয়েহে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে আৰু ১০খন চি-২৯৫ মজলীয়া ক্ষমতাসম্পন্ন সামৰিক পৰিবহণ বিমান অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ADVERTISEMENT

টাটা এডভান্সড চিষ্টেমছ লিমিটেডে স্পেইনৰ বিমান নিৰ্মাতা কোম্পানী এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ স’তে যৌথ উদ্যোগত গুজৰাটৰ বৰোদাত থকা বিমান নিৰ্মাণ কাৰখানাত চি-২৯৫ নিৰ্মাণ কৰিব। বিমানখন ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’ উদ্যোগৰ অংশ হিচাপে।বিগত বৰ্ষৰ অক্টোবৰ মাহত স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজৰ স’তে এই কাৰখানাটো উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

২০২১ চনত স্পেনিছ কোম্পানীটোলৈ ৫৭খন চি-২৯৫ বিমান ডেলিভাৰী কৰা হৈছিল । লগতে হৈছিল ২২ হেজাৰ কোটি টকাৰ চুক্তি। এই চুক্তিত উল্লেখ কৰা হয় যে ভাৰতীয় বায়ুসেনাৰ বাবে স্পেইনৰ নিৰ্মাতা কোম্পানীটোৰ পৰা ১৬খন বিমান ‘উৰানৰ উপযুক্ত অৱস্থাত ’ আমদানি কৰা হ’ব। বাকী ৪০ খন সেই কোম্পানী আৰু টাটা গ্ৰুপৰ সহযোগত ভাৰতত নিৰ্মাণ কৰা হ’ব। প্ৰথম পৰ্যায়ত ২০২৩ চনৰ পৰা পৰ্যায়ক্ৰমে কেবাখনো বিমান ভাৰতত উপস্থিত হৈছে। পৰৱৰ্তী পৰ্যায়ত আৰু ১৫খন বিমান এয়াৰবাছ-টাটাক গতাই দিয়া হয়।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি তৃতীয় ৰাউণ্ডত আৰু ১০খন বিমানৰ আলোচনা ইতিমধ্যে চূড়ান্ত হৈছে। বায়ুসেনাৰ সূত্ৰ অনুসৰি চীনৰ আগ্ৰাসনৰ ভাবুকি আহিলে অতিৰিক্ত বাহিনীয়ে চি-২৯৫ বিমানখন শীঘ্ৰে আগুৱাই যোৱা সেনা ঘাটিলৈ প্ৰেৰণ কৰিব পাৰে। একে সময়তে চি-২৯৫ বিমানত প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিৰে ৭১টা সৈন্য বা ৫০টা পেৰাট্ৰুপাৰ কমাণ্ডো কঢ়িয়াই নিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: C-295 AircraftIAF
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d