Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Ration Card এইবাৰ ৰেচন কাৰ্ডৰ লগত লিংক হ’ব বেংক একাউণ্ট

publisher by publisher
March 7, 2025
in National
Reading Time: 1 min read
0
Narendra Modi on Budget Session 2025:১০ বছৰত প্রথম কোনো বিদেশী ইন্ধন নাই’ !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

RATION CARD : ৰেচন কাৰ্ড থকা সকললৈ ভাল খবৰ

 ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন – ২০১৩ ৰেচন কাৰ্ডৰ হিতাধীকাৰীসকলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ঘৰ-মাটি থকাৰ পাছতো বিনামূলীয়া ৰেছন লৈছে নেকি ?

Ration Card এইবাৰ ৰেচন কাৰ্ডৰ লগত লিংক হ’ব বেংক একাউণ্ট

ADVERTISEMENT

ইতিমধ্যে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ লিংকিং কৰা হৈছে। এইবাৰ বেংক একাউণ্টটো ৰেচন কাৰ্ডৰ স’তে লিংক কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ বাবে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়েও ৰেচন বিতৰণ সম্পৰ্কীয় নিৰ্দেশনাত প্ৰয়োজনীয় সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে।

চৰকাৰী সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় খাদ্য সচিবৰ স’তে ৰাজ্যৰ খাদ্য সচিবসকলৰ বৈঠকত এই প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছে।

তাত ৰেচন বিতৰণ নিয়ন্ত্ৰণ সম্পৰ্কীয় ২০১৫ চনৰ নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰা হৈছে।

এই সংশোধনী অনুসৰি নতুন ৰেচন কাৰ্ড প্ৰদানৰ সময়ত যেতিয়া পৰিয়ালৰ মুৰব্বীৰ ই-কেৱাইচি প্ৰ-পত্ৰ পূৰণ কৰা হয়,ইয়াৰ পাছত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযোগ কৰাৰ লগতে বেংক একাউণ্টৰ তথ্যও ল’ব।

কিয় এই পদক্ষেপ? প্ৰশ্ন উত্থাপন হৈছে, ভৱিষ্যতে কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ে ৰেচনত চাউল আৰু ঘেঁহুৰ পৰিৱৰ্তে নগদ ৰাজসাহায্যৰ পথ মুকলি কৰিব বিচাৰিছে?

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি এতিয়া প্ৰতি মাহে প্ৰায় ৮১.৩৫ কোটি লোকক প্ৰতি মূৰত পাঁচ কিলোগ্ৰাম চাউল বা ঘেঁহু যোগান ধৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ration Card
publisher

publisher

Related Posts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d