Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Tea production declined in Assam:চলিত বছৰৰ প্ৰথম তিনি মাহত চাহৰ উৎপাদন হ্রাস পালে অসমত

সর্বাধিক বাগিচা-উৎপাদনৰো অভিলেখ থাকিও প্রত্যাহ্বানত অসমৰ চাহ উদ্যোগ

publisher by publisher
May 17, 2025
in News, Assam
Reading Time: 2 mins read
0
Tea production declined in Assam:চলিত বছৰৰ প্ৰথম তিনি মাহত চাহৰ উৎপাদন হ্রাস পালে অসমত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি

Nagaon Tea Garden Worker’s agony: দুখ আৰু দৰিদ্ৰতাৰ সৈতেই সহৱস্থান নগাঁও জিলাৰ ৪৪খন চাহ বাগিচাৰ হেজাৰ হেজাৰ  শ্ৰমিকৰ

Tea production declined in Assam:

অসমত চাহ উদ্যোগে বিভিন্ন দিশেৰে সংকটৰ সম্মুখীন হোৱাৰ লগতে উৎপাদনতো প্রত্যাহ্বানৰ সন্মুখীন হৈছে। অসমেই ভাৰতৰ সৰ্বাধিক চাহ উৎপাদন কৰা ৰাজ্যৰ পৰিচয় বহন কৰি আহিছে। তেনেস্থলত অসমত চাহৰ উৎপাদন বিগত কে’বা বছৰৰ পৰা ক্ৰমে নিম্নগামী হৈ আহিছে। শেহতীয়াকৈ চলিত বৰ্ষৰ প্ৰথম তিনি মাহৰ উৎপাদনৰ তথ্য পোহৰলৈ আনিছে উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থা আৰু চাহ ব’র্ডে।

ADVERTISEMENT

জানুৱাৰীৰ পৰা মাৰ্চলৈ এই তিনি মাহত দেশৰ চাহ উৎপাদন কৰা ৰাজ্যবোৰৰ ভিতৰত অসমত আটাইতকৈ কম পৰিমাণৰ উৎপাদন হয়। অসমত এই সময়ছোৱাত উৎপাদন হোৱা চাহৰ পৰিমাণ ২৮.৯৩ নিযুত কিলোগ্রাম। ইয়াৰ বিপৰীতে পশ্চিমবংগত উৎপাদন হয় ২৯.৯৪ নিযুত কিলোগ্রাম। উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত উৎপাদন হয় ৬০.৪৪ নিযুত কিলোগ্রাম। দক্ষিণ ভাৰতত উৎপাদন হয় ৪৭.৪৮ নিযুত কিলোগ্রাম।

অসমতে দেশৰ ভিতৰত সর্বাধিক সংখ্যক চাহ বাগিচা আছে। অসমৰ পাছতে অধিক চাহ বাগিচা আছে পশ্চিমবংগত। মূলতঃ দার্জিলিং আৰু জলপাইগুৰি জিলাত এই বাগিচাবোৰ অৱস্থিত। ইপিনে, উত্তৰ ভাৰতৰ অন্তর্ভুক্ত চাহ উৎপাদন কৰা ৰাজ্য দুখন হ’ল হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড। অসমত আঠ শতাধিক বাগিচা থকাৰ বিপৰীতে হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডত কম সংখ্যক বাগিচা আছে।

আনহাতে, দক্ষিণ ভাৰতৰ চাহ উৎপাদন কৰা ৰাজ্যকেইখন হ’ল তামিলনাডু, কেৰালা আৰু কৰ্ণাটক। ইয়াৰ ভিতৰত তামিলনাডুতে সর্বাধিক চাহ বাগিচা আছে। লক্ষ্যণীয়ভারে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত চলিত বৰ্ষৰ প্ৰথম তিনি মাহত ২০২৪ৰ তুলনাত অধিক পৰিমাণৰ চাহ উৎপাদন হয়। যোৱা বছৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ পৰিমাণ আছিল ৯৮.১৬ নিযুত কিলোগ্রাম।

ইয়াৰ বিপৰীতে এই বছৰ উৎপাদন বৃদ্ধি হয় ১০৭.৯২ নিযুত কিলোগ্রামলৈ। দুর্ভাগ্যজনকভাৱে সর্বাধিক বাগিচা আৰু সর্বোচ্চ উৎপাদনৰ খ্যাতি থাকিও ভাৰতৰ মুঠ উৎপাদনলৈ অসমে আটাইতকৈ কম পৰিমাণৰ চাহহে যোগান ধৰিবলৈ সক্ষম হয়। জলবায়ুৰ ব্যাপক পৰিৱৰ্তন, চাহগছৰ বেমাৰ, কীট-পতংগৰ আক্ৰমণ আৰু ইয়াৰ বিপৰীতে উপযুক্ত সাৰৰ অভাৱে ৰাজ্যখনত চাহৰ উৎপাদনত প্রভাৱ পেলোৱা বুলি মন্তব্য কৰে উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থাৰ উপদেষ্ট বিদ্যানন্দ বৰকাকতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Tea GardendeclinedTea production
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d