Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

যুদ্ধই প্ৰতি সপ্তাহত পাঁচ হেজাৰ লোকৰ প্ৰাণ কাঢ়িছে!

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক লৈ ড’নাল্ড ট্ৰাম্পৰ মন্তব্য

publisher by publisher
May 20, 2025
in International, News
Reading Time: 1 min read
0
যুদ্ধই প্ৰতি সপ্তাহত পাঁচ হেজাৰ লোকৰ প্ৰাণ কাঢ়িছে!
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Russia Ukraine Conflict: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে প্ৰায় দুঘণ্টা ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে ফোনত কথা পাতিছিল ট্ৰাম্পে। পুটিনৰ স’তে ফোন কলৰ অন্তত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে।

ADVERTISEMENT

এই যুদ্ধৰ পৰিস্থিতি এই পৰ্যায়লৈ অনাৰ বাবে তেওঁ জ’ বাইডেনৰ প্ৰশাসনকো দোষাৰোপ কৰে। মস্কো আৰু কিয়েভৰ মাজত সংঘাতৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, “প্ৰতি সপ্তাহত গড়ে পাঁচ হেজাৰ যুৱ সৈনিকৰ মৃত্যু হৈছে…! আমি ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছো।”

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত মধ্যস্থতা কৰাৰ বাবে আমেৰিকাই কৰা প্ৰচেষ্টা নতুন নহয়। ইয়াৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে মন্তব্য কৰিছিল।

সোমবাৰে পুটিনৰ স’তে ফোন যোগে বাৰ্তালাপৰ পাছত ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ আলোচনা তৎক্ষণাত আৰম্ভ হ’ব।

যদিও তেওঁ আলোচনা তৎক্ষণাত আৰম্ভ হোৱাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ স’তে সংঘাতৰ অন্ত পেলাবলৈ আগ্ৰহী বুলি কয়। ৱাশ্বিংটনত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে কয়,”ভ্লাদিমিৰ পুটিন নামৰ এজন অতি ভাল ব্যক্তিৰ স’তে মোৰ চুটি কথা-বতৰা হৈছিল। আমাৰ মাজত ইতিবাচক আলোচনা হৈছিল আৰু মই ভাবো (যুদ্ধবিৰতি আলোচনাৰ ওপৰত) কথাবোৰ আগবাঢ়িছে।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “আমি (যুদ্ধ) বন্ধ হোৱাটো বিচাৰো। তাত প্ৰকৃত অৰ্থত ৰক্তস্নান চলিছে। মই কৃত্ৰিম উপগ্ৰহৰ ছবিবোৰ দেখিছো, কিমান ভয়ংকৰ…! এইটো আমাৰ যুদ্ধ নহয়। আমি যিমান পাৰো কৰিছো।”

প্ৰসংগত তেওঁ পূৰ্বৰ বাইডেন প্ৰশাসনকো আঙুলিয়াই তুলে। ট্ৰাম্পৰ দাবী, পূৰ্বৰ প্ৰশাসনৰ পৰিঘটনাৰ স’তে তেওঁ মোকাবিলা কৰিবলগীয়া হয়। বাইডেন প্ৰশাসনে কেনেকৈ এনে পৰিস্থিতিৰ সৃষ্টি হ’বলৈ দিলে সেয়াও প্ৰশ্ন উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

দৰাচলতে বিগত শুকুৰবাৰে ইস্তানবুলৰ ৰয়েল পেলেচত কোনো মধ্যস্থতাকাৰী অবিহনে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ ওপৰত ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে মুখামুখি আলোচনা অনুষ্ঠিত কৰিছিল।

কিন্তু যুদ্ধৰ ১১৭৭ তম দিনত দুয়োপক্ষৰ মাজত হোৱা প্ৰথমখন মুখামুখি সাক্ষাৎ ফলপ্ৰসূ নহ’ল। ইয়াৰ পাছত যুদ্ধবিৰতিৰ বাবে পুনৰ সক্ৰিয় হৈ পৰে ট্ৰাম্প।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়েও ট্ৰাম্প-পুটিনৰ ফোনযোগে বাৰ্তালাপৰ সময়ত ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে। জেলেনস্কিয়ে দাবী কৰে যে সোমবাৰে তেওঁ দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স’তে কথা পাতিছিল।

পাছত ইউৰোপৰ বিভিন্ন দেশৰ নেতা আৰু ট্ৰাম্পৰ স’তে ফোনত কথা পাতিছিল। অৱশ্যে জেলেনস্কিৰ স’তে হোৱা ফোন কলৰ বিষয়ে ট্ৰাম্পে একো উল্লেখ কৰা নাছিল। জেলেনস্কিয়ে জনাইছে যে ,ইউক্ৰেইন সদায় শান্তিৰ পক্ষত আছিল।যদি ৰাছিয়াই হত্যা বন্ধ নকৰে, যদি বন্দীসকলক মুকলি কৰি নিদিয়ে, যদি পুটিনে পুনৰ অবাস্তৱ দাবী উত্থাপন কৰে, তেন্তে বুজি লোৱা উচিত যে ৰাছিয়াই যুদ্ধখন দীঘলীয়া কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPRussiaUkraine
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d