Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court:ৱাক্‌ফ পৰিষদত সিংহভাগ সদস্য অমুছলমান কিয় তাকে লৈ প্রশ্ন

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত দীঘলীয়া শুনানি , 'সম্পত্তি দখলৰ বাবে নতুন আইন' গুচৰীয়া পক্ষৰ হৈ যুক্তি প্রদর্শন ছিবাল-সিংভীৰ

publisher by publisher
May 21, 2025
in India, News
Reading Time: 1 min read
0
Supreme Court:ৱাক্‌ফ পৰিষদত সিংহভাগ সদস্য অমুছলমান কিয় তাকে লৈ প্রশ্ন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Supreme Court:

বহু বিতর্কিত সংশোধিত ৱাক্‌ফ আইনক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠত দীঘলীয়া শুনানিত আবেদনকাৰী পক্ষই কয় যে ব্রাক্‌ষ্ণৰ সম্পত্তি দখল কৰা বাবেই নতুন আইন প্রস্তুত কৰা
হৈছে।

ADVERTISEMENT

চাৰে চাৰি ঘণ্টা ধৰি চলা শুনানিত গুচৰীয়া পক্ষৰ অধিবক্তাৰ বক্তব্য শুনে মুখ্য ন্যায়াধীশ গাভাইৰ বিচাৰপীঠে। সংশোধিত ৱাক্‌ফ আইনৰ বিভিন্ন অংশক লৈ প্রশ্ন উত্থাপন কৰে গুচৰীয়া পক্ষৰ কপিল ছিবাল, অভিষেক মনু সিংভীসহ অন্যান্য অধিবক্তাসকলে। ৱাক্‌ফ পৰিষদত সিংহভাগ কিয় অমুছলমান সদস্য ৰখা হৈছে তাকে লৈ প্রশ্ন উঠে। তদুপৰি ৱাক্‌ফ সম্পত্তি দানব ক্ষেত্রত পাঁচ বছৰ ইছলাম ধর্মীয় ৰীতি-নীতি পালনৰ চৰ্ত কিয় আৰোপ কৰা হৈছে সেই প্রশ্নও কৰে গুচৰীয়া পক্ষই।

জ্যেষ্ঠ অধিবক্তা ছিব্বালে কয় যে বাক্‌ফ সম্পত্তিক ৰক্ষা কৰাৰ বাবে এই আইন; অথচ নতুন আইনখন প্রস্তুত কৰা হৈছে ৱাকফ সম্পত্তি দখলৰ বাবেহে তেওঁ কয়, ‘দেশৰ সংবিধান অনুসৰি ৰাষ্ট্ৰই কোনো ধর্মীয় প্রতিষ্ঠানৰ বাবে ধন দিব নোৱাৰে। মছজিদৰ ৰক্ষণাবেক্ষণৰ বাবে ধন আদায় দিব নোৱাৰে ৰাষ্ট্ৰই। ফলত ব্যক্তিগত সম্পত্তিৰেই কবৰস্থান নিৰ্মাণ কৰিবলগীয়া হয়। সেয়েহে বহুতে জীৱনৰ শেষ অধ্যায়ত নিজ সম্পত্তি ৱাক্‌ফক অৰ্পণ কৰে।’ ছিবালৰ কথা শুনি মুখ্য ন্যায়াধীশ গাভাই কয়, ‘মন্দিৰৰ ক্ষেত্ৰতো এনে হয়। মই দৰগাহলৈ যাওঁ, তাতো এনে হয়।’

ৱাক্‌ফ সংক্রান্তীয় পুৰণি আইন আৰু নতুন আইনত কি পার্থক্য আছে সেয়া ন্যায়ালয়ক ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে ছিব্বালে। তেওঁ দাবী কৰে যে পূর্বে কোনো প্রাচীন সৌধক সংৰক্ষিত কৰা হ’লেও ইয়াৰ পৰিচয় সলনি কৰা হোৱা নাছিল। অর্থাৎ যি সম্পত্তিক ৱাক্‌ফ সম্পত্তি বুলি চিহ্নিত কৰা হৈছিল তাক সেই দৰেই ৰখা হৈছিল। সংশোধিত আইনত বিষয়টো সলনি হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয় অৱশ্যে মুখ্য ন্যায়াধীশে সেই ক্ষেত্ৰত উদাহৰণ স্বৰূপে খাজুৰাহোৰ প্ৰসংগ উল্লেখ কৰে। গাভাই মনত পেলাই দিয়ে যে খাজুৰাহো মন্দিৰ এটি প্রাচীন সৌধ হিচাপে সংৰক্ষিত হলেও তালে এতিয়াও মানুহে প্রার্থনা কৰিবলৈ যায়। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন হ’ল যে এই ক্ষেত্রত আইনখনে কিদৰে প্রার্থনাৰ অধিকাৰ কাঢ়ি ল’ব পাৰিব। অৱশ্যে অধিবক্তাসকলে কয় যে নতুন আইন অনুসৰি ৱাৰ হাতত থকা সৌধসমূহক বাক্‌ফ সম্পত্তি বুলি গণ্য কৰা নহ’ব। এই ক্ষেত্রত ৱাকফ সম্পত্তি বুলি গণ্য কৰা নহ’লে সেই স্থানত প্ৰাৰ্থনা কৰিব পাৰিব নে নাই, তাকে লৈ তেওঁ উদ্বেগ প্রকাশ কৰে।

ৱাক্‌ফ পৰিষদত কিয় অমুছলমান সদস্যৰ সংখ্যা অধিক ৰখা হৈছে এই প্রশ্নও কৰে ছিব্বালে ছিব্বালে কয় যে বাক্‌ফ গঠন ধৰ্মনিৰপেক্ষ প্রক্রিয়া নহয়, ই হৈছে ঈশ্বৰৰ নামত মুছলমানৰ সম্পত্তিৰ উৎসর্গা। তেওঁ দাবী কৰে যে আইনখনৰ জৰিয়তে বাফ সম্পত্তি পৰিচালনৰ ক্ষমতা কাঢ়ি লোৱা হৈছে। ছিবালৰ দাবী অনুসৰি, নতুন আইন অনুসৰি পৰিষদত মুছলমান সদস্য থাকিব ১০জন আৰু ১২জন হ’ব অমুছলমান সদস্য। পূর্বে সকলো সদস্য আছিল মুছলমান তেওঁ কয় যে নতুন আইনৰ অধীনত বাক্‌ফ গাঁথনি এনে যাতে মুছলমানসকল ইয়াত সংখ্যালঘু হয়। আন সকলো ধর্মীয় এনে স্বেচ্ছাসেৱী সংগঠনৰ ক্ষেত্ৰত এজনো অমুছলমান বা অনাহিন্দু নাথাকে।

এই ক্ষেত্রত শুনানি এটা পর্যায়ত মুখ্য ন্যায়াধীশে বৌদ্ধ গয়াৰ প্রসংগ উত্থাপন কৰে। তেওঁ কয় যে বৌদ্ধ গয়াক লৈ কি ক’ব? তাত সকলো হিন্দু। তেতিয়া ছিব্বালে কয়, ‘কাৰণ বৌদ্ধ গয়া হিন্দু আৰু বৌদ্ধ উভয়ৰে উপাসনাস্থলী। বৌদ্ধ গয়া আইনতো এই বিষয়ে উল্লেখ আছে। মই জানিছিলো আপুনি এই প্রশ্ন কৰিব।’ ৱাকফ সম্পত্তি দানৰ ক্ষেত্ৰত কিয় পাঁচ বছৰ ইছলাম ধৰ্ম পালনৰ চৰ্ত আৰোপ কৰা হৈছে তাকে লৈ প্রশ্ন কৰে ছিব্বালে। তেওঁ কয়, ‘কোনো লোকে যদি মৃত্যু শয্যাত থাকি ৱাকফ সম্পত্তি দান কৰিব বিচাৰে, তেন্তে প্ৰমাণ কৰিব লাগিব যে তেওঁ ইছলাম ধর্ম পালন কৰি আছে, এয়া অসংবিধানিক।’ গুচৰীয়া পক্ষৰ আন এজন অধিবক্তা হুজেফা আহমেদিয়ে প্রশ্ন কৰে যে কোনোবাই পাঁচ বছৰ ইছলাম ধর্ম পালন কৰিছে নে নাই সেয়া পৰীক্ষা-নিৰীক্ষা কৰাৰ পদ্ধতি ক’ত উল্লেখ আছে।

তেওঁ কয়, ‘কোনোবাই মোক সুধিব পাৰেনে যে আপুনি দিনত পাঁচবাৰ প্ৰাৰ্থনা কৰেনে? তাৰ পাছত কোনোবাই মোক সুধিব যে যদি মই পান কৰো তেন্তে ইয়াক কিদৰে তুলাচনীত জোখা হ’ব। নতুন রাফ আইনৰ ৩-ডি আৰু ৩-ই ধাৰাত যিসমূহ উল্লেখ আছে সেয়া প্রকৃত বিধেয়কত উল্লেখ নাছিল বুলি াবী কৰে ছিব্বালে। তেওঁ কয়, ‘যৌথ সংসদীয় কমিটীত এইবোৰক লে আলোচনা হোৱা নাই।’ এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশসকলে প্রশ্ন সোধাত ছিব্বালে কয় যে নিশ্চিতভাবে ভোটদানৰ পূৰ্বে এই ধাৰাসমূহ সংযোগ কৰা হৈছিল। আইনখনৰ ৩-ডি ধাৰাক লৈ আহমেদিয়েও প্রশ্ন কৰি কয়, ‘সংবিধানৰ ৩-ডি ধাৰাৰ মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। বহু পুৰণি মছজিদত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।’ আইনৰ এই ধাৰাৰ ওপৰত সম্পূৰ্ণ স্থগিতাদেশৰ বাবে তেওঁ আবেদন জনায়।

সম্প্রতি বিভিন্ন মহলৰ দাবী অনুসৰি বৃদ্ধি পাইছে ৱাক্‌ফ সম্পত্তিৰ পৰিমাণ। এই তথ্য কিমান বাস্তৱসন্মত তাকে লৈ অধিবক্তা অভিষেক মনু সিংভীয়ে প্রশ্ন কৰে। তেওঁ কয় যে ২০০৩ৰ পৰা বাক্‌ফসমূহ এটা প’ৰ্টেলত পঞ্জীয়ন কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল। প’ৰ্টেলৰ তালিকা বৃদ্ধিক বাক্‌ফৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি বুলি দেখুৱাব বিচাৰিছে। এই দাবী কৰি তেওঁ যৌথ সংসদীয় সমিতিৰ প্ৰতিবেদন উল্লেখ কৰি সিংভীয়ে কয়, ‘২৮ খন ৰাজ্যৰ ভিতৰত মাত্র পাঁচখনত সমীক্ষা হৈছে। ৯.৩ শতাংশ সমীক্ষা হৈছে।’ সিংভীয়ে কয় যে নতুন আইনখন হৈছে এনে এক ৰেচিপী যাৰ দ্বাৰা এই কথা নিশ্চিত কৰিব যে আবেদনকাৰীয়ে চিৰদিনৰ বাবে রাল্ফ পঞ্জীয়ন কার্যালয়লৈ আহি থাকিব লাগে।

এয়া মাত্রা সন্ত্রাস সৃষ্টিৰ বাদে হৈছে। প্রতিটো ধর্মতে দান-বৰঙণি থাকেই। এনে ধর্মীয় দাতব্য প্রতিষ্ঠানৰ ক’ত প্রশ্ন কৰা হয় যে পাঁচ বছৰৰ বাবে সেই ধর্মীয় আচৰণ মানি চলিছিল। তেওঁলোকক ধৰ্মৰ প্ৰমাণ বিচৰা হৈছে নেকি বুলিও সিংভীয়ে প্রশ্ন কৰি কয় যে আইনৰ অধীনত এটা সম্পত্তিয়ে ৱাৰ মৰ্যাদা হেৰুৱাব। জ্যেষ্ঠ অধিবক্তা ৰাজীৱ বাৰনে আবেদনকাৰীৰ হৈ ব…. প্ৰথমবাৰৰ বাবে ধৰ্মীয় আইনত ধৰ্মক সংজ্ঞায়িত কৰা হৈছে। তেওঁ কয়, ‘আমি এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। মোৰ এজন মক্কেল শিখ। তেওঁ কয় যে মই ইয়ালৈ বৰঙণি দিব বিচাৰো আৰু মই বিশ্বাস কৰো এই সম্পত্তিক কাঢ়ি ল’ব নালাগে। এই প্রশ্ন ধৰ্মনিৰপেক্ষতাৰ শিপালৈ গৈছে।’

দীর্ঘ শুনানিৰ পাছত পূৰ্বৰ নির্দেশেই বাহাল থাকে।আজি পুনৰ শুনানি হ’ব। বিগত মাহত সংসদত গৃহীত এই নতুন সংশোধিত ৱাকফ আইনে ৰাষ্ট্ৰজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। মুছলমান সংস্থাসমূহে দাবী কৰে যে এয়া সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু চৰকাৰে ৱাক্‌ফ ভূমিত চকু দিছে। চৰকাৰে কয় যে এই সংশোধনীৰ লক্ষ্য হৈছে ৱাকফ ব’র্ডসমূহ অধিক সক্রিয় স্বচ্ছ আৰু সকলোকে সামৰি লৈ আগবাঢ়ি যোৱা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HEARING IN SUPREME COURTWaqf Amendment bill
publisher

publisher

Related Posts

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d