Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল

তেজপুৰ ৰাজহ চক্ৰৰ ২৮৭০ হেক্টৰ ভূমিৰ বনাঞ্চলৰ স্বীকৃতি প্ৰত্যাহাৰ, বাঘৰ অন্যতম বিচৰণভূমিত চৰকাৰী হাতোৰাৰ ,প্ৰভাৱ পাঁচ বছৰৰ পূৰ্বৰ সিদ্ধান্ত প্রত্যাহাৰ, 'এডভাল্টেজ আছাম-২' বিনিয়োগ সম্মিলনৰ পাছতে বনাঞ্চলৰ ওপৰত লোলুপ দৃষ্টি ,ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংস্কৰণৰ প্ৰতিও আগ্রহী নহয় দিছপুৰ ,ৰাজহুৱা ক্ষোভলৈ গুৰুত্ব নাই

publisher by publisher
June 17, 2025
in Assam, Environment, News
Reading Time: 2 mins read
0
Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

Kaziranga National Park:

উদ্যোগীকৰণৰ অজুহাতত ৰাজ্যৰ বনাঞ্চলৰ ভূমিৰ ওপৰত লোলুপ দৃষ্টি পৰিছে চৰকাৰৰ। ইয়াকে লৈ ৰাজ্যৰ প্ৰকৃতিপ্রেমী আৰু সচেতন ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হ’লেও তাৰ প্রতি ন্যূনতমো গুৰুত্ব প্রদান কৰা নাই চৰকাৰে। অভিযোগ অনুসৰি, উদ্যোগীকৰণৰ অজুহাততে কে’বাখনো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতিও চৰকাৰে বাতিল কৰিছে। বিশেষকৈ চলিত বর্ষত অনুষ্ঠিত হৈ ‘এডভান্টেজ আছাম-২‘ বিনিয়োগ সম্মিলনৰ পাছত এই গতি ক্ষিপ্ৰতৰ হৈছে।

ADVERTISEMENT

তাৰেই শেহতীয়া উদাহৰণ দাঙি ধৰি কাজিৰঙাৰ দৰে আন্তর্জাতিক খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ স্বীকৃতি বাতিল কৰা হৈছে। এই ক্ষেত্রত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তও চৰকাৰৰ বাবে গৌণ হৈ পৰিছে। ইয়াৰ কাৰণৰ সম্পৰ্কত ৰাজ্য চৰকাৰ তথা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে সম্পূর্ণ মৌনতা অৱলম্বন কৰিছে।

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ষষ্ঠ সংযোজনৰ স্বীকৃতি বাতিল কৰা হয়, সেই অংশটো হ’ল বাঘৰ অন্যতম বিচৰণথলী। কাজিৰঙা ব্যাঘ্র প্রকল্পৰ অন্তর্ভুক্ত এই অংশটোক লৈ বিগত ২০২০ৰ দুই ছেপ্টেম্বৰত তদানীন্তন ৰাজ্য চৰকাৰে কাজিৰঙাৰ নৱম সংস্কৰণ সৃষ্টি কৰিছিল। সেই সিদ্ধান্তই বৰ্তমানৰ চৰকাৰখনে বাতিল কৰিলে। এই সিদ্ধান্ত সাধাৰণ সিদ্ধান্ত নহয় বুলি স্বয়ং বন বিভাগতে সৰব চর্চা চলিছে। এই নৱম সংস্কৰণটো আছিল তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা বাতিলৰ জাননী অনুসৰি নৱম সংস্কৰণৰ মুঠ মাটিকালিৰ পৰিমাণ ২,৮৭০ হেক্টৰ। বিভাগে এ ২০২০/৪৭ নম্বৰৰ জাননীৰ জৰিয়তে বাতিলৰ সিদ্ধান্ত ঘোষণাৰ লগে লগে কাৰ্যকৰীও হয়। প্রসংগক্রমে উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনে কাজিৰঙাৰ দশম সংস্কৰণো ঘোষণা কৰিছিল। সেই ঘোষণা আজিলৈকে ঘোষণা হৈয়েই ৰৈছে। বৰঞ্চ ঘোষণাক কাৰ্যকৰী ৰূপ নিদিয়াৰ স্থিতিতহে আছে চৰকাৰ।

দিছপুৰৰ সূত্ৰত প্ৰকাশ যে বিনিয়োগ সম্মিলনৰ প্ৰস্তুতিৰ সময়ৰ পৰাই চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক উদ্যোগীকৰণৰ ভূমিক লৈ চকু ৰাখিবলৈ পৰামৰ্শ দিছিল। কিয়নো চৰকাৰে এই কথা ভালদৰে জানে যে উদ্যোগ স্থাপন তথা উদ্যোগীকৰণৰ বাবে প্রয়োজন হোৱা ভূমিৰ নামত ৰাজ্যত অস্থিৰতাৰ সৃষ্টি হোৱাটো নিশ্চিত। পলাশবাৰী, পৰ্বতঝোৰা আদি স্থানত সম্প্রতি তেনে পৰিস্থিতিৰেই উদ্ভৱ হৈছে। সেয়েহে বনাঞ্চলৰ ভূমিৰ ওপৰত চৰকাৰৰ প্ৰথমৰ পৰাই চকু পৰি আহিছে। কাজিৰঙাৰ ষষ্ঠ সংযোজন তাৰেই পৰিণতি বুলি স্বয়ং বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগতে চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 6th AdditionKaziranga National ParkTiger Reserve
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d