Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুটা কাৰণত এয়াৰ ইণ্ডিয়াৰ বিমানত উঠাৰ ভয়? 

আহমেদাবাদৰ কাণ্ডৰ পাছত হ্ৰাস পাইছে কোম্পানীৰ টিকট বিক্ৰী 

publisher by publisher
June 20, 2025
in India, News
Reading Time: 1 min read
0
পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি!
2
SHARES
17
VIEWS
ShareShareShareShare

Air india :আঠ দিন পূৰ্বে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ। চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰাৰ কিছু মিনিটৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় এখন বিমান ।বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকেই মৃত্যু সাৱটি লয়।

ADVERTISEMENT

এই ঘটনাৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াৰ টিকট বিক্ৰী হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যোৱা ছয় দিনত টিকটৰ বিক্ৰী ৩০-৩৫ শতাংশ হ্ৰাস পোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

RelatedPosts

এয়াৰ ইণ্ডিয়াৰ সহকাৰী পাইলটৰ বেগত উদ্ধাৰ গাঞ্জা!

ইৰাণ-ইজৰাইল সংঘাতৰ প্ৰভাৱ: মে’ ৩১লৈকে ইজৰাইললৈ উৰণ স্থগিত এয়াৰ ইণ্ডিয়াৰ 

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

দুৰ্ঘটনাৰ পাছৰে পৰা বহু লোকে এয়াৰ ইণ্ডিয়াৰ সেৱাক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰি আহিছে। একাংশ লোকে টিকট বাতিল কৰিবলৈ বাধ্য হোৱাৰ আশংকাও প্ৰকাশ কৰিছে।

ব্যক্তিগত কোম্পানী ‘ব্লু ষ্টাৰ এয়াৰ ট্ৰেভেল চাৰ্ভিচেছ (ভাৰত’)ৰ মুৰব্বী মাধৱ ওঝাই মতে, নতুন বুকিংও একে ধৰণে হোৱা নাই। তেওঁ কয় যে নতুন বুকিং ৩০-৩৫ শতাংশ হ্ৰাস পাইছে।

কেৱল সেয়াই নহয়, ‘এন ডি টি ভি প্ৰফিট’ৰ এক প্ৰতিবেদন অনুসৰি বিভিন্ন ট্ৰেভেল এজেন্সীয়ে এই দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ ২০ শতাংশতকৈ অধিক টিকট বাতিল হোৱা বুলি প্ৰকাশ কৰিছে।

অৱশ্যে ‘ৱাণ্ডাৰঅন’ নামৰ আন এখন ট্ৰেভেল এজেন্সীৰ মুৰব্বী গোবিন্দ গৌৰে দাবী কৰিছে যে বাতিলৰ হাৰ ২০ শতাংশ নহ’লেও ৫-৭ শতাংশ। এক সংবাদ মাধ্যমেৰ আগত তেওঁ কয়,”এয়াৰ ইণ্ডিয়া টিকট বাতিল কৰা হৈছে। যাত্ৰীসকলে অন্য বিমান সংস্থাৰ স’তে টিকট বুকিং কৰাৰ চেষ্টা কৰিছে।”

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যাত্ৰীসকলে এয়াৰ ইণ্ডিয়াৰ পৰা আঁতৰি যোৱাৰ মূল কাৰণ দুটা। এটা, বিমান সংস্থাটোৰ নাম এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ বয়িং বিমান। এই দুটা কাৰণত মানুহে অত্যন্ত আতংকিত হৈছে।

বিভিন্ন ট্ৰেভেল এজেন্সীৰ বিষয়াসকলে সংবাদ মাধ্যমৰ আগত জনাই যে, এই দুৰ্ঘটনাৰ পাছতো এনেকুৱা হোৱা নাই যে সাধাৰণ লোকে বহিঃৰাজ্য ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিছে।

এয়াৰ ইণ্ডিয়া টিকট বাতিলৰ যি প্রবণতা দেখা গৈছে,সেয়া অন্য বিমান সংস্থাৰ ক্ষেত্ৰত একেধৰণে হোৱা নাই।

তেওঁলোকৰ মতে, আহমেদাবাদৰ দুৰ্ঘটনা নিশ্চিতভাৱে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। কিন্তু সেই ঘটনাৰ পাছত কেবাখনো বিমান বাতিল কৰা হয়, আৰু কাৰিকৰী দোষৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান বিমানবন্দৰলৈ উভতি যাবলগীয়া হয় – এই সকলোবোৰে যাত্ৰীসকলৰ মনত বিপুল প্ৰভাৱ পেলাইছে।

দাবী কৰা হৈছে যে যোৱা ৪৮ ঘণ্টাত এয়াৰ ইণ্ডিয়াৰ নখন বিমান বাতিল কৰা হৈছে। ইয়াৰে অধিকাংশই বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ।

অৱশ্যে ১৪ বছৰ পূৰ্বে প্ৰথম আকাশত উৰা মৰা আমেৰিকান কোম্পানী বয়িঙে নিৰ্মাণ কৰা এই বিমানক সুৰক্ষাৰ ক্ষেত্ৰত ‘শ্ৰেষ্ঠ’ বুলি বিবেচিত হৈছে।

উদ্বিগ্ন সূত্ৰই দাবী কৰিছে যে আহমেদাবাদৰ ঘটনাৰ পূৰ্বে এই বিমানখন কেতিয়াও ইমান ডাঙৰ দুৰ্ঘটনাত জড়িত হোৱা নাছিল।

আহমেদাবাদৰ দুৰ্ঘটনাৰ পাছত দেশৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএই টাটা গ্ৰুপৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ মালিকানাধীন ড্ৰিমলাইনাৰ ৭৮৭-৮ আৰু ৭৮৭-৯ বিমানসমূহৰ সকলো নিৰাপত্তা পৰ্যালোচনাৰ নিৰ্দেশ দিছে।

এয়াৰ ইণ্ডিয়াই বৰ্তমান ২৬খন বয়িং ৭৮৭-৮ আৰু সাতখন ৭৮৭-৯ বিমান চলাই আছে। এয়াৰ ইণ্ডিয়াই কয়, “২৬খন বিমানৰ সুৰক্ষা পৰ্যালোচনা সম্পূৰ্ণ হৈছে। বাকী থকা বিমানসমূহৰ সুৰক্ষা পৰ্যালোচনা চলি আছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AhmedabadAir India
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d