Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আহমেদাবাদৰ বিমান দুর্ঘটনাত মৃত্যু গুজৰাটৰ পৰিচালক!

অৱশেষত DNA পৰীক্ষাত চিনাক্ত দেহ

publisher by publisher
June 22, 2025
in India, News
Reading Time: 1 min read
0
আহমেদাবাদৰ বিমান দুর্ঘটনাত মৃত্যু গুজৰাটৰ পৰিচালক!
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

ইণ্ডিগ’ত বোমাৰ আতংক!

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

Ahmedabad plane crash:আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ পৰিচালক মহেশ জিৰাৱালাৰ মৃত্যু। ডিএনএ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহ চিনাক্ত কৰা হৈছে বুলি শনিবাৰে এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

ADVERTISEMENT

১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এক ভয়ানক বিমান দুৰ্ঘটনাত ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জন যাত্ৰীৰে মৃত্যু হয়। অৱশ্যে যাত্ৰীসকলৰ লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলত বহু স্থানীয় লোকৰো মৃত্যুৰ আশংকা কৰা হৈছে। এই তালিকাত আছিল গুজৰাটী পৰিচালক মহেশ জিৰাৱালা।

দুৰ্ঘটনাৰ পাছৰ পৰাই তেওঁৰ কোনো সন্ধান পোৱা নাছিল। তেওঁৰ মোবাইল লুকেচনো দুৰ্ঘটনাস্থলীৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰত পোৱা গৈছে । এনে পৰিস্থিতিত বিমান দুৰ্ঘটনাত মহেশৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল।

যদিও মহেশৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে মানি ল’ব বিচৰা নাছিল, তথাপিও পৰিয়ালৰ এজন সদস্যই ডি এন এৰ নমুনা লৈ আহিছিল। এইবাৰ সেই নমুনাটো মিলি গ’ল। লগতে এখন জ্বলি যোৱা স্কুটিৰ কিছু অংশ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে।

সেই স্কুটীখনৰ ইঞ্জিন আৰু চেছিছ নম্বৰ মিলাই চোৱা হৈছে। তথ্য অনুসৰি,মহেশে ব্যৱহাৰ কৰা গাড়ীখনৰ ইঞ্জিন আৰু চেছিছ নম্বৰো মিল খায়। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই মহেশৰ মৃতদেহ এতিয়াও পৰিয়ালক গতাই দিয়া নাই।

উল্লেখযোগ্য যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাই নিমিষতে সকলো সলনি কৰিলে। সেইদিনা গুজৰাটৰ আহমেদাবাদৰ পৰা ২৪২ জন লোকক লৈ যোৱা এ আই ১৭১ বিমানে লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰে।

অৱশ্যে উৰণৰ পাছত ওপৰলৈ উঠি যোৱাৰ পৰিৱৰ্তে নামিবলৈ ধৰিলে। বিমানখনে বিমানবন্দৰৰ কাষতে থকা মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰে। এক বৃহৎ বিস্ফোৰণৰ ফলত সমগ্ৰ হোষ্টেলত জুই লাগিল।

যদিও এই বিমান দুৰ্ঘটনাত থকা ২৪১ জন লোকৰ মৃত্যু হয়, তথাপিও তাৰে এজন যাত্ৰী বিশ্বকুমাৰ ৰমেশে ধ্বংসাৱশেষৰ পৰা ওলাই আহি সকলোকে আচৰিত কৰি তুলিলে।

অৱশ্যে বিমানখনত থকা যাত্ৰীসকলৰ উপৰিও ঘটনাৰ সময়ত তাত থকা স্থানীয় নাগৰিকসকলৰো এই দুৰ্ঘটনাৰ ফলত মৃত্যু হয়।সেই তালিকাত সংযোজন হ’ল গুজৰাটৰ পৰিচালক মহেশৰ নাম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AhmedabadAhmedabad Plane Crash
publisher

publisher

Related Posts

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d