Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ইৰানে নিৰাপদে সুৰক্ষিত স্থানলৈ নিলে চাৰিশ কিলোগ্ৰাম ইউৰেনিয়াম 

publisher by publisher
June 25, 2025
in International, News
Reading Time: 1 min read
0
ইৰানে নিৰাপদে সুৰক্ষিত স্থানলৈ নিলে চাৰিশ কিলোগ্ৰাম ইউৰেনিয়াম 
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Iran Israel Conflict:  ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিদ্ৰাহৰণ কৰি ইৰানে গোপন স্থানত মজুত কৰিলে চাৰিশ কিলোগ্রাম ইউৰেনিয়াম। অচিৰে এই ইউৰেনিয়ামৰে দেশখনে পৰমাণু বোমা তৈয়াৰ কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে। কাৰণ এই ইউৰেনিয়ামৰ ৬০ শতাংশ সংশোধিত বা সমৃদ্ধিকৃত।

ADVERTISEMENT

উল্লেখ্য যে ৯০ শতাংশ সংশোধিত ইউৰেনিয়ামৰে পৰমাণু বোমা তৈয়াৰ কৰিব পাৰি বুলি বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে। যিহেতু ইৰানে ইউৰেনিয়ামৰ ৬০ শতাংশ সমৃদ্ধিকৰণ সম্পন্ন কৰিলে গতিকে দেশখনে অচিৰে পৰমাণু বোমা তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। ইউৰেনিয়ামৰ আৰু মাথোঁ ৩০ শতাংশ সমৃদ্ধিকৰণ সম্পন্ন কৰিব পাৰিলেই ইৰান পৰমাণু শক্তিধৰ ৰাষ্ট্ৰত পৰিণত হোৱাৰ আশংকা কৰি উদ্বিগ্ন হৈছে ইজৰাইল, মার্কিন যুক্তৰাষ্ট্ৰ প্ৰভৃতি দেশ।

উল্লেখ্য যে ইজৰাইল-ইৰানৰ যুদ্ধ অব্যাহত থকাৰ সময়তে যোৱা শনিবাৰে নিশা মার্কিন বাহিনীয়ে ইৰানৰ তিনিটা পৰমাণু কেন্দ্ৰত অতর্কিতে আক্ৰমণ কৰে। বাংকাৰ বাষ্টাৰ বোমা আৰু ক্ষেপণাস্ত্ৰৰে ইৰানৰ এই তিনি পৰমাণু কেন্দ্ৰ ক্ৰমে ফ’ৰডো, নাটাঞ্জ আৰু ইছফাহানত মার্কিন বাহিনীয়ে আক্রমণ সংঘটিত কৰি তিনিওটা পৰমাণু কেন্দ্ৰ ধ্বংস কৰা বুলি দাবী কৰে।

মার্কিন বাহিনীৰ এনে দাবীৰ বিপৰীতে ইৰানেই নহয়, ৰাছিয়া আৰু আনকি আন্তর্জাতিক পৰমাণু শক্তি সংস্থায়ো দৃঢ়তাৰে মতপোষণ কৰি আহে যে মার্কিন বাহিনীৰ আক্ৰমণত ইৰানৰ পৰমাণু কেন্দ্ৰকেইটাৰ বিশেষ ক্ষয়-ক্ষতি নহ’ল। অন্যথা এই তিনি পৰমাণু কেন্দ্ৰৰ পৰা তেজস্ক্রিয় বিকিৰণ ঘটিলেহেঁতেন।

লক্ষ্যণীয় যে ইৰানক পৰমাণু শক্তিধৰ ৰাষ্ট্ৰত বিৰত থকাৰ উদ্দেশ্যে দেশখনৰ স’তে যুদ্ধত লিপ্ত হৈছে ইজৰাইল। আনহাতে, মার্কিন বাহিনীৰ আক্ৰমণৰ পূৰ্বে ইৰানে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চকুত ধূলি দি এই তিনিটা পৰমাণু কেন্দ্ৰৰ পৰা গোপন স্থানলৈ চাৰিশ কিলোগ্রাম ইউৰেনিয়াম আঁতৰাই নিয়ে। ৬০ শতাংশ সমৃদ্ধিকৃত এই ইউৰেনিয়ামৰে ১০ টা পর্যন্ত পৰমাণু বোমা তৈয়াৰ কৰিব পৰা হ’ব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।

কৃত্রিম উপগ্ৰহৰ জৰিয়তে তোলা ফটো আৰু ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা খামেনিৰ ঘনিষ্ঠ সূত্রই ইংগিত দিয়ে যে ইৰানে উক্ত তিনি পৰমাণু কেন্দ্ৰত মজুত থকা ইউৰেনিয়াম গোপন স্থানলৈ আঁতৰাই নিয়াৰ সম্ভাৱনাই প্রবল। কেৱল পৰমাণু কেন্দ্রকেইটাত মজুত থকা ইউবেনিয়ামে নহয়, কেন্দ্র তিনিটাৰ পৰা কেতবোৰ সা-সৰঞ্জামো দেশখনে গোপন স্থানলৈ নিয়াৰ ইংগিত দিছে সূত্রই।

মার্কিন বাহিনীয়ে আক্রমণ চলোৱাৰ কিছুদিন পূর্বে দেশখনে মজুতকৃত ইউৰেনিয়াম গোপন স্থানলৈ লৈ যায়। কাজেই মার্কিন প্রশাসন আৰু ইজৰাইলৰ উদ্বিগ্নতা বৃদ্ধি পাইছে। এই সম্পর্কত মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ লগতে দেশখনৰ একাংশ জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গই ইংগিত দিয়ে যে ইৰানে এই বৃহৎ পৰিমাণৰ ইউৰেনিয়াম কোন স্থানলৈ গোপনে আঁতৰাই নিলে সেয়া তেওঁলোকৰ অৱগত নহয়।

লক্ষ্যণীয়ভাবে কালি নতুন দিল্লীস্থিত ইৰানৰ ৰাষ্ট্রদূত ড০ ইৰাজ ইলাহীয়ে এক সংবাদমেলৰে হোৱা সাক্ষাৎকাৰত কয় যে ইজৰাইলৰে চলিত যুদ্ধত মার্কিন যুক্তৰাষ্ট্রও লিপ্ত হ’ব বুলি তেহবানে ধাৰণা কৰি আছিল। সেই অনুসৰি দুয়োখন দেশৰ আক্ৰমণৰ মোকাবিলা কৰাৰ বাবে তেহৰান প্রস্তুত হৈ উঠে। এনে প্রস্তুতিৰ অংশৰূপে তেহৰানে মার্কিন বাহিনীৰ আক্ৰমণৰ পূৰ্বে পৰমাণু ক্ষেত্র তিনিখনত মজুত থকা ইউৰেনিয়াম গোপন স্থানলৈ নিয়াৰ ইংগিত দিয়ে সূত্রই।

ইজৰাইলী আৰু মার্কিন গুপ্তচৰো পতিয়ন গৈছে যে মার্কিন বাহিনীৰ আক্ৰমণৰ পূৰ্বে ইৰানে এই বৃহৎ পৰিমাণৰ পৰমাণু একোটা বৃহৎ বাকচত ভৰাই কে’বাখনো ট্রাকত তুলি এক গোপন ভূগর্ভস্থ স্থানলৈ নিয়ে। এই গোপন ভূগর্ভস্থ স্থান ইছফাহানৰ ওচৰতে অবস্থিত হোৱাৰো সম্ভাৱনা আছে।

ইৰানে এনেদৰে গোপন তথা সুৰক্ষিত স্থানলৈ – এই বৃহৎ পৰিমাণৰ ইউৰেনিয়াম আঁতৰাই নিয়াটো সত্য বুলি নাম প্রকাশত অনিচ্ছুক দুজন ইজৰাইল বিষয়ায়ো মানি লৈছে। ইৰান পৰমাণু অস্ত্ৰ তৈয়াৰত সফল হ’ব বুলিও আত্মবিশ্বাস তুংগত আছে খামেনিৰ। তেওঁৰ ঘনিষ্ঠ সূত্রই ইয়াৰ ইংগিত দিছে। ‘খেলখন শেষ হোৱা নাই’ বুলি খামেনিৰ ঘনিষ্ঠ সূত্রই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।

ইয়াৰ দ্বাৰা সূত্রই ইংগিত দিছে যে ইৰানে পৰমাণু বোমা তৈয়াৰ কৰিবই। লক্ষ্যণীয়ভাবে যোৱা ১৩ জুনত ইজৰাইলে বিমানৰে ইৰানত বোমাবর্ষণ কৰি যুদ্ধৰ সূত্রপাত ঘটোৱাৰ আগৰে পৰা পাৰস্য উপসাগৰীয় দেশখনে পাৰমাণৱিক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি প্রকাশ কৰি আহিছে। অৱশ্যে অসামৰিক পাৰমাণৱিক কর্মসূচীহে লোৱা বুলিও দেশখনে দাবী কৰি আহিছে।

পাৰমাণবিক বিষয়ক লৈ মার্কিন প্রশাসনৰ স’তেও ইৰান আলোচনাত মিলিত হৈ আহিছে। অৱশ্যে ইজৰাইল, মার্কিন – প্রশাসন আদিয়ে ইৰানৰ ভাষ্যত পতিয়ন যোৱা নাই। আজিও দেশখনে শান্তিপূর্ণ কামতহে পৰমাণু কর্মসূচী লৈছে বুলি দাবী কৰে। এই সম্পৰ্কত ইৰানৰ পৰমাণু শক্তি সংস্থাৰ মুৰব্বী মহম্মদ ইছলামীয়ে কয়, ‘(মার্কিন বাহিনীৰ দ্বাৰা) আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ আমি বুজ লৈছো। পুনৰ এই কাম আৰম্ভ কৰাৰ পৰিকল্পনা আগতীয়াকৈ প্ৰস্তুত কৰিলো। উৎপাদন অব্যাহত বখাতো নিশ্চিত কৰাটো হ’ল আমাৰ ৰণকৌশল।’ অৱশ্যে ইছলামীয়েও ইংগিত দিয়ে যে ইৰানে অসামৰিক কাৰ্যত = ব্যৱহাৰৰ উদ্দেশ্যেহে পাৰমাণৱিক কর্মসূচী হাতত লৈছে।

আশ্চর্যজনক যে পূর্বে ইৰানৰ এনে ভাষ্য মানি লৈছিল মার্কিন ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক তুলসী গাবার্ডেও। অৱশ্যে সম্প্রতি গাবার্ডে স্থিতি সলনি কৰি কয় যে ইৰানে ‘কিছু সপ্তাহ’ৰ ভিতৰতে পৰমাণু বোমা তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। একেদৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ইজৰাইলে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যে ইৰানে পৰমাণু বোমা তৈয়াৰৰ বাবে ইউৰেনিয়ামৰ সমৃদ্ধিকৰণ অব্যাহত ৰাখিছে। আনকি ট্রাম্পে ইৰানক শান্তিৰ বাবে আগবাঢ়ি আহিবলৈ ভাবুকিও দিছে।

অন্যথা দেশখনৰ পৰমাণু সমৃদ্ধিকৰণ কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ হুংকাৰ দি আহিছে ট্রাম্পে। তেওঁ কয়, ‘খৰতকীয়াভাৱে শান্তি ঘূৰি নাহিলে ইৰানৰ বাকী থকা পৰমাণু ক্ষেত্ৰসমূহতো আমি আক্ৰমণ কৰিম।’ অৱশ্যে ট্রাম্পৰ এনে সকীয়নিলৈ মুঠেই ভ্রূক্ষেপ কৰা নাই ইৰানে। বৰঞ্চ যোৱা নিশা কাটাৰৰ ৰাজধানী ড’হাস্থিত মার্কিন সামৰিক ঘাটিত ইৰানে আক্রমণ কৰে।

কালি পুৱতি নিশা ট্রাম্পে ইৰান-ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো ইৰানী সামৰিক বাহিনীয়ে ইজৰাইললৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰে। একেদৰে ইজৰাইলেও ইৰানক মঙলবাৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।

আনহাতে, ইৰানৰ পৰমাণু কাৰ্যসূচী সম্পৰ্কত অলপতে আন্তর্জাতিক পৰমাণু শক্তি সংস্থাৰ মুৰব্বী ৰাফেল গ্র’ছিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনায় যে ইৰানৰ পৰমাণু কর্মসূচী যিমান শীঘ্রে সম্ভব হয় সিমান সোনকালে পৰিদৰ্শনৰ প্রয়োজন হৈছে।

ইয়াৰ পূৰ্বে সংস্থাটোৱে ইৰানৰ পাৰমাণবিক কর্মসূচী পৰিদৰ্শন কৰে। গ্র’ছিয়ে লগতে সকীয়ায়ো দিয়ে যে = ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত থাকিলে এই প্রয়োজন পৰিদৰ্শন পলম হ’ব। আনহাতে, ইজৰাইল চৰকাৰৰ মতে পৰমাণু বোমা তৈয়াৰৰ প্ৰক্ৰিয়াত এনে অৱস্থাত উপনীত হ’ল যে য’ৰ পৰা দেশখন ঘূৰি অহা সম্ভৱ নহয়।

লক্ষ্যণীয়ভাবে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰ পাছতে পাৰমাণৱিক নিষিদ্ধকৰণ চুক্তি ত্যাগৰ হুংকাৰ দিয়ে পাৰস্য উপসাগৰীয় দেশখনে। ইৰানৰ এনে হুংকাৰে আভাস দিয়ে যে ইজৰাইল বা মার্কিন প্রশাসনে আশংকা কৰি অহা ধৰণে তেহৰান পৰমাণু বোমা তৈয়াৰত বদ্ধপৰিকৰ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaIranIran Israel ConflictIsrael
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d