Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেশৰ ভিতৰতে সৰ্বাধিক ভুৱা চিকিৎসক আছে অসমত

publisher by publisher
June 29, 2025
in Assam, News
Reading Time: 1 min read
0
দেশৰ ভিতৰতে সৰ্বাধিক ভুৱা চিকিৎসক আছে অসমত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Fake Doctors:দেশৰ ভিতৰতে সৰ্বাধিক ভুৱা চিকিৎসক থকা অসমত ৰোগীৰ জীৱনক লৈ হেতালি খেলি থকা এনে অপৰাধীৰ বিৰুদ্ধে ৰহস্যজনকভাৱে থমকিল চৰকাৰী অভিযান।

ADVERTISEMENT

ৰাজ্যৰ প্রান্তে প্রান্তে সক্রিয় হৈ আছে বহু সংখ্যক ভুৱা চিকিৎসক। চিকিৎসা বিজ্ঞানৰ প্ৰয়োজনীয় অর্হতা নথকাকৈয়ে এইসকল লোকে নিজকে চিকিৎসক বুলি দাবী কৰি ৰাজনৈতিক পৃষ্ঠপোষকতা লাভৰ লগতে একাংশ দালালৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষক হাত কৰি বিনা বাধাই চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।

উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এক প্রতিবেদনত পোহৰলৈ আহিছে যে দেশৰ ভিতৰতে সর্বাধিক ভুৱা চিকিৎসক থকা ৰাজ্য হৈছে অসম। বিভিন্ন ডিপ্ল’মা আৰু বিদেশৰ ভুৱা ডিগ্ৰী লৈ একাংশ লোকে ভুৱা প্ৰমাণপত্ৰৰে চিকিৎসা পৰিষদত নাম পঞ্জীয়ন কৰি বিভিন্ন স্থানত ৰোগীৰ জীৱনক লৈ হেতালি খেলি চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।

এনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে এসময়ত চিবিআইয়ে অসমৰ কে’বাটাও স্থানত তালাচী অভিযান চলাইছিল। একেদৰে অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ তদাৰকী শাখা, স্বাস্থ্য বিভাগ, অসম আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই বহু সংখ্যক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে যদিও ভুৱা চিকিৎসকৰ এই বজাৰখন আজিও অবাধে চলি আহিছে ৰমৰমীয়াকৈ।

এই সংক্ৰান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে যদিও নির্বিঘ্নে ৰাজ্যৰ বিভিন্ন প্রান্তত এতিয়াও ভুৱা চিকিৎসক সক্রিয় হৈয়ে আছে। তাৎপর্যপূর্ণ বিষয়টো হ’ল এয়ে যে সংশ্লিষ্ট বিভাগসমূহে একাংশ ক্লিনিক তথা ব্যক্তিগত স্বাস্থ্য কেন্দ্রত সময়ে সময়ে ভুৱা চিকিৎসকৰ সন্ধানত তালাচী চলাইছিল যদিও এই অভিযান ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰে।

তাৰ মাজতে পোহৰলৈ আহিছে যে ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰু একাংশ দালালক নিয়োজিত সংশ্লিষ্ট অভিযানকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক হাত কৰি ভুৱা চিকিৎসকে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।

অভিযোগ অনুসৰি, স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতো সক্রিয় হৈ আছে ভুৱা চিকিৎসক। ইফালে, বিগত দুই-তিনিটা বর্ষত অসমত অর্ধশতাধিক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। চলিত বর্ষত তথা যোৱা এপ্রিলত সংশ্লিষ্ট কর্তৃপক্ষই বৰপেটাৰ বিভিন্ন প্ৰান্তত ভুৱা চিকিৎসকৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছিল।

এই অভিযানত বহু সংখ্যক ভুৱা দন্ত চিকিৎসকৰ তথ্য পোহৰলৈ আহে। এই অভিযানত পোহৰলৈ অহা এই ২৬ জন ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হ’ল, সেয়াহে আজি পর্যন্ত ৰাইজৰ অৱগত নহ’ল। ৰহস্যজনকভাৱে বিষয়টো তাতেই তল পৰি ৰ’ল।

ইয়াৰ উপৰি যোৱা মে’ত কলিয়াবৰৰ পৰা এজন ভুৱা হোমিঅ’পেথিক চিকিৎসকক সংশ্লিষ্ট বিভাগৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ প্ৰতিবেদনত অসমত সর্বাধিক ভুৱা চিকিৎসক সক্রিয় হৈ থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতো এই ক্ষেত্ৰত চৰকাৰখনৰ যিসকলে সক্রিয় হ’ব লাগিছিল, তেনে হোৱা দেখা নগ’ল।

ফলত বৰপেটাকে ধৰি পশ্চিম আৰু উত্তৰ অসমৰ বহুকেইখন জিলাৰ লগতে কামৰূপ গ্রাম্য জিলাতো বহু সংখ্যক ভুৱা চিকিৎসকে ক্লিনিক খুলি নীতিবহির্ভূতভাৱে ৰোগীৰ জীৱনক লৈ হেতালি খেলি অনায়াসে চিকিৎসাৰ নামত অবৈধ বেহা চলাই গৈছে।

এনে সন্দেহজনক চিকিৎসকক আজিও সংশ্লিষ্ট বিভাগৰ তদন্তই ঢুকি পোৱা নাই। অভিযোগ উঠিছে যে এনে সন্দেহজনক চিকিৎসকে ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু একাংশ দালাল নিয়োজিত কৰি সংশ্লিষ্ট পক্ষক হাত কৰিয়েই এনে ব্যৱসায় চলাই গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFake Doctors
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d