Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

United Revolutionary Movement Council of Assam Conference in Kolgachia:কলগাছিয়াত অনুষ্ঠিত হ’ব আৰ্মকাৰ চাৰিদশক পূৰ্তি অধিবেশন

আৰ্মকাৰ কেন্দ্ৰীয় সমিতিৰ সভা অনুষ্ঠিত ,ৰাজ্যজুৰি কৃষক উচ্ছেদৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধৰ আহ্বান। গিৰ গাই -গুজৰাট -গৰুখুটি -গৰুচোৰৰ গেৰুৱা সম্পৰ্ক উদং হ'ল , খেদ ঐ খেদ, গোমাংসৰ ৰাজনীতি কৰা গৰুচোৰ মাটি মাফিয়া খেদ 

publisher by publisher
July 5, 2025
in Assam, News
Reading Time: 1 min read
0
United Revolutionary Movement Council of Assam Conference in Kolgachia:কলগাছিয়াত অনুষ্ঠিত হ’ব আৰ্মকাৰ চাৰিদশক পূৰ্তি অধিবেশন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

United Revolutionary Movement Council of Assam Conference in Kolgachia:

অসম সংযুক্ত বিপ্লৱী আন্দোলন পৰিষদ(আৰ্মকা) ৰ কেন্দ্ৰীয় সমিতিৰ তিনি দিনীয়া বৈঠকৰ আজি ইয়াত ওৰ পৰে। কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণকান্ত গগৈৰ সভাপতিত্ব বহা বৈঠকখনত চিপিআই (এম এল) -মাচলাইনৰ ৰাজ্যিক সম্পাদকমণ্ডলী সদস্য ,প্ৰা: বিধায়ক কমৰেদ চন্দ্ৰধৰ কলিতা, ঝাড়খণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ সভাপতি ৰবচন মুণ্ডা,নাৰী মুক্তি সন্থাৰ নেত্ৰী চৈয়দা মচফিকা বেগম, আৰ্মকাৰ প্ৰ: প্ৰ: সম্পাদক মানচাও অমৃত চেতিয়া,অসম মজুৰি শ্ৰমিক ইউনিয়নৰ প্ৰ: সম্পাদক চন্দ্ৰকান্ত অধিকাৰীয়ে বিশেষভাৱে নিমন্ত্ৰিত হৈ উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

ADVERTISEMENT

সভাই অসমৰ বিজেপি চৰকাৰ খনে বৰ্তমান চলাই থকা এলানি উচ্ছেদৰ পৰ্যালোচনা কৰি এই সিদ্ধান্তত উপনীত হয় যে গৰুখুটি গোৱালাপাৰা আদিৰ উচ্ছেদ অভিযান, ঘাইকৈ মিঞা -মুচলমানৰ বিৰুদ্ধে পৰিচালিত আছিল বাবে বহুতেই হৰ্ষ প্ৰকাশ কৰিছিল; কিন্তু মিকিৰ বামুণী, আমচাং আদিত এই উচ্ছেদলানিৰ জনজাতি -আদিবাসী বিৰোধী -চৰিত্ৰও প্ৰকট হৈ পৰিল, তাৰপাছত পলাশবাৰী বৰদুৱাৰ আৰু পৰ্বতজোৰাত সংঘটিত উচ্ছেদ উৎকট জনজাতি বিৰোধী চৰিত্ৰ প্ৰদৰ্শন কৰিলে। অৱশেষত কালি -পৰহি লখিমপুৰৰ ফুকনৰ হাটত ছশ বছৰ অসমত ৰাজত্ব কৰা আহোম সম্প্ৰদায়ৰ ওপৰতো উচ্ছেদৰ জেচিবি চলে। কাৰ্বি আংলং -দিমা হাচাও যদি আদানিক দিবলৈ উচ্ছেদ কৰা হৈছে, মিকিৰ বামুনিত এজিয়ৰ কোম্পানীক ,আন ক’ৰবাত ৰামদেৱক, আন ক’ৰবাত মামা -মামী -গৰুচোৰ -গৰুচুৰুনী – মাটি মাফিয়া- -মাটি খকুৱা -মাটি খাইতী হঁতক আৰু শেহতীয়াকৈ আনকি সত্ৰ -সত্ৰাধিকাৰৰ স্থাৰ্থতো উচ্ছেদ চলিছে বুলি অভিযোগ উঠিছে।

আৰ্মকাৰ নেতৃবৃন্দই – কৰ্পৰেত পুঁজিপতি, ৰামদেৱৰ পৰা সত্ৰাধিকাৰলৈ ধৰ্মগুৰু, আৰু মাটি মাফিয়া -মাটি খকুৱাহঁতৰ স্বাৰ্থত সংঘটিত এইলানি উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু -সংখ্যাগুৰু- জনজাতি, আদিবাসী নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ মানুহক মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়।

আৰ্মকাই অসমৰ শাসক দলৰ শীৰ্ষস্থানৰ এদল নেতাই দৰং জিলাৰ গৰুখুটীত হেজাৰ হেজাৰ সংখ্যালঘু উচ্ছেদ কৰি,কেইবাজনকো হত্যা কৰি কেইবাকোটি টকা ৰাজহুৱা ধনেৰে যি গো -প্ৰকল্প খোলা হৈছিল তাৰ গৰুৰ চুৰি চাপ্ৰাচি কেলেংকাৰীত অসমৰ এজন মন্ত্ৰীবৰ, একাধিক বিধায়ক আৰু সাংসদ জড়িত হোৱাত উদ্বেগ প্ৰকাশ কৰে। স্বয়ং মুখ্যমন্ত্ৰীজনে অত্যন্ত নিকৃষ্ট শব্দ আৰু অংগী ভংগীৰে গোমাংস -গাহৰিমাংসৰ ৰাজনীতি কৰি থকা অৱস্থাত তেওঁলোকৰ গৰুচুৰিৰ গোচৰ বোৰ ধৰা পৰিছে। আৰ্মকাই সেয়েহে “খেদ ঐ খেদ,গৰুচোৰক খেদ,গৰু -গাহৰিৰ মঙহৰ ৰাজনীতি কৰা গৰুবোৰক খেদ” আহ্বান জনায়।

 # জাতি বর্ণগত লোকপিয়ল সম্পৰ্কে

সভাই আৰ্মকাৰ যোৱা চাৰি দশকৰ দাবি :দেশজোৰা জাতি – বৰ্ণগত লোক পিয়ল কেন্দ্ৰ চৰকাৰে মানি ল’বলৈ বাধ্য হোৱাত আনন্দ অনুভৱ কৰে। সভাই সকলো জনগোষ্ঠীগত সংগঠনক এই লোকপিয়লৰ ওপৰত কাঢ়া নজৰ ৰাখি ভাষা – ধর্ম- বর্ণসম্পৰ্কত নিখুঁত তথ্য লিপিবদ্ধ কৰোৱাৰ আহ্বান জনায়।

 #অসমৰ ফেদাৰেল পুনৰ গঠনৰ আহ্বানেৰে চাৰি দশক পূৰ্তি অধিৱেশন কল-গাছিয়াত’

সভাই আৰ্মকাৰ উপ-সভাপতি অধ্যাপক আবুবক্কৰ ছিদ্দিক আহমেদ তথা বৰপেটা জিলা সমিতিৰ আমন্ত্ৰণ ক্ৰমে আৰ্মকাৰ আগন্তুক চাৰিদশক পূৰ্তি অধিৱেশন বৰপেটা জিলাৰ শৈক্ষিক-,বৌদ্ধিক কেন্দ্ৰ কলগাছিয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে শাসকশ্ৰেণীয়ে প্ৰৱৰ্তন কৰা বিতিআৰ মাৰ্কা সকলো স্বায়ত্তশাসনেই জনজাতি দালাল শ্ৰেণী এটা সৃষ্টি কৰি ব্যাপক সংখ্যাক জনজাতীয় লোকক অটল দাৰিদ্ৰলৈ ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিতত স্বায়ত্তশাসনৰ এই আৰ্হি আপোনাআপুনি বাতিল হৈ পৰিছে। ইয়াৰ বিপৰীতে বহুস্তৰীয় স্বায়ত্তশাসনৰ ভিত্তিত অসমৰ ফেদাৰেল পুনগঠনৰ দাবিত অচিৰেই আন্দোলন গঢ়ি তুলিব। অনুষ্ঠিত কৰিব প্ৰাক্তন সতীৰ্থ সন্মিলন।

বাতৰি কাকতলৈ দিয়া এটা বিবৃতিত এই কথা জনাইছে আৰ্মকাৰ সভাপতি কৃষ্ণকান্ত গগৈ উপ-সভাপতি অধ্যাপক আবুবক্কৰ ছিদ্দিকি আৰু প্ৰধান সম্পাদক জনজাতীয় নেতা ৰবিৰাম ৰাভাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 40th Annual ConferenceKolgachiaUnited Revolutionary Movement Council of Assam
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d