Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Rafale Jet :শেহতীয়া পাক-ভাৰত যুদ্ধৰ সময়ত ধ্বংস হৈছিল এখন ৰাফেল যুদ্ধবিমান

৬৩ হেজাৰ কোটি টকাত পুনৰ ২৬ খন ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ প্রস্তুতি ভাৰতৰ, যান্ত্রিক বিজুতিক দায়ী কৰিলে ডাছাউ এভিয়েছনে

publisher by publisher
July 9, 2025
in International
Reading Time: 2 mins read
0
Rafale Jet :শেহতীয়া পাক-ভাৰত যুদ্ধৰ সময়ত ধ্বংস হৈছিল এখন ৰাফেল যুদ্ধবিমান
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Moran:ৰানৱেলৈ পৰিণত হ’ব মৰাণৰ চাৰিলেনযুক্ত ৰাজপথ

Tejas jet Crashes:ডুবাইৰ প্ৰদৰ্শনীত কুচকাৱাজ কৰি থাকোতেই ভূপতিত হ’ল ভাৰতীয় বায়ুসেনাৰ তেজছ

Air Show in Guwahati :বুকু কপাই লাচিত ঘাটৰ আকাশত উৰিব ৭৫ খন ভাৰতীয় যুদ্ধ বিমান

Rafale Jet :

বিগত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত মাজ আকাশত যান্ত্রিক বিজুতি ঘটি এখন অত্যাধুনিক ৰাফেল বিমান ভাঙি পৰিছিল। পাকিস্তানৰ আক্ৰমণত ভাৰতৰ তিনিখন ৰাফেল যুদ্ধবিমান ধ্বংস হোৱাৰ কথা অস্বীকাৰ কৰি এই মন্তব্য কৰিছে এই অত্যাধুনিক বিমান তৈয়াৰকাৰী ফৰাচী প্রতিষ্ঠান ডাছাউ এভিয়েছনৰ মুৰব্বী এবিক টাপিয়াৰে। সংবাদ মাধ্যমৰ আগত টাপিয়াৰে কয় যে অপাৰেছন সিন্দুৰ চলি থকাৰ সময়ত মাজ আকাশত উৰি থকা অৱস্থাত এখন ৰাফেল যুদ্ধবিমানৰ যান্ত্রিক বিজুতি ঘটাত বিমানখন ভাঙি পৰে।

ADVERTISEMENT

উল্লেখ্য যে বিশ্বৰ অতি উন্নতমানৰ যুদ্ধবিমানসমূহৰ প্ৰথম শাৰীতে আছে ৰাফেল যুদ্ধবিমান। এনে যুদ্ধবিমানৰ গৰাকী হোৱা বাবে ভাৰতে গৰ্ব কৰি আহিছে। নৰেন্দ্ৰ মোদী চৰকাৰে কিছু বছৰ পূৰ্বে ৩৬ খন ৰাফেল যুদ্ধবিমান ক্রয় কৰি আনে। সম্প্রতি ৬৩ হেজাৰ কোটি টকাত আৰু ২৬ খন ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ প্ৰস্তুতি চলাই আছে ভাৰতে।

উল্লেখ্য যে মোদী চৰকাৰে ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাক লৈ দেশত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। আনকি এই বিতর্কই উচ্চতম ন্যায়ালয়ৰ মজিয়াও স্পর্শ কৰিছিল। অৱশ্যে ন্যায়ালয়ে চৰকাৰৰ পক্ষে ৰায় দিয়াত বিতর্কটো পৰৱৰ্তী সময়ত নিশকতীয়া হয়। কিন্তু যোৱা মে’ত পাক-ভাৰত যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ ৰাফেলসহ ছখনকৈ যুদ্ধবিমান ধ্বংস কৰা বুলি দাবী কৰাত বিতর্কই পুনৰ প্ৰাণ পাই উঠে।

আনকি ৰাফেল যুদ্ধবিমান ক্রয়ত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হোৱা বুলি সৰৱ হৈ উঠে বিজেপি নেতা ড: সুব্রমণিয়াম স্বামী। ইয়াৰ পাছতে দেশৰ সামৰিক বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) অনিল চৌহানে এটা মার্কিন সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত অপাৰেছন সিন্দূৰত ভাৰতৰ যুদ্ধবিমান ধ্বংস হোৱাৰ কথা প্রকাশ কৰে।

অৱশ্যে তেওঁৰ ভাষ্যত ৰাফেল যুদ্ধবিমান ধ্বংস হোৱাৰ কথা স্পষ্ট হোৱা নাছিল। সেনা মুৰব্বী চৌহানৰ এই সাক্ষাৎকাৰৰ পাছতে ডাছাউ এভিয়েছনৰ মুখ্য কাৰ্যবাহী বিষয়া নাগৰি টাপিয়েৰে দাবী কৰে যে পাকিস্তানে ৰাফেল যুদ্ধবিমান ধ্বংস কৰা বুলি দাবী উত্থাপন কৰাটো সঠিক হোৱা নাই। তেতিয়া তেওঁ লগতে কয়, ‘এই সম্পর্কত ভাৰতে একো জনোৱা নাই। তথাপি তিনিখন ৰাফেল বিমান গুলীয়াই ভূপতিত কৰাৰ দাবী সঠিক নহয়।’ ডাছাউ এভিয়েছনৰ মুৰব্বীজনে দাবী কৰে যে পাকিস্তানী সেনাৰ গুলিত নহয়, যান্ত্রিক বিজুতিৰ ফলতহে এখন ৰাফেল যুদ্ধবিমান ভাঙি পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IAFiaf lost 1 Rafale AircraftMinistry of DefenceOpreation sindoorRafale jets
publisher

publisher

Related Posts

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d