Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Summer Camp:বৰ্তমান পৃথিৱীৰ বাবে নতুন শিকন পদ্ধতি আৰু আমাৰ সকলোৰে ভৱিষ্যত সুৰক্ষাৰ সামুহিক প্ৰচেষ্টা, শীৰ্ষক গ্ৰীস্মকালীন কৰ্মশালাৰ আয়োজন

publisher by publisher
July 11, 2025
in News, Assam
Reading Time: 1 min read
0
Summer Camp:বৰ্তমান পৃথিৱীৰ বাবে নতুন শিকন পদ্ধতি আৰু আমাৰ সকলোৰে ভৱিষ্যত সুৰক্ষাৰ সামুহিক প্ৰচেষ্টা, শীৰ্ষক গ্ৰীস্মকালীন কৰ্মশালাৰ আয়োজন
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Ghagrapar:ঘগ্রাপাৰত আজিৰে পৰা ৬ দিনীয়াকৈ গ্রীষ্মকালীন নাট আৰু নৃত্য কৰ্মশালাৰ আৰম্ভণি

Summer Camp:

আমি কিয় আহিছো,আমাৰ উদ্দেশ্য কি,আমি যি নাজানো, যি আমাক শিকাব,যি আমাক শিকোৱা হ’ব,সেই বিষয় খিনি যাতে হৃদয়ঙ্গম কৰা হয়, বুজি পোৱা হয়, জীৱনৰ অগ্ৰগতিত যাতে সহাৰি হয়, হাইস্কুল অৱস্থাত কি দেখিছো,বহু দেখিছো, প্ৰত্যেকেই এবাৰ নিজকে প্ৰশ্ন কৰো- পৃথিৱীখন ইমান বহল,পৃথিৱীত ইমান ভাণ্ডাৰ আছে তাৰ বিন্দু এটাও আমি আয়ত্ব কৰিব পৰা নাই বুলি নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলত ১০ জুলাইৰ পৰা ১৩ জুলাইলৈকে চাৰিদিনীয়াকৈ শিকন কাৰ্যসুচীৰে আৰম্ভ হোৱা “বৰ্তমানৰ পৃথিৱী বাবে নতুন শিকন আৰু আমাৰ সকলোৰে ভৱিষ্যতৰ সুৰক্ষাৰ সামুহিক প্ৰচেষ্টা” শীৰ্ষক গ্ৰীস্মকালীন কৰ্মশালাত ২৫ তম্‌ বৰ্ষ গৰকা চোচাইটি ফৰ চচিঅ-ইকনমিক এৱাৰনেচ্‌ এণ্ড এনভাইৰোমেণ্ট প্ৰটেকশ্বন চমুকৈ “চীয়েপ” ৰ সভাপতি তথা অসম কৃষি আঞ্চলিক গৱেষনা কেন্দ্ৰৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ড: দিনেশ হাজৰিকাই উপস্থিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এনে দৰেই কয়।

ADVERTISEMENT

2K১০ জুলাই দিনা নগাঁও চৰকাৰী ছোৱালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, নগাঁও মাৰোৱাৰী হিন্দী হাইস্কুল আৰু নগাঁও বিবেকানন্দ হাইস্কুলৰ প্ৰায় ত্ৰিশ গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে “চীয়েপ”ৰ উপ-সভানেত্ৰী তথা নগাঁও চৰকাৰী ছোৱালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বন্তি গোস্বামী বৰা আৰু সেবাৰ আঞ্চলিক সচিব প্ৰশান্ত কোঁৱৰৰ উপস্থিতিত চীয়েপৰ সম্পাদক কিশোৰ কুমাৰ দেবে আত ধৰা কৰ্মশালা খনিত চীয়েপৰ প্ৰতিস্থাপক, দৈনিক কাৰ্য্য তালিকা প্ৰস্তুতি সমন্বয়ক তথা অসম চৰকাৰৰ পৰিবেশ মিত্ৰ বঁটা প্ৰাপক জয়ন্ত কুমাৰ শৰ্মাই কয়, পৃথিৱীৰ ক’ত ক’ত এতিয়া যুদ্ধ লাগি আছে আমি সকলোৱে জানো।

বিশেষতঃ ইজৰাইল আৰু ইৰানৰ মাজত যি যুদ্ধ লাগি আছে সৰ্বাধিক সম্ভাৱনা আছে ইৰানে তেওঁলোকৰ পেট্ৰল জাতীয় সামগ্ৰী পৃথিৱীৰ বেলেগ দেশত নিদিও বুলি বিক্ৰী বন্ধ কৰি দিয়ে,সেইটোৰ পৰা যদি ক্ষতি হয় বিশেষকৈ ভাৰতবৰ্ষৰ কথা কলে-আমাৰ নিজৰ উপাদানেৰে যিমান আমাক পেট্ৰল আৰু ডিজেল জাতীয় সামগ্ৰী লাগে তাৰে ২৫শতাংশ আমাৰ দেশত নিজৰ উৎপাদন হয়,বাকী ৭৫শতাংশ পৃথিৱীৰ বেলেগ দেশৰ পৰা আনিলে তেলৰ দাম বাঢ়িব,লগে লগে আমাৰ দেশতো পেট্ৰল- ডিজেলৰ দাম বাঢ়িব।

যান-বাহন আদিৰ খৰছাদি বঢ়াৰ লগে লগে আমাৰ অপৰিহাৰ্য্য শাক- পাছলিকে প্ৰমুখ্য কৰি অন্ন বস্ত্ৰ আদিৰ দাম সকলোৰে খৰছ বাঢ়িব। যদি কাৰণটো চাও বৰ্তমান লাগি থকা যুদ্ধখন যদিও আমাৰ দেশৰ সতে সম্পৰ্ক নাই বেলেগত হৈছে তাৰ প্ৰভাৱত আমাৰ গোটেই জীৱনটো বেলেগ হ’ব পাৰে, সকলোৰে কষ্ট হ’ব পাৰে।আজি পৃথিবী খন এনেকুৱা পৃথিবীৰ য’তেই আমি নাথাকো আমিবোৰ এজনে আনজনৰ লগত কিবা ধৰণে সম্পৰ্কিত হৈ আছো বুলি কয়।

শৰ্মাই আৰু কয়,সেইয়া বিজ্ঞান প্ৰযুক্তিৰ কাৰণে হ’ব পাৰে,বতৰ জলবায়ু পৰিবেশ সংক্ৰান্তিয় কাৰণত হ’ব পাৰে, ৰাজনৈতিক কাৰণতো হ’ব পাৰে।পৃথিৱীৰ সকলো মানুহ যদি ভালে থাকিবলৈ লগা হয় সকলো মানুহে মিলি আমাৰ ভৱিষ্যতৰ পৃথিৱী কেনেকুৱা হ’লে ভাল, য’ত আমি সকলোৱে থাকিম তাক আজিয়েই চিন্তা ভাৱনা কৰিবৰ হ’ল,পৃথিৱীৰ বাবে নৱ নতুন শিকন পদ্ধতিৰে ভৱিষ্যত সুৰক্ষাৰ সামুহিক প্ৰচেষ্টা লোৱাই এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য বুলি ছাত্ৰ-ছাত্ৰী সকলক স্কুলীয়া শিক্ষাৰ লগতে হাতে কামে আগবাঢ়ি যোৱাৰ পৰামৰ্শ আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Marwari Hindi High SchoolSecondary Laval StudentsSEEAEPSummer Camp
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d