Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অভয়াপুৰী সমজিলাৰ পাচনীয়া গো-মাঠত ৫৩৩ বিঘা ভূমিত বেদখল

ৰাজহ বিভাগৰ জৰীপ-উচ্ছেদৰ আশংকাত নিদ্ৰাহৰণ বেদখলকাৰীৰ

publisher by publisher
July 13, 2025
in Assam, News
Reading Time: 1 min read
0
অভয়াপুৰী সমজিলাৰ পাচনীয়া গো-মাঠত ৫৩৩ বিঘা ভূমিত বেদখল
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

Abhayapuri: ✒️বঙাইগাঁও জিলাৰ সৃজনগ্রাম ৰাজহ চক্ৰৰ অন্তৰ্গত পাচনীয়া গো-মাঠত থকা ৫৩৩ বিঘা ভূমিত একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ঘৰ-দুৱাৰ সাজি থিতাপি লোৱাৰ পাছত শেহতীয়াভাবে ৰাজহ বিভাগে জৰীপ চলোৱাৰ পাছতে উচ্ছেদৰ আশংকাত নিদ্ৰাহৰণ হৈছে পৰিয়ালবোৰৰ।

ADVERTISEMENT

উল্লেখ্য যে জিলাখনৰ অভয়াপুৰী সমজিলা তথা সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত পাচনীয়া-খোৰাগাঁও পঞ্চায়তৰ পাচনীয়া ৰাজহ গাঁৱৰ মাজত থকা গো-মাঠৰ ৫৩৩ বিঘা ভূমিত একাংশ সন্দেহজনক নাগৰিকে বেদখলকৃত ভূমিত ঘৰ-দুৱাৰ সাজি স্থায়ীভাবে বসতি কৰিবলৈ লোৱাত পার্শ্ববর্তী অঞ্চলত বসতি কৰা খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰে।

তথ্য মতে, ১৯৯৮ৰ পৰাই গো-মাঠত বেদখল আৰম্ভ হোৱাৰ পাছত বর্তমানে ডেৰ শতাধিক পৰিয়ালে ভূমি বেদখল কৰি থিতাপি লৈ আছে। প্রথমাৱস্থাত প্রশাসনে বানপীড়িত কেইঘৰমান লোকক অস্থায়ীভাবে থাকিবলৈ দিছিল যদিও ইয়াৰ গইনা লৈ উক্ত পৰিয়ালবোৰৰ লগতে এডেও-দুডেও লোটা নিয়াৰ ছেওকৈ বহু সন্দেহযুক্ত নাগৰিক পৰিয়ালে গো-মাঠৰ ভূমি বেদখল কৰি নিগাজিকৈ থাকিবলৈ লয়।

মনকৰিবলগীয়া যে বঙাইগাঁও, গোৱালপাৰা জিলাৰ উপৰি আনকি ধুবুৰী, বৰপেটা জিলাৰ পৰাও সন্দেহযুক্ত লোক আহি উক্ত গো-মাঠৰ ভূমি বেদখল কৰিবলৈ লয়। এনে অৱস্থাত পাচনীয়া গো-মাঠ সংৰক্ষণ সমিতিয়ে বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰে।

উক্ত আবেদনৰ ভিত্তিত ন্যায়ালয়ত এক গোচৰো পঞ্জীয়ন হয়। তাৰ পাছত উক্ত গোচৰমৰ্মে উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ৰ আদালতে পাচনীয়া গো-মাঠ সংৰক্ষণৰ সপক্ষে বিগত ২০০৯তে ৰায় প্ৰদান কৰে।

উক্ত ৰায় মর্মে তেতিয়াৰ জিলা উপায়ুক্তই উত্তৰ শালমাৰা মহকুমা প্রশাসনক ব্যৱস্থা লোৱাৰ বাবে নির্দেশ দিয়ে যদিও ১৭ বছৰ ধৰি কাৰ্যকৰী নহ’ল ন্যায়ালয়ৰ ৰায়। তদুপৰি ন্যায়ালয়ে উচ্ছেদৰ সবিশেষ তথ্য দুমাহৰ ভিতৰত ন্যায়ালয়ক জমা দিয়াৰ বাবে নির্দেশো দিছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শেহতীয়াভাবে এই সন্দর্ভত পাচনীয়া উন্নয়ন সমিতিয়ে মুখ্যমন্ত্রীক সবিশেষ তথ্যৰে এক পত্ৰ প্ৰেৰণ কৰে। এনে সময়তে ৰাজহ বিভাগে গো-মাঠত জৰীপ চলোৱা কাৰ্যই বিশেষ তাৎপর্য গ্রহণ কৰিছে। তদুপৰি জৰীপ চলোৱাৰ পাছতে বহু পৰিয়ালে ইতিমধ্যে আন ঠাইলৈ যোৱা বুলিও একাংশ লোকে জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: abhayapuri assamEviction
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d