Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অর্ধ-শতাধিক ভুৱা চিকিৎসক গ্ৰেপ্তাৰ : ভুৱা চিকিৎসকৰ সন্দৰ্ভত শীঘ্ৰে মুকলি হ’ব ট্র’ল ফ্ৰী নম্বৰ

publisher by publisher
July 13, 2025
in Assam, News
Reading Time: 1 min read
0
অর্ধ-শতাধিক ভুৱা চিকিৎসক গ্ৰেপ্তাৰ : ভুৱা চিকিৎসকৰ সন্দৰ্ভত শীঘ্ৰে মুকলি হ’ব ট্র’ল ফ্ৰী নম্বৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Fake Doctors:✒️ৰাজ্যত সক্রিয় হৈ আছে বহু ভুৱা চিকিৎসক। ‘অসম কাউঞ্চিল অফ মেডিকেল ৰেজিষ্ট্ৰেচন’ (এচিএমআৰ) নামৰ সংস্থাটোৰ তদন্তত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। গুৱাহাটী মহানগৰীকে ধৰি বিশেষকৈ পিছপৰা অঞ্চলসমূহত এতিয়াও একাংশই নিজকে চিকিৎসকৰূপে চিনাকি দি ৰোগীৰ জীৱনক লৈ হেতালি খেলি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে।

ADVERTISEMENT

এনে ভুৱা চিকিৎসকৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি সংস্থাটোৰ অনুসন্ধানকাৰী দলে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা চাৰি-পাঁচ বছৰত ৰাজ্যত অর্ধশতাধিক ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সমান্তৰালভাৱে চলিত বৰ্ষৰ জানুৱাৰীত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাবলৈ ‘অসম কাউঞ্চিল অফ মেডিকেল ৰেজিষ্ট্ৰেচনে’ এক তদাৰকী কোষ গঠন কৰি বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশৰূপে চলিত বৰ্ষত তদাৰকী কোষে ১৪ জন ভুৱা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি সদৰী কৰিছে তদাৰকী কোষৰ বিষয়া ডাঃ অভিজিৎ নেওগে।

‘দৈনিক অগ্রদূত’ৰ আগত ডাঃ নেওগে কয় যে ২০১৪ৰ পৰা তেওঁ ভুৱা চিকিৎসকৰ বিৰুদ্ধে সক্রিয় হৈ আহিছে আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰো চলি আছে। জানুৱাৰীত গঠন হোৱা এচিএমআৰৰ তদাৰকী কোষে লাভ কৰা অভিযোগৰ ভিত্তিত ১৪খন এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১০জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুজনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে।

উল্লেখ্য যে ৰাইজৰ অভিযোগৰ ভিত্তিত কমেও ১০জন সন্দেহজনক চিকিৎসকৰ বিৰুদ্ধে তদাৰকী কোষে তদন্ত অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰি ৰাজ্যখনৰ পৰা ভুৱা চিকিৎসকক উৎখাত কৰিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে।

তেওঁ কয় যে ভুৱা তথা সন্দেহজনক চিকিৎসকৰ বিৰুদ্ধে ৰাইজে অভিযোগ দাখিল কৰিব পৰাকৈ তদাৰকী কোষে শীঘ্ৰে এক ট্র’ল ফ্রী নম্বৰ মুকলি কৰি দিব। সদ্যহতে ভুৱা চিকিৎসকৰ সন্দৰ্ভত তথ্য থাকিলে acmr.vigilance@gmail.comত মেইল কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

ইফালে, কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ অভিযানত দেশৰ ভিতৰত অসমত সর্বাধিক ভুৱা চিকিৎসক সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। বিদেশৰ পৰা নাইবা দেশৰ একাংশ প্রতিষ্ঠানৰ পৰা সন্দেহজনক ডিপ্ল’মাৰ প্ৰমাণপত্ৰ লৈ একাংশই নিজকে চিকিৎসকৰূপে চিনাকি দি অসমত ক্লিনিক খুলি চিকিৎসা সেৱা চলাই যোৱাৰ গুৰুতৰ তথ্য তদন্তকাৰী সংস্থাসমূহৰ অভিযানত পোহৰলৈ আহিছিল।

অৱশ্যে এনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰ যিদৰে সক্ৰিয় হ’ব লাগিছিল, সেয়া হোৱা নাই বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্যে চলিত বৰ্ষৰ জানুৱাৰীত এচিএমআৰৰ অধীনত তদাৰকী কোষ গঠন কৰা হৈছে যদিও ৰাজ্যত সক্রিয় হৈ থকা ভুৱা চিকিৎসকৰ ৰমৰমীয়া ব্যৱসায়িক ক্ষেত্ৰখন উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে ৰাজ্যত সক্রিয় হৈ থকা ভুৱা চিকিৎসকৰ এই বেহাখন একাংশ ৰাজনৈতিক নেতাই বিভিন্ন সময়ত ৰক্ষণাবেক্ষণ দি অহাৰো অভিযোগ আছে। আনকি ভুৱা চিকিৎসকে একাংশ দালালক নিয়োগ কৰি সংশ্লিষ্ট পক্ষক মেনেজ কৰি অহাৰো অভিযোগ আছে।

যাৰ ফলত স্বয়ং মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি দদৰাত চৌধুৰী উপাধিৰ এজন সন্দেহজনক চিকিৎসকে দীর্ঘদিন ধৰি ক্লিনিক খুলি সকলো প্ৰকাৰৰ চিকিৎসা সেৱা বিনাবাধাই প্ৰদান কৰি আহিছে। অভিযোগ অনুসৰি, চৌধুৰী উপাধিৰ চিকিৎসকজনে একাংশ সাংবাদিক আৰু ৰাজনৈতিক নেতাক মাহিলি উপাৰ্জনৰ এটা অংশ প্রদান কৰি অহাৰ লগতে কামৰূপৰ জিলা স্বাস্থ্য বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি আহিছে।

যাৰ ফলত সন্দেহজনক চিকিৎসকজনে বিনা বাধাই দৈনিক দুই-তিনিশ ৰোগীৰ জীৱনক লৈ হেতালি খেলি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFake DoctorsScam
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d