Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Bollywood

Sarrsar ji 3:চৰ্দাৰ জী -৩ বিতৰ্কৰ্ক লৈ মুখ খুলিছে দিলজিৎ দোছাৰ মেনেজাৰে

publisher by publisher
July 16, 2025
in Bollywood, Entertainment, India, News
Reading Time: 2 mins read
0
Sarrsar ji 3:চৰ্দাৰ জী -৩ বিতৰ্কৰ্ক লৈ মুখ খুলিছে দিলজিৎ দোছাৰ মেনেজাৰে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Sarrsar ji 3:

পাঞ্জাবী কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জৰ আগন্তুক ছবি চৰ্দাৰ -৩ ৰ চৰ্চা অব্যাহত। চৰ্দাৰ জী ৩ ছবিখন বিতৰ্কত সোমাই পৰিছে আৰু ইয়াৰ কাৰণ হৈছে ছবিখনত পাকিস্তানী অভিনেত্রী হানিয়া আমিৰৰ উপস্থিতি।
বর্তমান ভাৰতত পাকিস্তানী শিল্পীয়ে কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেনেকুৱাতে দিলজিৎ দোছাঞ্জৰ ছবি চৰ্দাৰ জী-৩ৰ ট্ৰেইলাৰমুকলি কৰাৰ পাছত ছবিখনত পাকিস্তানী অভিনেত্ৰী গৰাকীৰ উপস্থিতিয়ে পৰিৱেশ গৰম কৰি তুলিছে ! বৰ্তমান নিষিদ্ধ কৰা হৈছে ২৭ জুনত মুক্তি পাবলগীয়া ছবিখন। এতিয়া এই গোটেই বিষয়টোৰ ওপৰত দিলজিতৰ মেনেজাৰৰ বক্তব্য আহিছে।

ADVERTISEMENT

দিলজিৎ দোছাঞ্জৰ মেনেজাৰ সোণালী সিঙে নিজৰ ইনষ্টাগ্ৰামত এক দীঘলীয়া বিবৃতি প্রকাশ কৰিছে। তেওঁইয়াক হতাশাজনক আৰু অন্যায় বুলি অভিহিত কৰিছে। কণ্ঠশিল্পীগৰাকীৰ প্রাক্তন মেনেজাৰে লিখিছে, ‘দিলজিতে নিজৰ কলাৰে প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ প্ৰসাৰ ঘটাইছে, ভাৰত-পাকৰ সম্পৰ্ক উত্তেজনাময় হৈ নথকাৰ সময়ত ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হৈছিল, এইখন এখন সৰু বাজেটৰ ছবি, যিখন কষ্টোপার্জিত ধনেৰে নিৰ্মাণ কৰা হৈছে, মুক্তি নোহোৱাৰ বাবে বহুতে লোকচানৰ সম্মুখীন হ’ব লাগিব।’ বিতৰ্কৰ বাবে দিলজিতে ছবিখন ভাৰতত মুক্তি নিদিয়াৰ সিদ্ধান্ত লৈছে।

কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰে এই পদক্ষেপক প্রশংসা কৰিছে। তেওঁ নিজৰ পোষ্টটোত আৰু লিখিছে, ‘হয়তো আমি নিজকে প্রশ্ন কৰাটো প্রয়োজন, প্রতিবাৰেই তেওঁৰ দেশপ্রেম প্রমাণ কৰাটো কিয় প্রয়োজনীয়? দিলজিতে ভাৰতক বিশ্ব পর্যায়ত গৌৰৱান্বিত কৰি তুলিছে আৰু নিজৰ দেশত তেওঁ বাৰে বাৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে, ই বহু ক্ৰুৰ মেম্বাৰ আৰু পৰিয়ালৰ জীৱিকাৰ প্ৰশ্ন, যদি ছবিখন মুক্তি নাপাই, তেন্তে এই সকলো লোকে হয়তো বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব।’ ব’ৰ্ডাৰ ২১ নির্মাতা জে পি দত্তক দিলজিতক ছবিখনৰ পৰা আঁতৰাই দিবলৈ দাবী জনাইছে ফিল্ম ফেডাৰেছনে।

ফেডাৰেছনে ছবিখনক প্রমাণ পত্র নিদিবলৈ চেন্সৰ ব’ৰ্ডক অনুৰোধ জনাইছে। মেনেজাৰে এই কথাতো মাত মাতিছে। তেওঁ লিখিছে, ‘দিলজিত সেইজন ব্যক্তি যাক প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ এখন গাঁৱৰ পুত্ৰ বুলি অভিহিত কৰিছিল।’ দিলজিতৰ মেনেজাৰে চৰ্দাৰ জী ৩ৰ বিষয়ে কয়, ‘এইখন কোনো ডাঙৰ কৰ্প’ৰেট হাউছৰ ছবি নহয়, যিয়ে বৃহৎ লোকচানৰ আঘাত সহ্য কৰিব পাৰিব, ই কাৰোবাৰ জীৱনৰ উপাৰ্জন আৰু ই সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা আছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODDiljit DosanjhSarrsar ji 3
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d