Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উচ্ছেদ চলোৱা তিনিখন গাঁৱৰ এখন সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত নহয়

publisher by publisher
July 20, 2025
in Assam, News
Reading Time: 1 min read
0
উচ্ছেদ চলোৱা তিনিখন গাঁৱৰ এখন সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত নহয়
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Paikan Eviction: ✒️গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ লক্ষ্যৰে জিলা প্রশাসনে তিনিখনকৈ গাঁৱত উচ্ছেদ অভিযান চলাইছিল যদিও ইয়াৰে আশুডুবি গাঁও পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত নহয় বুলি দাবী কৰিছে কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিয়ে।

ADVERTISEMENT

গুৱাহাটীৰ গান্ধীবক্তিস্থিত কেন্দ্রীয় কার্যালয়ত সংগঠন দুটাৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰিছে। লগতে সংখ্যালঘু তথা সন্দেহজনক লোকে পাইকান সংৰক্ষিত বনাঞ্চল বেদখল কৰি অহা বুলি মুখ্যমন্ত্রীয়ে তোলা অভিযোগক প্রত্যাহ্বান জনাই কৃষক মুক্তিৰ নেতাজনে কয়, ‘গোৱালপাৰাৰ মাটিয়া ৰাজহ চক্ৰ বিষয়াই ২০২৪ৰ ২০ নৱেম্বৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংশ্লিষ্ট অঞ্চলৰ কিছু তথ্য প্রদান কৰিছিল। সেই তথ্য অনুসৰি, মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আশুডুবি ৰাজহ গাঁৱৰ যথা ক্ৰমে ২৬১ নম্বৰ দাগৰ ছবিঘা তিনি কঠা পাঁচ লেচা ‘শালিতলি শ্ৰেণী’ৰ চৰকাৰী মাটি হয়। একেদৰে ২৫৩ নম্বৰ দাগৰ ৩৭৯ বিঘা দুকঠা ১৯ লেচা ‘শ্রেণী নাই’ শ্ৰেণীৰ চৰকাৰী জমি চিঠাত শালনীরূপে উল্লেখ আছে। ইয়াৰ উপৰি ২৭৪ নম্বৰ দাগৰ ২৮২ বিঘা তিনি কঠা ১৭ লেচা ‘শ্ৰেণী নাই’ শ্ৰেণীৰ চৰকাৰী জমি চিঠাত শালনীৰূপে উল্লেখ আছে। একেদৰে ২২২ নম্বৰ দাগৰ এক বিঘা দুই কঠা ১০ লেচা ৩৪ নম্বৰ ম্যাদী পট্টাৰ অন্তর্ভুক্ত শালিতলি শ্রেণীৰ জমি হয়। ওপৰত উল্লিখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলত অন্তর্ভুক্ত হোৱাৰ ৰাজপত্র এই কার্যালয়ত নাই।’

চক্র বিষয়াই দিয়া আৰটিআই তথ্যই আশুডুবি ৰাজহ গাঁৱৰ লোকসকল যে পাইকান বনাঞ্চলৰ অবৈধ বেদখলকাৰী নহয়, তাকে প্ৰমাণ কৰে বুলি কৃষক মুক্তিৰ নেতাজনে মন্তব্য কৰি সংৰক্ষিত বনাঞ্চলৰ নামত ৰাজহ গাঁৱতে উচ্ছেদ চলোৱা হ’ল বুলি অভিযোগ কৰে। লগতে সংবাদমেলত তেওঁ আশুডুবি অঞ্চলৰ উচ্ছেদিত লোকসকলৰ ১৯৭০ৰ ভোটাৰ তালিকা আৰু ১৯৮৯-৯০ৰ ম্যাদী পট্টা খাজনাৰ ৰছিদ, ৰাজহ চক্ৰ বিষয়াৰ অন্যান্য নথি প্রদর্শন কৰে।

আনহাতে, এই উচ্ছেদিত লোকসকল কোন, এই সন্দৰ্ভত তথ্য দাঙি ধৰি কৃষক মুক্তিৰ সাংগঠনিক সম্পাদকজনে কয় যে ঔপনিবেশিক ব্রিটিছ চৰকাৰে ১৯০৪-০৫ত মূলতঃ মৰাপাট খেতিৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপাৰা, বৰপেটা, ধুবুৰীৰ বিভিন্ন অঞ্চলত বংগৰ পাঁচখন জিলা ক্ৰমে ৰংপুৰ, পাবনা, বাগ্রা, ঢাকা আৰু মৈমন সিঙৰ পৰা সংগঠিত ৰূপত এই লোকসকলক প্রব্রজন ঘটোৱাইছিল।

লোকপিয়ল ১৯২১ৰ তথ্য অনুসৰি, সৰ্বমুঠ ২,৫৮,০০০ জন লোকৰ প্ৰব্ৰজন হয় আৰু সেই প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধি হৈ ১৯৩১ৰ লোকপিয়লত ৫,৭৬,০০০ জন হয়। ১৯২৮ত মৰাপাটৰ বাবে আনুষ্ঠানিক পমুৱা সংস্থাপন নীতি গ্রহণ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰি পুনৰ কয় যে ১৯৩৭ৰ নিৰ্বাচনৰ পৰা অসমত মুছলিম লীগৰ প্রভাৱ বৃদ্ধি পায়।

১৯৩৭ৰ পৰা ১৯৪৭লৈ অসমত মুঠ সাতবাৰ মন্ত্রীসভা গঠন হৈছিল আৰু দ্বিতীয় মহাযুদ্ধই সৃষ্টি কৰা আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ আলমত ইয়াৰে পাঁচবাৰেই মুছলিম লীগে গঠন কৰে। মুছলিম লীগে পমুৱাৰ পক্ষ গ্ৰহণ কৰি অধিক উৎপাদন আৰু ভূমি উন্নয়ন আঁচনি গ্রহণ কৰি প্ৰব্ৰজনক উৎসাহিত কৰিবলৈ ধৰে।

১৯২০ৰ পৰা ১৯৩০লৈ ধৰ্ম অনুসৰি অসমত ভূমি পট্টন তালিকাই সেই কথা প্রমাণ কৰে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে চিফ কমিছনাৰ হেনৰী কটনে প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বমুঠ ৭,৩৭,২৯৭ একৰ ভূমি পট্টন প্ৰদান কৰা হৈছিল। তাৰে ৬,৫৩,০১৮ একৰে লাভ কৰিছিল মুছলমানে আৰু ইয়াৰ অধিকাংশ আছিল সেই সময়ৰ প্ৰব্ৰজনকাৰী। বিপৰীতে হিন্দু ধৰ্মাৱলম্বী লোকক পট্টা দিয়া হৈছিল ৮৪,২৭৯ একৰ মাটি। অর্থাৎ উচ্ছেদিত লোকসকল সন্দেহজনক তথা বিদেশী লোক নহয় বুলি কৃষক মুক্তিয়ে দাবী কৰে।

আনহাতে, বিজেপি চৰকাৰৰ এই উচ্ছেদ অভিযানক সাম্প্রদায়িক আৰু জনজাতি বিৰোধী বুলি উল্লেখ কৰি দলেয়ে কয় যে জাতি-মাটি-ভেটিৰ সুৰক্ষা দিম বুলি কোৱা ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বোকাজান সমষ্টিৰ লাহৰীজানৰ খটখটি লাংখাথাৰত এপিডিচিএলৰ অধীনত এহেজাৰ মেগাৱাটৰ ছ’লাৰ পাৱাৰ প্ৰকল্প স্থাপন কৰিবলৈ ১৮ হেজাৰ বিঘা কার্বি মানুহৰ মাটি উচ্ছেদ কৰিব বিচাৰিছে।

তদুপৰি ডিমা হাছাওত গৰম পানী উমৰাংদ্ভুত ন হেজাৰ বিঘা মাটি আদানীক দিবলৈ ওলাইছে। লগতে কাৰ্বি আংলঙত ৰিলায়েন্স কোম্পানীক ১২ হেজাৰ বিঘা মাটি দিবলৈ লৈছে। পলাশবাৰী বৰদোৱাৰত পাঁচ হেজাৰ বিঘা মাটি উপগ্ৰহীয় টাউনশ্বিপ নিৰ্মাণৰ বাবে কাঢ়ি ল’ব বিচাৰিছে। নগাঁৱৰ মিকিৰ বামুণীত দুশ বিঘা মাটিত কার্বি আৰু আদিবাসী মানুহক উচ্ছেদ চলাইছে, কোকৰাঝাৰৰ পৰ্বতঝোৰাত আদানীক পাঁচ হেজাৰ বিঘা মাটি দিবলৈ বড়ো মানুহক উচ্ছেদ চলাবলৈ চেষ্ট অব্যাহত ৰাখিছে বুলি কৃষক মুক্তি নেতাজনে কয়।

উল্লেখ্য যে আজিৰ সংবাদমেলৰ জৰিয়তে সংগঠন দুটাই উচ্ছেদ কাৰ্য বন্ধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে উচ্ছেদিতক উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Paikan Eviction
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d