Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উৰিয়ামঘাট এৰি ক’লৈ গ’ল শশ পৰিয়াল? চুবুৰীয়া জিলা অভিমুখে আহিছে বহু বাহন

publisher by publisher
July 26, 2025
in Assam, News
Reading Time: 1 min read
0
উৰিয়ামঘাট এৰি ক’লৈ গ’ল শশ পৰিয়াল? চুবুৰীয়া জিলা অভিমুখে আহিছে বহু বাহন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

SC stays eviction of Uriamghat: উৰিয়ামঘাটৰ উচ্ছেদত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

চাৰি সহস্ৰাধিক অবৈধ ঘৰ-দুৱাৰ উচ্ছেদ, ৮,৯০০ বিঘা বেদখলমুক্ত

উৰিয়ামঘাটত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ

Uriamghat Eviction:✒️গোলাঘাটৰ উৰিয়ামঘাটত চৰকাৰী ভূমিত বাস কৰা পৰিয়ালসমূহলৈ জিলা প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছতে সেই স্থান ত্যাগ কৰি বহু পৰিয়ালে নগাঁও, মৰিগাঁও, হোজাই আদি জিলাত থিতাপি লোৱাৰ চেষ্টা চলাইছে। ইতিমধ্যে উৰিয়ামঘাটৰ পৰা পৰিয়ালসমূহৰ সামগ্রীভর্তি শ শ বাহন এই অঞ্চলসমূহৰ দিশে ধাৱমান হৈছে।

ADVERTISEMENT

ইয়াকে লৈ স্থানীয় দল-সংগঠন তথা সচেতন নাগৰিকসকল সক্রিয় হৈ পৰিছে। উৰিয়ামঘাটৰ পৰা অহা পৰিয়ালসমূহে যাতে তেওঁলোকৰ অঞ্চলসমূহত থিতাপি ল’ব নোৱাৰে, ইয়াকে লৈ একাংশ অঞ্চলত পহৰাৰো ব্যৱস্থা কৰা হৈছে। অর্থাৎ উৰিয়ামঘাট এৰা পৰিয়ালসমূহৰ বিৰুদ্ধে ঠায়ে ঠায়ে একপ্ৰকাৰ ‘ন’ এন্ট্রি’ জাৰি কৰা হৈছে।

উল্লেখ্য যে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে উৰিয়ামঘাটৰ পৰা শশ সামগ্রীভর্তি বাহন ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে নগাঁও, মৰিগাঁও, হোজাই আদি জিলাত প্রবেশ কৰিছে। যোৱা নিশা হোজাইত এনে ১১খন সামগ্রীভর্তি বাহন প্রবেশ কৰে। ইয়াৰে দুখন বাহন আৰক্ষীয়ে জব্দ কৰাৰ লগতে আঠজনক আটক কৰিছে।

হোজাইত প্ৰৱেশৰ চেষ্টা কৰা লোকসকলে স্বীকাৰ কৰিছে যে তেওঁলোকে উৰিয়ামঘাটত বাস কৰিছিল আৰু উচ্ছেদৰ জাননী লাভ কৰি উৰিয়ামঘাট দয়ালপুৰৰ পৰা হোজাইৰ পশ্চিম যোগীজান অভিমুখে আহি আছিল। উল্লেখ্য যে যোগীজান অভিমুখী সামগ্রীভর্তি বাহন দুখন স্থানীয় লোকে আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে বাহন দুখন জব্দ কৰাৰ লগতে আঠজনক আটক কৰে।

আনহাতে, ঘটনাৰ সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই কয় যে হোজাই, উদালি, ডবকাৰ আকাশীগংগাৰ হালধিআটিত মুঠ ১১খন সামগ্রীভর্তি বাহন উৰিয়ামঘাটৰ পৰা প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক সোধপোছ কৰি ওভতাই পঠোৱা হৈছে।

অৱশ্যে দুটা পৰিয়ালৰ হোজাইত মাটি-বাৰী থকাত তেওঁলোকক প্ৰবেশৰ অনুমতি দিয়া হয় বুলি আৰক্ষী বিষয়াজনে সদৰী কৰিছে।

কলিয়াবৰৰ ৰেকা পাহাৰত ঘৰ সাজিছে উৰিয়ামঘাট এৰি অহা পৰিয়ালে

আনহাতে, উৰিয়ামঘাট এৰি অহা একাংশ পৰিয়ালে কলিয়াবৰৰ ৰেকা পাহাৰত ঘৰ সজাক লৈ অঞ্চলটোত তীব্র উত্তেজনা বৃদ্ধি পাইছে। উল্লেখ্য যে উৰিয়ামঘাটৰ পৰা সামগ্ৰীভর্তি বাহন যোৱা নিশা ৰেকা পাহাৰত উপস্থিত হয় আৰু সংশ্লিষ্ট পৰিয়ালসমূহে তাতে ঘৰ সাজিবলৈ চেষ্টা কৰাৰ সময়তে কলিয়াবৰ বীৰ লাচিত সেনাই বাধা প্রদান কৰে। বীৰ লাচিত সেনাৰ সদস্যসকলে তিনিখন সামগ্রীভর্তি বাহনসহ তেওঁলোকক সেই স্থানৰ পৰা খেদি পঠিয়ায়। ইয়াৰ পাছতে বেকা পাহাৰৰ গাঁওপ্রধানে সেই অঞ্চলত স্থান বিচাৰি অহা কোনো লোকক আশ্রায় নিদিবলৈ ৰাইজক আহ্বান জনাইছে। লগতে স্থানীয় লোক অভিযোগ কৰিছে যে যোৱা দুই-তিনি বছৰত ৰেকা পাহাৰত বহু লোকে বসতি স্থাপন কৰাৰ লগতে বৃহৎ বৃহৎ খেতি মাটিও বেদখল কৰিছে। এই কার্যত গাঁওপ্রধানজন জড়িত বুলিও স্থানীয় লোকে দাবী কৰিছে।

আনহাতে, কলিয়াবৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো বীৰ লাচিত সেনা সক্রিয় হৈ আছে আৰু সন্দেহজনক সামগ্রীভর্তি বাহনসমূহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজিৰ দিনটোত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা বহুকেইখন সামগ্রীভর্তি বাহন বখাই বীৰ লাচিত সেনাৰ সদস্যসকলে সোধপোছ কৰে আৰু ইয়াকে লৈ ৰাষ্ট্ৰীয় ঘাইপথত এক হুলস্থুলীয়া পৰিৱেশৰো সূচনা হয়।

শেষত আৰক্ষীয়ে এই বাহনসমূহ কলিয়াবৰ সীমা পাৰ কৰি দিয়াৰ আশ্বাস প্রদান কৰাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্রণলৈ আহে। আনহাতে, কলিয়াবৰ ওপৰ গাঁৱৰ এটা ভাড়া ঘৰত দুখন ই-ৰিক্সাৰ জৰিয়তে সন্দেহজনক লোকে আশ্রয় লৈ থকা খবৰ লাভ কৰি বীৰ লাচিত সেনাই অভিযান চলায় আৰু আশ্ৰয় লৈ থকা পৰিয়ালসমূহক খেদি পঠিয়ায়।

ধিং, ৰূপহীহাট, জুৰীয়া, মৈৰাবাৰী অঞ্চলত প্রবেশ ঘটিছে একাংশ লোকৰ

ইফালে, উৰিয়ামঘাটৰ পৰা বহু সামগ্ৰীভর্তি বাহন নগাঁৱত প্রবেশ ঘটিছে আৰু ইয়াকে লৈ স্থানীয় খিলঞ্জীয়া লোকসকল সন্দিহান হৈ পৰিছে। একাংশ লোকে সন্দেহ প্রকাশ কৰিছে যে এইসকল লোকে নগাঁও-মৰিগাঁৱৰ সংখ্যালঘু অঞ্চলত বা চৰ অঞ্চলত থিতাপি ল’ব পাৰে, কিম্বা সদ্যহতে কোনো আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ পুনৰ চৰকাৰী ভূমি বেদখলৰ চেষ্টা চলাব পাৰে।

স্থানীয় লোকে সদৰী কৰা অনুসৰি, উৰিয়ামঘাটৰ পৰা সামগ্রী কঢ়িয়াই অনা বাহনসমূহ নগাঁৱৰ ধিং, ৰূপহীহাট, জুৰীয়া, মৈৰাবাৰী অঞ্চলত প্রবেশ ঘটিছে। অৱশ্যে ইয়াৰে কিছু সংখ্যক লোকৰ নিজা ভূমি আছে বুলিও চর্চা চলিছে যদিও এই সন্দর্ভত জিলা প্রশাসনৰ ওচৰত নিশ্চিত তথ্য নাই। সেয়ে নগাঁৱৰ সচেতন মহলে এই ক্ষেত্রত জিলা প্রশাসন আৰু আৰক্ষীক সষ্টম হ’বলৈ দাবী জনাইছে।

চামগুৰিত পহৰা দিছে আছু-বীৰ লাচিত সেনাই ঘূৰাই পঠিয়ালে সামগ্রীভর্তি বাহন

আনহাতে, উৰিয়ামঘাট এৰি অহা পৰিয়ালসমূহৰ বিৰুদ্ধে চামগুৰিতো অভিযান চলিছে। চামগুৰিত বীৰ লাচিত সেনা আৰু সদৌ অসম ছাত্র সন্থাৰ সদস্যসকলে যোৱা নিশাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত পহৰা অব্যাহত ৰাখিছে আৰু কে’বাখনো সামগ্রীভর্তি বাহন চামগুৰি তিনিআলিৰ পৰা ওভতাই পঠিয়াইছে। উল্লেখ্য যে নিশা স্থানীয় সচেতন লোক আৰু বীৰ লাচিত সেনাই বহুকেইখন সামগ্রীভর্তি বাহন ৰখাই সোধপোছ কৰে। ইয়াৰে কেইখনমান বাহন আৰক্ষীক গতাই দিয়াৰ লগতে কে’বাখনো বাহন ওভতাই পঠিয়ায়। অৱশ্যে আৰক্ষীক গতাই দিয়া বাহনসমূহ পৰৱৰ্তী সময়ত গন্তব্য স্থানলৈ যাবলৈ আৰক্ষীয়ে অনুমতি প্রদান কৰে। আনহাতে, এনে অভিযানক লৈ ধর্মীয় সংখ্যালঘু অঞ্চলত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াকে লৈ অঞ্চলে অঞ্চলে মৃদু উত্তেজনাৰো সৃষ্টি হৈছে। সম্প্রতি চামগুৰি অঞ্চলৰ ভাড়াঘৰসমূহত সচেতন নাগৰিকসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

ভাৰতীয় ভূমিহীনক থানাত আবদ্ধ কৰি ওভতাই পঠোৱা গ্রহণযোগ্য নহয়: আমছু

ইফালে, হোজাইত প্রৱেশৰ চেষ্টা কৰা লোকসকলক থানাত আবদ্ধ কৰি ৰখা আৰু ওভতাই পঠিওৱা ঘটনাত প্রতিক্রিয়া প্রকাশ কৰিছে হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদে। আহমেদে কয় যে ভাৰতীয় ভূমিহীন লোকক থানাত আবদ্ধ কৰি ওভতাই পঠোৱাটো গ্রহণযোগ্য হোৱা নাই। ভূমিহীন লোকসকলে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছত নিজ নিজ গৃহলৈ অহাৰ লগতে আত্মীয়ৰ ঘৰলৈ আহিছে যদিও আৰক্ষীয়ে বাধা প্রদান কৰিছে। যিসকল লোকৰ ভেটি-মাটি একচনা হৈ আছে, তেওঁলোককো আৰক্ষীয়ে যাবলৈ দিয়া নাই। কেৱল ম্যাদী পট্টা থকা লোককহে যাবলৈ দিছে বুলি তেওঁ মন্তব্য কৰে। আমছুৰ নেতাজনে কয়, ‘এইসকল লোক যদি বিদেশী, তেন্তে গ্ৰেপ্তাৰ নকৰে কিয়? গ্রেপ্তাৰ কৰি শাস্তি প্রদান কৰক। পেটৰ তাড়নাত ভাৰতীয় ভূমিহীন লোক এখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰে নেকি? এয়া বিজেপি চৰকাৰৰ সংখ্যালঘুক ভাতে মৰাৰ সিদ্ধান্ত। এনে কার্য কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে।’

ভূমি থকাৰ পাছতো আন জিলাত ভূমি বেদখল কৰাসকলক আঁতৰাই পঠাব লাগে: আছু

ইফালে, কেৱল উৰিয়ামঘাটেই নহয়, অসমৰ বনাঞ্চল, চৰকাৰী ভূমি, সত্ৰৰ ভূমিত সন্দেহজনক বাংলাদেশীৰ অবৈধ

বেদখল চলিছে আৰু এই বেদখল উচ্ছেদ হ’ব লাগিব বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই। কলিয়াবৰত উচ্ছেদৰ প্ৰসংগত আছুৰ সভাপতিজনে কয়, ‘উৰিয়ামঘাটত বেদখল উচ্ছেদৰ যো-জা চলাৰ সময়তে উক্ত অঞ্চলৰ বহু পৰিয়াল আহি নগাঁৱত সোমাইছে। এই লোকসকল যদি ইয়াৰ পৰা গৈছিল, তেওঁলোক নিশ্চয় ভূমিহীন নহয়। ভূমিহীন যদি নহয়, তেওঁলোকে অন্য ঠাইৰ ভূমি দখল কৰিবলৈ কিয় যায়? যদি তেওঁলোক ধিং, ৰূপহী, নগাঁও, লাহৰীঘাটৰ নহয়, তেন্তে তাৰ পৰা আহি ইয়াত এক নতুন বোজাৰ সৃষ্টি কৰিব।’ তেওঁ লগতে কয়, ‘অসমত য’তেই সংৰক্ষিত বনাঞ্চল, চৰকাৰী ভূমি, সত্ৰৰ ভূমি আছে, তাতেই সন্দেহজনক অবৈধ বাংলাদেশী নাগৰিকে বেদখল কৰিছে। সন্দেহজনক অবৈধ বাংলাদেশী নাগৰিকসকলক তাৰ পৰা উচ্ছেদ কৰিবই লাগিব।’ প্রকৃত ভূমিহীন ভাৰতীয় নগাবিকক সংস্থাপন দিওঁতে চৰকাৰক সতৰ্কতা অবলম্বন কৰিবলৈ আহ্বান জনাই আছুৰ সভাপতি শৰ্মাই কয়, ‘বৈধ ভাৰতীয় ভূমিহীন নাগৰিকক সংস্থাপন দিওঁতে, যিখন জিলাৰ ভূমি হেৰুৱাইছিল, সেই জিলাতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।’ লগতে তেওঁ অবৈধ বেদখলকাৰীয়ে নিজা ইচ্ছানুসাৰে চৰকাৰী ভূমি বেদখল কৰি থিতাপি লোৱা কার্য গ্রহণযোগ্য নহয় বুলি সভাপতি শর্মাই মন্তব্য কৰি কয় যে বেদখলকাৰীৰ ব্যাপক জন বিস্ফোৰণ তথা তেওঁলোকৰ দ্বাৰা হোৱা অবাধ প্রব্রজনে একো একোটা সমষ্টিৰ জনগাঁথনি সলনি হৈ পৰিছে। ফলত খিলঞ্জীয়া মানুহে এটা সমষ্টিৰ পৰা নিজৰ বিধায়কজনো জয়ী কৰাব নোৱাৰাৰ এক পৰিৱেশৰ সূচনা হৈছে। সেয়ে জনগাঁথনিৰ সলনিৰ সুযোগ দিব নালাগে বুলি তেওঁ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Uriamghat Eviction
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d