Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা অনাথ শিশুগৃহত খুলিলে বিলাসী হোটেল

publisher by publisher
August 3, 2025
in Assam, News
Reading Time: 1 min read
0
মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা অনাথ শিশুগৃহত খুলিলে বিলাসী হোটেল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

Himanta Viswa Sarma:জুবিন গাৰ্গৰ জন্মদিনাই আহিল ভাল খবৰ

✒️কয়লাৰ অবৈধ খনন আৰু সৰবৰাহতে ক্ষান্ত নাথাকি এইবাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দেবোলাল গর্লোচাই এক ৰাজহুৱা সম্পত্তি ব্যক্তিগত সম্পদত পৰিণত কৰাৰ তথ্য পোহৰলৈ আহিল। উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যজনে জিলাখনৰ বড় হাফলঙত চাৰি বছৰ পূৰ্বে উদ্বোধন কৰা এক অনাথ আৰু পৰিত্যক্ত শিশুগৃহক ব্যক্তিগত বিলাসী হোটেললৈ ৰূপান্তৰিত কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে বিভিন্ন উন্নয়নমূলক কামত ব্যৱহৃত নপেছব’ল চেন্ট্রেল পুল অৱ ৰিছ’ৰ্চেজ (এনএলচিপিআৰ) আঁচনিৰ প্ৰায় তিনি কোটি টকা (২.৯৮ কোটি টকা) ব্যয়ৰে বড় হাফলঙত নির্মিত এই অনাথ আৰু পৰিত্যক্ত শিশুগৃহ এক জাকজমকীয়া অনুষ্ঠানত স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।

কে’বাজনো সতীর্থ মন্ত্ৰীৰ উপস্থিতিত ২০২১ৰ ২৬ জুলাইত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই শিশুগৃহত কৰ্মচাৰীৰ আৱাস আৰু এটা বৃত্তিমূলক প্রশিক্ষণ কেন্দ্রও আছে। পিছপৰা পাহাৰীয়া জিলাখনত স্থাপন কৰা এনে এক ব্যৱস্থা মুকলি কৰাৰ বাবে মুখ্যমন্ত্রীক তেতিয়া বিভিন্নজনে প্রশংসাও কৰে।

আশ্চর্যজনকভাৱে মুকলিৰ চাৰি বছৰৰ পাছত সম্পূৰ্ণ ৰাজহুৱা পুঁজিৰে নির্মিত এই শিশুগৃহ এখন ব্যক্তিগত বিলাসী হোটেললৈ ৰূপান্তৰিত হৈছে। যোৱা ২৭ জুলাইত এই ব্যয়বহুল হোটেল মুখ্য কার্যবাহী সদস্য গর্লোচাই মুকলি কৰে। ইয়াৰ লগে লগে জিলাখনত ক্ষোভৰ সৃষ্টি হৈছে।

অনাথ শিশু গৃহটোকে ব্যক্তিগত বিলাসী হোটেললৈ ৰূপান্তৰিত কৰাৰ পূৰ্বে ২০২২ৰ ফেব্ৰুৱাৰীত গৃহটোৰ কিছু অংশ ভাঙি পুনৰ নিৰ্মাণ কৰা হয়। অৱশ্যে এই পুনৰ নিৰ্মাণৰ কাৰণ ব্যাখ্যাৰ পৰা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ বিৰত আছে।

এতিয়া প্রশ্ন উত্থাপিত হৈছে যে সম্পূৰ্ণ চৰকাৰী পুঁজিৰে নিৰ্মিত এক ৰাজহুৱা সম্পত্তি কিদৰে বাণিজ্যিক সম্পদ তথা বিলাসী হোটেলত পৰিণত হ’ব পাৰে। অৱশ্যে বিষয়টোৰ সন্দৰ্ভত স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য গর্লোচাৰ লগতে ডিমা হাছাওৰ জিলা আয়ুক্ত মুনীন্দ্র নাথ ভাটেই মুখ খোলা নাই।

জিলাখনৰ তদানীন্তন উপায়ুক্ত সীমান্ত দাসে সাংবাদিকক জনায় যে ঘটনা সম্পর্কে তেওঁ অৱগত নহয়। স্থানীয় লোকে এই অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি সৰৱ হৈ উঠিছে। লক্ষ্যণীয় যে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ বহু বিতর্কিত মুখ্য কার্যবাহী সদস্য গর্লোচা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠৰূপেও চর্চিত।

কিছু মাহ পূর্বে তেওঁৰ পত্নী জড়িত থকা জিলাখনৰ উমৰাংছ’ৰ এটা অবৈধ কয়লা খনিত কে’বাজনো শ্রমিক আবদ্ধ হৈ মৃত্যুমুখত পৰিছিল। ইয়াক লৈ চৌদিশে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হ’লেও গর্লোচা অথবা তেওঁৰ পত্নীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ পৰা চৰকাৰ বিৰত থাকে।

খোৱাপানীৰো সুবিধা নথকা গৃহত ৰাখিছে অনাথ শিশুক

অভিযোগ অনুসৰি এনএলচিপিআৰ পুঁজিৰে বড় হাফলঙত মুখ্যমন্ত্রীয়ে মুকলি কৰা শিশুগৃহটো কোনো দিনেই এনে শিশুক ৰখাৰ বাবে ব্যৱহাৰ নহ’ল। তাৰ পৰিৱৰ্তে গৃহটো মুকলিৰ প্ৰায় এবছৰৰ পাছত ২০২২ৰ ১৪ জুলাইত গোপনে অনাথ শিশু আলয় জিলাখনৰ কটু বাপু নামৰ এক অঞ্চললৈ স্থানান্তৰিত কৰা হয়।

অৱশ্যে এই নতুন স্থানত গৃহটো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা নাছিল। মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে গৃহটো উদ্বোধন কৰে গর্লোচাই। অভিযোগ অনুসৰি এই নতুন শিশুগৃহত থকা সা-সুবিধাসমূহ একেবাৰে উপযুক্ত নহয়। আনকি শিশুগৃহটোত বিশুদ্ধ খোৱাপানীৰো অভাৱ। শিশুসকলৰ বাবে উপযুক্ত বিছনাও নাই।

গতিকে গৃহটোৰ শিশুসকলে শুবলৈ নিজে যি পাৰে যোগাৰ কৰি লয়; অথচ চৰকাৰে এনে শিশুৰ বাবে ৰাজহুৱা পুঁজিৰ তিনি কোটি টকা ব্যয় কৰি এটা গৃহও নিৰ্মাণ কৰে। এই সমগ্র ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্যত চলি থকা অবাধ লুণ্ঠন দেখি সচেতন ৰাইজ স্বায়ত্তশাসিত পৰিষদ তথা ৰাজ্য চৰকাৰক ধিক্কাৰ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HIMANTA BISWA SHARMA
publisher

publisher

Related Posts

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d