Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সকলো দেশৰে বাণিজ্যিক সহযোগী বাছনিৰ অধিকাৰ আছে: মস্কো

publisher by publisher
August 6, 2025
in International, News
Reading Time: 1 min read
0
সকলো দেশৰে বাণিজ্যিক সহযোগী বাছনিৰ অধিকাৰ আছে: মস্কো
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

Donald Trump:✒️উচ্চ হাৰৰ শুল্ক আৰোপৰ ভাবুকিলৈ মুঠেই কর্ণপাত নকৰি ভাৰতে পুৰণি মিত্ৰ ৰাছিয়াৰ স’তে বাণিজ্যিক সম্পৰ্ক ধৰি ৰখাক লৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভাবুকি-আস্ফালন অব্যাহত আছে। আনকি তেওঁৰ এই আস্ফালনে সম্প্রতি ‘ব্লেকমেইলিং’ৰ ৰূপ পৰিগ্ৰহ কৰিছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতৰ ওপৰত অতি উচ্চ শুল্ক জাঁপি দিয়াৰ ভাবুকি দিছে বহুবন্ধী ৰাষ্ট্ৰপতিজনে।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ৩১ জুলাইত ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানিকৃত ভাৰতীয় সামগ্রীত শুল্ক ২৫ শতাংশলৈ বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ নকৰিলে ভাৰতৰ ওপৰত অনির্দিষ্ট পৰিমাণৰ শুল্ক আৰোপৰো তেওঁ ভাবুকি দিয়ে।

অৱশ্যে মার্কিন ৰাষ্ট্ৰপতিজনৰ এনে ভাবুকিক মুঠেই গুৰুত্ব নিদি নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা তেল ক্রয় অব্যাহত ৰাখিছে। ইয়াক লৈ ট্রাম্প ক্ষোভত উতলা হৈছে। কালি পুনৰ তেওঁ ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ সকীয়াই দিয়ে।

অন্যথা আগন্তুক ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতি ‘যথেষ্ট পৰিমাণ’ৰ শুল্ক আৰোপৰ হুংকাৰ দিয়ে। এটা সংবাদ সংস্থাৰে সাক্ষাৎকাৰত ট্রাম্পে কয়, ‘তেওঁলোকে যুদ্ধৰ যন্ত্ৰলৈ ইন্ধন যোগাই আছে। যদি তেওঁলোকে এই কাৰ্য অব্যাহত ৰাখে তেন্তে মই সুখী নহ’ম।’

লক্ষ্যণীয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে ইউক্রেইন যুদ্ধ অব্যাহত থকাত অৰিহণা যোগোৱা বুলি ট্রাম্পে শেহতীয়াভাৱে অভিযোগ উত্থাপন কৰিবলৈ লৈছে। ৰাছিয়া-ইউক্রেইন যুদ্ধ অব্যাহত থকাৰ বাবে তেওঁ চীনকো দোষাৰোপ কৰিছে। কাৰণ চীনেও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে।

উল্লেখ্য যে আমদানিকৃত মার্কিন সামগ্রীত অত্যধিক শুল্ক আৰোপ কৰা বুলি ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। ইতিমধ্যে নতুন দিল্লীয়ে এনে আচৰণক ভাবুকি বুলি অভিহিত কৰিছে। তেওঁৰ এনে ভাবুকি অযুক্তিকৰ বুলিও ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কত ভাঙোন সৃষ্টিৰ আভাস স্পষ্ট হৈছে। ৰাছিয়াৰ স’তে বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে স্পষ্ট কৰি দিছে যে দেশখনৰ পৰা প্ৰয়োজন অনুসৰিহে সামগ্রী আমদানি কৰা হয়। ভাৰতীয় উপভোক্তাসকলক বহনক্ষম মূল্যত যোগানৰ বাবে ৰাছিয়াৰ পৰা তেল আমদানি কৰি থকা হৈছে বুলিও বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰিছে।

উল্লেখ্য যে ইউক্রেইন যুদ্ধৰ সূচনা হোৱাৰ পাছৰ পৰা তুলনামূলকভাৱে কম মূল্যত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে। ৰাছিয়া-ইউক্রেইন যুদ্ধৰ সূত্রপাত হোৱাৰ পাছত মার্কিন প্রশাসনৰ লগতে ইউৰোপীয় সংঘয়ো ভাবুকি দি আহিছে বুলি প্ৰকাশ কৰিছে বৈদেশিক মন্ত্রণালয়ে।

এই সম্পর্কত বৈদেশিক মন্ত্রণালয়ে লগতে কয়, ‘ইউক্রেইন সংঘাতৰ সূত্রপাত হোৱাৰ পাছৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘই ভাৰতক লক্ষ্য কৰি আহিছে। ইয়াৰ কাৰণ হৈছে ৰাছিয়াৰ পৰা তেল আমদানি কৰাটো। দৰাচলতে পৰম্পৰাগত তেল যোগানৰ পথ ইউৰোপলৈ সলনি হোৱাত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে সেই সময়ত বিশ্বৰ শক্তি বজাৰৰ সুস্থিৰতা বৰ্তা ৰখাৰ খাতিৰত মার্কিন যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা তেল আমদানিত ভাৰতক উৎসাহিত কৰিছিল।’

নিজৰ বাণিজ্যিক সহযোগী বাছনিৰ অধিকাৰ সকলো দেশৰে আছেঃ ৰুছ ৰাষ্ট্ৰপতি ভৱন ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ ভাবুকি দিয়া মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক উভতি ধৰিলে ৰুছ ৰাষ্ট্ৰপতি ভৱন ক্রেমলিনে। মার্কিন ৰাষ্ট্ৰপতিজনৰ বেপৰোৱা আচৰণক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি ক্রেমলিনে কয়, ‘আমি বিশ্বাস কৰো যে সার্বভৌম দেশসমূহৰ নিজৰ বাণিজ্যিক অংশীদাৰ বাছনিৰ অধিকাৰ আছে আৰু থকা উচিত। বাণিজ্যিক আৰু আর্থিক সহযোগিতাৰ ক্ষেত্ৰতো একে কথাই খাটে।’ এই সম্পর্কত ক্রেমলিনৰ মুখপাত্র ডিমিট্রি পেস্ক’ভে কয়, ‘ৰাছিয়াৰে বাণিজ্যিক সম্পর্ক কর্তন কৰিবলৈ বিভিন্ন দেশৰ প্ৰতি দিয়া বহুসংখ্যক বিবৃতি (যিবোৰ দৰাচলতে ভাবুকিহে) শুনিবলৈ পাইছো। আমি এনে বিবৃতিসমূহক বৈধ বুলি গণ্য কৰা নাই।’

বাণিজ্য চুক্তিক লৈ দৰদাম অব্যাহত: ভাৰতক ভাল ব্যৱসায়ী বন্ধু নহয় বুলি আখ্যা ভাৰতীয় আমদানিকৃত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিয়া ট্রাম্পে ভাৰতক ভাল ব্যৱসায়ী বন্ধু নহয় বুলিও আখ্যা দিছে। উল্লেখ্য যে ট্রাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰস্পৰে পৰস্পৰক বন্ধু বুলি সম্মান জনায়।

সম্প্রতি ট্রাম্পে এই স্থিতি একপ্ৰকাৰ পৰিৱৰ্তন আনিছে। মঙলবাৰে তেওঁ কয়, ‘ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় বন্ধ কৰা নাই। নতুন দিল্লীৰ এই সিদ্ধান্তত মই সুখী নহয়। বাৰে বাৰে কোৱাৰ পাছতো ছবি সলনি হোৱা নাই। ২৪ ঘণ্টাৰ ভিতৰত অত্যধিক শুল্ক আৰোপৰ সিদ্ধান্ত ল’ম।’ আনহাতে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্য চুক্তি স্বাক্ষৰৰ দৰদামো অব্যাহত আছে। অৱশ্যে বাতৰি লিখা পৰলৈ দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তিক লৈ কোনো সিদ্ধান্ত চূড়ান্ত হোৱা নাই। এনে এক চুক্তিক লৈ ট্রাম্পেও ইচ্ছা প্রকাশ কৰি আহিছে যদিও আজি তেওঁ কৰা মন্তব্যই পৰিস্থিতি সলনি হোৱাৰ ইংগিত বহন কৰিছে।

মঙলবাৰে তেওঁ কয়, ‘ভাৰত ভাল ব্যৱসায়ী বন্ধু নহয়, কাৰণ তেওঁলোকে আমাৰ স’তে ব্যৱসায় কৰিলেও আমি তেওঁলোকৰ স’তে ব্যৱসায় কৰিব নোৱাৰো। ভাৰতে ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ তেল ক্ৰয় কৰি আহিছে। তেল ক্রয়তে ক্ষান্ত নাথাকি ভাৰতে মুনাফা অৰ্জনৰ উদ্দেশ্যে ক্ৰয় কৰা তেলৰ সিংহভাগ মুকলি বজাৰত বিক্রীও কৰে। ৰাছিয়াই কৰা যুদ্ধৰ ফলত ইউক্রেইনত কিমান মানুহৰ প্ৰাণহানি হৈ আছে, তাক লৈ ভাৰতে পৰোৱা কৰা নাই। এই কাৰণতে আমি ভাৰতীয় পণ্যৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰিম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPMoscowNarendra ModiRussia
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d