Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰলৈ চৰকাৰৰ স্বীকৃতি

আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ, বিশেষজ্ঞলৈ “বিএনএছএছ ২০২৩”ৰ অধীনত অসম চৰকাৰৰ স্বীকৃতি

publisher by publisher
August 8, 2025
in Assam, News
Reading Time: 1 min read
0
Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰলৈ চৰকাৰৰ স্বীকৃতি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

Aaranyak:

 বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ (ৱাইল্ডলাইফ জেনেটিকছ্… লেবৰেটৰী) আৰু ইয়াৰ সঞ্চালক উদয়ন বৰঠাকুৰলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ৩২৯(৪) ধাৰাৰ অধীনত স্বীকৃতি আগবঢ়াইছে । এই স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী অপৰাধৰ তদন্তত আৰণ্যকৰ পৰীক্ষাগাৰ আৰু বিশেষজ্ঞৰ বন্যপ্ৰাণী জিনতত্ত্ব আৰু বন্যপ্ৰাণী ফৰেণচিক বিশ্লেষণক আইনী মান্যতা দিয়া হ’ব ।

ADVERTISEMENT

ৰাজ্যপালে যোৱা ৪ আগষ্টত জাৰি কৰা এক আদেশৰ পাছত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বিশেষ মুখ্য সচিবে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে।

ডি এন এ বিশ্লেষণ পদ্ধতিৰ ব্যৱহাৰেৰ ফৰেণচিক সাক্ষ্য সংগ্ৰহৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়্ন্ত্ৰণত সহায়ৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ২০২৩ৰ অধীনত এটা পৰীক্ষাগাৰ আৰু এগৰাকী বিশেষজ্ঞক স্বীকৃতি দিয়াৰ ঘটনা অসমত এয়াই প্ৰথম ।

এই অভাৱনীয় সাফল্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক উদয়ন বৰঠাকুৰে কয়, “আমি চৰকাৰৰ এই অধিসূচনাক আমি এই ক্ষেত্ৰখনত প্ৰায় দুটা দশক ধৰি কৰা কামৰ এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে গণ্য কৰিছোঁ । এই স্বীকৃতিক আমি আমাৰ কান্ধত ন্যস্ত এক গুৰু দায়িত্ব বুলিও গণ্য কৰিছোঁ আৰু এই জটিল দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি অসম চৰকাৰক কৃতজ্ঞতা জনাইছোঁ।”

বৰঠাকুৰে কয় যে “বিএনএছএছ ২০২৩”ৰ ৩২৯(৪)নং ধাৰাৰ অধীনৰ এই অধিসূচনাই পৰীক্ষাগাৰটো আৰু ইয়াৰ জীৱবিজ্ঞানীক বন্যপ্ৰাণী অপৰাধসমূহত আইন বলবতকাৰী সংস্থাসমূহক ফৰেণচিক বিশ্লেষণৰ কাৰণে সাক্ষ্য সংগ্ৰহত সহায় কৰাৰ বাবে বৈজ্ঞানিক বিশেষজ্ঞ হিচাপে মান্যতা দিব আৰু ই অনাগত দিনবোৰত বন্যপ্ৰাণী অপৰাধৰ গোচৰত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিত অৰিহণা যোগাব ।

আৰণ্যকৰ সচিব প্ৰধান আৰু কাৰ্যবাহী সঞ্চালক ড° বিভৱ কুমাৰ তালুকদাৰে আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰাক অৰ্পণ কৰা দায়িত্বৰ বাবে অসমৰ বন বিভাগ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকে চৰকাৰৰ সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টাত পৰিপূৰক হিচাপে কাম কৰি আহিছে আৰু অনাগত বছৰবোৰতো তাক অক্ষুন্ন ৰাখিব ।

উল্লেখ্য যে ২০০৮ চনত স্থাপিত আৰণ্যকৰ এই পৰীক্ষাগাৰটো সংৰক্ষণ জিনতত্ত্ব আৰু বন্যপ্ৰাণীৰ ডিএনএ ফৰেনছিক বিশ্লেষণৰ সুবিধাসম্পন্ন উত্তৰ পূৱৰ একমাত্ৰ পৰীক্ষাগাৰ । যোৱা দশকটোত এই পৰীক্ষাগাৰে চৰকাৰী তদন্তকাৰী সংস্থাক ১৩৫টা বিভিন্ন বন্যপ্ৰাণী অপৰাধৰ তদন্তত জিনতত্ত্ব বিশ্লেষণ আৰু ক্ষেত্ৰভিত্তিক ডিএনএ নমুনা সংগ্ৰহ কৰাত সহায় কৰিছে । ফৰেনছিক কাম-কাজৰ উপৰিও এই পৰীক্ষাগাৰটোৱে ভাৰত আৰু বিদেশৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ জিনতত্ত্ব সংৰক্ষণ বিষয়ক দুই ডজনৰো অধিক গৱেষণা প্ৰকল্প ৰুপায়ণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakGuwahati
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d