Weapons and explosives recovered:
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীয়ে বিভিন্ন স্থানত অব্যাহত ৰখা তালাচি অভিযানৰ মাজতে আৰক্ষীয়ে অসম-অৰুণাচল সীমান্তৱৰ্তী ভিনভিৰু বস্তিত উদ্ধাৰ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক।
ADVERTISEMENT
আৰক্ষীয়ে সন্দেহ কৰা মতে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ- বিস্ফোৰক খিনি আলফা (স্বাঃ) আৰু এনএছচিএনে কুটাঘাটমূলক কাৰ্য সংঘটিত কৰিবৰ বাবে মজুত কৰি ৰাখিছিল ৷






























