Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্রত্যাহ্বান গৰকি নির্মাণ সম্পূর্ণ বৈৰবী-ছাইৰাং ৰেলপথৰ

publisher by publisher
August 23, 2025
in India, News
Reading Time: 1 min read
0
প্রত্যাহ্বান গৰকি নির্মাণ সম্পূর্ণ বৈৰবী-ছাইৰাং ৰেলপথৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi Manipur And Mizoram Visit: মণিপুৰত সকলো সংগঠনক ‘শান্তিৰ পথলৈ আহিবলৈ’ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ভিক্ষা নিষেধাজ্ঞাৰ আইন প্ৰণয়নৰ পথত মিজোৰাম! বিৰোধীৰ আপত্তি সত্ত্বেও বিধেয়ক গৃহীত

আৰম্ভ হ’ল অসম-মিজোৰামত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ

Mizoram:✒️আকাশ স্পর্শ কৰা দুর্গম পাহাৰ, অসূর্যস্পর্শা গভীৰ বনাঞ্চল আৰু প্রত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰে ভাৰতৰ বেল খণ্ডই মিজোৰামক লৈ আন এক অভিলেখ স্থাপন কৰিবলৈ আগবাঢ়িছে।

ADVERTISEMENT

দেশে স্বাধীনতা লাভৰ সুদীর্ঘ ৭৫ বছব উকলি যোৱাৰ পাছত অৱশেষত উত্তৰ-পূৱ সীমান্ত বেলৱেৰ জৰিয়তে দেশৰ ৰেলখণ্ডই স্পর্শ কৰিবলৈ সাজু হৈছে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ অন্যতম উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক।

অসমৰ অন্যতম ভগ্নীবাজ্য মিজোৰামৰ বৈৰবীত যদিও ইতিমধ্যে বেলপথে প্রবেশ কৰিছে সেয়া বিশেষ উল্লেখযোগ্য নহয়। অসম সীমান্তৰ গাতে লগি আছে বৈৰবী। সেই বৈৰবীৰ পৰাই এতিয়া মিজোৰামৰ ৰাজধানী আইজল চহৰৰ সমীপৰ ছাইবাঙলৈ ৰেলপথ সম্প্ৰসাৰিত হোৱাৰ লগে লগে মিজোৰাম ভাৰতৰ ৰেল সংযোগ ব্যৱস্থাৰ অন্যতম অংশীদাৰ হ’বলৈ আগবাঢ়িছে।

ইয়াৰ সমান্তৰালকৈ ৰেলৰ জৰিয়তে ৰাজধানী সংযোগ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজ্যৰূপে পৰিগণিত হোৱাৰ দিশে ধাৱমান হৈছে। ইয়াৰ পূৰ্বে অসম, ত্ৰিপুৰা আৰু অৰুণাচলৰ ৰাজধানী সংযোগ হৈছে মিজোৰাম। আইজলৰ পাছত অতি শীঘ্রে সংযোজিত হ’ব মণিপুৰ আৰু নগালেণ্ডৰো ৰাজধানী। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সদৰী কৰে যে একমাত্র মেঘালয়ক বাদ দি অহা ২০২৯ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী ৰেলপথৰে সংযোজিত হ’ব।

অতি প্রত্যাহানপূর্ণ নির্মাণ

বৈৰবীৰ পৰা ছাইৰাঙলৈ বেলপথৰ দূৰত্ব ৫১.৩৮ কিলোমিটাৰ। যথেষ্ট দূৰত্ব নহ’লেও এই পথছোৱা নির্মাণত বেল বিভাগৰ ব্যয় হয় প্রায় আঠ হেজাৰ কোটি টকা। কিয়নো অতি জটিল তথা দুর্গম অঞ্চলৰ মাজেৰে এই পথছোৱা পাৰ হৈছে। ঠায়ে ঠায়ে পাহাৰৰ শিখৰো নৱনির্মিত বেলপথে স্পৰ্শ কৰিছে। পাহাৰৰ বুকুও বিদীর্ণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তথ্য অনুসৰি, পথছোৱাত মুঠ ১২,৮৫৩ মিটাৰ দৈৰ্ঘ্যৰ ৪৮ টা সুৰংগ আছে। ৯০ মিটাৰৰ কম দৈৰ্ঘ্যৰ দলং আছে ৮৭ খন আৰু ৯০ মিটাৰৰ অধিক দৈৰ্ঘ্যৰ তথা গুৰু দলং আছে ৫৫ খন। পথৰ ওপৰৰ উৰণ সেতু আছে পাঁচখন আৰু ছখন এনে দলং আছে যাৰ তলেৰে ৰেলপথ পাৰ হৈ গৈছে। পথছোৱা নির্মাণত বতৰো আছিল অন্যতম বৃহৎ প্রত্যাহ্বান। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তথ্য অনুসৰি বছৰৰ ১২ মাহৰ সৰ্বাধিক চাৰি মাহহে ভালদৰে কাম কৰিব পৰা গৈছিল। তদুপৰি এদিন বৰষুণ পৰিলেই এসপ্তাহ কাম বন্ধ হৈ পৰে। গতিকে প্রায় ৩০ মাহ কর্মদিনত এই প্রকল্পটো সম্পূর্ণ কৰি তোলা হয়।

দলঙৰ উচ্চতাৰে অভিলেখ

ছাইৰাং ষ্টেছনৰ গাতে লাগি থকা ৰেলপথছোৱাৰ ১৯৬ নম্বৰ দলংখনে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৭৪২ মিটাৰ দৈৰ্ঘ্যৰ দলংখন ভূপৃষ্ঠৰ পৰা ১১৪ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে। এই দলংখনে ভাৰতত নিৰ্মাণ কৰা আৰু নির্মীয়মাণ অৱস্থাত থকা বেল দলংবোৰৰ ভিতৰত দ্বিতীয় সর্বোচ্চ উচ্চতাৰ স্বীকৃতি লাভ কৰিছে। দলংখন কুতুবমিনাৰতকৈও ৪২ মিটাৰ ওখ। প্রসংগক্রমে উল্লেখ্য যে সর্বোচ্চ উচ্চতাৰ দলংখনো উত্তৰ-পূৰ্বাঞ্চলতে নির্মীয়মাণ অৱস্থাত আছে। দলংখন মণিপুৰত নিৰ্মাণ কৰি থকা হৈছে।

ইপিনে, নির্মাণ সম্পূর্ণ হ’লেও বৈৰবী-ছাইৰাং পথেৰে ব্যৱসায়িকভাবে কেতিয়ালৈ বেল চলাচল কৰিব সেয়া চূড়ান্ত হোবা নাই। অতি শীঘ্রে বেল চলাচল আৰম্ভ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শর্মাই। পথছোৱা বৈদ্যুতিকীকৰণৰ কামো ইতিমধ্যে আগবাঢ়িছে। অহা ডিচেম্বৰৰ ভিতৰত এই কাম সম্পূর্ণ হোৱা সম্ভাৱনা আছে। ভাৰতৰ বেল ইতিহাসৰ অন্যতম প্রত্যাহ্বানমূলক নির্মাণ কার্যৰূপে চিহ্নিত হোৱা পথটোৰ অনুমোদন দিয়া হৈছিল ২০০৮ত। ছবছৰ বিৰতিত ২০১৪ৰ ২৯ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ৰেলপথছোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পাছতে আৰম্ভ হোৱা নিৰ্মাণ কাৰ্য ১১ বছৰত এতিয়া সম্পূর্ণ হৈ উঠিছে। অতি মনোমোহা প্রাকৃতিক পৰিৱেশৰ মাজেৰে নিৰ্মাণ কৰা পথছোৱাই পর্যটককো যথেষ্ট আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি ৰেল বিভাগে আশা প্রকাশ কৰিছে। সেইবাবে পৰৱৰ্তী সময়ত ‘ভিষ্টাডম’ৰ দৰে পৰ্যটককেন্দ্রিক বেল চলাচলৰ পৰিকল্পনা কৰা হৈছে। মুখ্য জনসম্পর্কৰক্ষী বিষয়া শর্মাই সদৰী কৰে যে ৰেলপথছোৱাত বৈদ্যুতিক সংযোগ হৈ উঠিলে গুৱাহাটী আৰু আইজলৰ মাজৰ যাতায়াতত সর্বাধিক ১০ ঘণ্টা লাগিব।

ভূমিস্খলন প্রতিৰোধ হ’বনে?

পাহাৰীয়া পথত ভূমিস্খলন সদায় এক বৃহৎ প্রত্যাহ্বান হৈ আহিছে। অসমৰ ডিমা হাছাও জিলাত সঘনে হৈ থকা ভূমিস্খলনে বেল চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে। এই সমস্যাৰ সৃষ্টি নহ’বলৈ নতুন পথছোৱা এনেদৰে নিৰ্মাণ কৰা হৈছে য’ত ভূমিস্খলনৰ সম্ভাৱনা পাৰ্যমানে হ্ৰাসৰ চেষ্টা চলোৱা হৈছে। এই বিষয়ে সদৰী কৰি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াজনে কয়, ‘পথটো পার্যমানে পোন কৰা হৈছে। পাহাৰ খান্দি পথ নিৰ্মাণৰ পৰিৱৰ্তে সুৰংগ আৰু দলং নির্মাণত গুৰুত্ব আৰোপ কৰা হৈছে।’ য’তেই দ ঠাই পোৱা গৈছে তাত পথটো পাহাৰ কাটি ঘূৰাই নিয়াৰ পৰিৱৰ্তে দলং নিৰ্মাণ কৰা হৈছে। অগত্যা য’ত বিকল্প কোনো সুবিধা ওলোৱা নাই তাতহে পাহাৰ কটা হৈছে যদিও ভূমিস্খলন নহ’বলৈ সম্ভৱপৰ সকলো ব্যবস্থা লোবা হৈছে। এনেদৰেই বৃহৎ প্রত্যাহ্বানৰে নিৰ্মাণ কৰা হৈছে বৈৰবী-ছাইৰাং সংযোগী ৰেলপথটো।

বৈৰবী আৰু ছাইৰাঙৰ মাজত আছে তিনিটা স্টেছন। এইকেইটা হ’ল- হবট ‘কি, কনপুই আৰু মুরালখাং। সৰু হ’লেও আটাইকেইটা ষ্টেছনত সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bairabi-Sairang railwayMizoram
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d