Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মকৰা-কেঁকোৰাৰ ৫২ কোটি বছৰ পূৰ্বৰ ‘পূৰ্বপুৰুষ’ৰ জীৱাশ্ম উদ্ধাৰ!

অক্ষত আছে মগজু-নাৰী-ভুঁৰু: হতবাক বহু প্রাণী বিজ্ঞানী

publisher by publisher
September 6, 2025
in News, International
Reading Time: 1 min read
0
মকৰা-কেঁকোৰাৰ ৫২ কোটি বছৰ পূৰ্বৰ ‘পূৰ্বপুৰুষ’ৰ জীৱাশ্ম উদ্ধাৰ!
0
SHARES
4
VIEWS
ShareShareShareShare
Fossil:✒️মকৰা আৰু কেঁকোৰা জাতীয় প্ৰাণীৰ ৫২ কোটি বছৰ পূৰ্বৰ ‘পূৰ্বপুৰুষ’ৰ অস্তিত্ব শেহতীয়াভাৱে উদ্ধাৰ হৈছে। চীনৰ য়ুনান বিশ্ববিদ্যালয়ত সম্প্রতি সংৰক্ষিত হৈ থকা এই জীৱাশ্মক লৈ ডাৰহাম বিশ্ববিদ্যালয়ৰ গৱেষক মার্টিন স্মিথৰ নেতৃত্বত গৱেষণা চলিছে।

এই গৱেষণা সম্পর্কীয় তথ্য প্রকাশ পাইছে বিশ্বখ্যাত ‘নেচাৰ’ আলোচনীত। এই সন্ধিপদী প্ৰাণীৰ জীৱাশ্ম য়ুনানত অঞ্চলত উদ্ধাৰ হয়। এই জীৱাশ্মৰ নাম য়ুটি য়ুনানসি ৰখা হৈছে। গৱেষকসকলে প্রকাশ কৰা অনুসৰি এই প্ৰাণীৰ দেহ এডাল ৰেখা সদৃশ। এই প্রাণী কেম্ব্রিয়ান যুগত পৃথিৱীত আছিল।

ADVERTISEMENT

আশ্চর্যজনক যে ৫২ কোটি বছৰ পূৰ্বৰ এই প্ৰাণীৰ মগজুৰ পৰা আৰম্ভ কৰি শৰীৰৰ অভ্যন্তৰৰ অন্ত্র তথা নাৰী-ভুঁৰু আদি অক্ষত অৱস্থাত আছে। বিজ্ঞানীসকলৰ মতে কেম্ব্রিয়ান যুগত যিসমূহ প্রাণী বাচি আছিল সেইসমূহৰ, দ্রুত বিবর্তন হৈছিল।

RelatedPosts

জম্মু-কাশ্মীৰত সন্ধান পোৱা গ’ল এক কোটি ৩০ লাখ বছৰ পুৰণি এপৰ জীৱাশ্মৰ

এই জীৱাশ্মৰ প্রাণীবিধৰো অনেকবাৰ বিৱৰ্তন ঘটে। আজিৰ পৃথিৱীত থকা মকৰা আৰু কেঁকোৰা হৈছে এই শ্ৰেণীৰ প্ৰাণীৰ অন্যতম। চীনৰ য়ুনানত উদ্ধাৰ হোৱা এই ৫২ কোটি বছৰ পূৰ্বৰ প্ৰাণীবিধৰ জীৱাশ্মৰ এক্সৰে টম’গ্রাফী কৰা হৈছে।

বিজ্ঞানীসকলে প্রাণীবিধৰ জীৱাশ্মৰ ত্রিমাত্রিক ছবিও তুলিছে। এই সম্পর্কত বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি, জীৱাশ্মটোৰ মস্তিষ্কৰ অঞ্চল, খাদ্য হজমকাৰী গ্রন্থি সংবহনতন্ত্র (কডিমেণ্টৰী চাকুলেটৰী ছিষ্টেম), আনকি স্নায়ুৰ তথ্যও উদ্ধাৰ হৈছে।

এই প্রাণীবিধ যে আজিৰ কেঁকোৰা আৰু মকৰাৰ পূর্বপুৰুষ আছিল সেয়া একপ্ৰকাৰ স্পষ্ট হৈছে। কোটি কোটি বছৰ পূর্বে পৃথিৱীত বিচৰণ কৰা সত্ত্বেও এই প্রাণীবিধৰ শৰীৰৰ গঠন সময়ৰ তুলনাত উন্নত আছিল। এই সম্পর্কত বিজ্ঞানী মার্টিন স্মিথে কয় যে সাধাৰণতে জীৱাশ্মত পৰিণত হোৱাৰ সময়ত একোবিধ জীৱৰ শৰীৰ ভাঙি পৰে। কিন্তু এইবিধ প্রাণী জীৱাশ্মত পৰিণত হোৱাৰ সময়ত শৰীৰ ভাঙি নপৰিল। এই গৱেষণাৰ অন্যতম সহায়ক ষ্টেথক্লাইড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা কেথৰিন ডবচনে কয় যে এই জীৱাশ্মই বিৱৰ্তনৰ ধাৰা যে অনেক সেয়াও প্রতিপন্ন কৰিছে। তদুপৰি ইয়াৰ সমান্তৰালভাৱে জৈব

বৈচিত্র্যও ধৰা পৰিছে। এই সম্পৰ্কত অধিক গৱেষণাৰ পোষকতা কৰিছে গৱেষিকাগৰাকীয়ে। বিজ্ঞানীসকলৰ মতে এই প্রাণী কোটি কোটি বছৰ ধৰি অভিযোজন ঘটে। জীৱন যুদ্ধত জয়ী হোৱাৰ বাবে প্ৰতিকূলতাৰ স’তে অনেক যুদ্ধ কৰাৰ ফলত এই প্রাণীবিধৰ বহু পৰিৱৰ্তন ঘটে।

এই ক্ষেত্রত বিজ্ঞানীসকলক সকলোতকৈ হতবাক কৰা দিশটো হৈছে এই বহু কোটি বছৰ পূৰ্বৰ প্ৰাণীবিধৰ মূৰৰ পৰা আৰম্ভ কৰি নাৰী-ভুৰুলৈকে অক্ষত অৱস্থাত আছে। উল্লেখ্য যে জীবাশ্ম হৈছে দীর্ঘদিন ধৰি প্ৰাণীৰ দেহত চাপ পৰি থাকিলে সেই প্রাণী পাথৰত পৰিণত হয়। বিৰল হ’লেও কেতিয়াবা প্ৰাণীৰ শৰীৰৰ নৰম কলাও লক্ষ লক্ষ বছৰ ধৰি অক্ষত অৱস্থাত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fossilspider
publisher

publisher

Related Posts

Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d