Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kulman Ghiching will lead Nepal’s interim government:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ নেতৃত্ব দিব কুলমান ঘিচিঙে !

জেনেৰেচন-জেডয়ে প্ৰস্তাৱ কৰিলে প্ৰখ্যাত অভিযন্তা কুলমান ঘিচিঙৰ নাম, নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ মুৰব্বী কুলমান ঘিছিং, পেনেলৰ পৰা সুশিলা কাৰ্কী আৰু কাঠমাণ্ডুৰ মেয়ৰ বলেন শ্বাহে আঁতৰি দিয়াত কুলমানৰ নামত মোহৰ জেনেৰেচন-জেডৰ, প্ৰেছ বিবৃতিৰ সদৰি জেনেৰেচন-জেড

publisher by publisher
September 11, 2025
in Assam, News
Reading Time: 1 min read
0
Kulman Ghiching will lead Nepal’s interim government:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ নেতৃত্ব দিব কুলমান ঘিচিঙে !
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা

Balendra Shah takes oath as Nepal’s PM:ৰাম নৱমীৰ দিনা নেপালত তৰুণ প্ৰজন্মৰ বলেন্দ্ৰ শ্বাহৰ ৰাজ অভিষেক

Kulman Ghiching will lead Nepal’s interim government:

হিমালয়ান দেশ নেপালত চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু জেনেৰেচন-জেডৰ হিংসাত্মক প্ৰতিবাদৰ মাজতে ওলাইছে ডাঙৰ খবৰ। এতিয়া নেপালত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ দৌৰত অভিযন্তা কুলমান ঘিছিং। ইয়াৰ পূৰ্বে জেনেৰেল জেডে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নাম প্ৰস্তাৱ কৰিছিল যদিও আভ্যন্তৰীণ বিৰোধিতাৰ বাবে নাকচ কৰা হয়। সংবিধান অনুসৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক এই পদৰ বাবে যোগ্য বুলি গণ্য কৰা নহয় বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

ADVERTISEMENT

উল্লেখ্য যে কাঠমাণ্ডুৰ মেয়ৰ বলেন শ্বাহ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশিলা কাৰ্কি দুয়োজনেই একাষৰীয়া হোৱাৰ পিছত নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ বাবে নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ মুৰব্বী অভিযন্তা কুলমান ঘিছিঙৰ ওপৰত ন্যস্ত কৰা হৈছে। দেশজোৰা প্ৰতিবাদক এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত অন্ত পেলোৱাত অগ্ৰণী ভূমিকা লোৱা ঘিছিঙক এগৰাকী স্বচ্ছ ভাবমূর্তি ব্যক্তি বুলি নেপালত সমীহ কৰে সৰ্বস্তৰৰ লোকে ৷ দেশৰ নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে দেশখনক পৰিচালিত কৰিব কুলমান ঘিছিঙে ৷
জেন জেডৰ এই ঘোষণা নেপালৰ দুৰ্নীতি বিৰোধী আৰু সুশাসন আন্দোলনৰ অংশ হিচাপে, যিয়ে বৃহস্পতিবাৰে জাতিটোক ৰাজনৈতিক পৰিৱৰ্তনৰ মাজেৰে পথ প্ৰদৰ্শন কৰিবলৈ অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰাৰ সিদ্ধান্তৰ সৈতে “অভূতপূৰ্ব সফলতা”ক প্ৰশংসা কৰে।

প্ৰথম অৱস্থাত পৰিষদৰ নেতৃত্বৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী হিচাপে দেখা পোৱা বলেন শ্বাহক প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব ল’বলৈ ৰাজহুৱাভাৱে অস্বীকাৰ কৰে।

আনহাতে শক্তিশালী সমৰ্থন লাভ কৰা সুশীলা কাৰ্কীয়ে সাংবিধানিক আৰু আইনী বাধাৰ লগতে নিজৰ অনিচ্ছাৰ কথা উল্লেখ কৰি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে। ৭০ বছৰৰ ওপৰৰ বয়সত তেওঁক অতিৰিক্তভাৱে নেতৃত্বত জেন জেডক প্ৰতিনিধিত্ব কৰিব নোৱাৰা বুলি গণ্য কৰা হৈছিল।

দেশৰ এনে সংকটকালীন ক্ষণত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ দেশপ্ৰেমিক তথা সকলোৰে প্ৰিয় অভিযন্তা কুলমান ঘিছিংক নামটো সৰ্বজন গৃহিত হিচাপে গ্ৰহণ কৰিবলৈ সেনা সহ দেশবাসীলৈ আহ্বান জনাই জেন জেড গ্ৰুপে ৷

নেপালী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি জেন-জেড যুৱকৰ এটা দলে সেনা মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠন সন্দৰ্ভত চলি থকা আলোচনাত অন্তৰ্ভুক্ত হ’বলৈ অনুৰোধ জনাইছে। একেদৰে নেপালী সেনাৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেলে বুধবাৰে গুৰুত্বপূৰ্ণ ব্যক্তি আৰু “জেন জেডৰ প্ৰতিনিধি”ৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷

আনহাতে নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কাঠমাণ্ডু উপত্যকাত চলি থকা জেন জেড প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। উল্লেখ্য যে,নেপালত ছাত্র-যুৱ আন্দোলনৰ চাপত পৰি মঙলবাৰে প্রধানমন্ত্রী কে পি শর্মা অলিয়ে পদত্যাগ কৰি আত্মগোপন কৰে। তাৰ পিছৰে পৰা দেশৰ প্ৰশাসনৰ দায়িত্ব আওপকীয়াকৈ গ্ৰহণ কৰে সেনাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GenZKathmandukulman ghisingNepa lElectricity AuthorityNepal's interim govtnepali army chief ashok rajnew chief elected
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d