Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছাইত পৰিণত এখনৰ পাছত আনখন সুউচ্চ বিলাসী হোটেল

নেপালত কেইমিনিটমানৰ ভিতৰতে ভস্ম হ'ল শ শ কোটি টকাৰ সম্পত্তি

publisher by publisher
September 13, 2025
in India, News
Reading Time: 1 min read
0
ছাইত পৰিণত এখনৰ পাছত আনখন সুউচ্চ বিলাসী হোটেল
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা

Balendra Shah takes oath as Nepal’s PM:ৰাম নৱমীৰ দিনা নেপালত তৰুণ প্ৰজন্মৰ বলেন্দ্ৰ শ্বাহৰ ৰাজ অভিষেক

Kathmandu:✒️সীমাহীন দুর্নীতি-ভ্রষ্টাচাৰ, জটিল সামাজিক অসমতা, বর্ধিত নিবনুৱা সমস্যা, ৰাজনীতিকৰ মাজত দায়বদ্ধতাৰ অভাৱ আদি কাৰকে সৃষ্টি কৰা নেপালৰ গণবিদ্ৰোহৰ জুইত জাহ গ’ল একাধিক বিলাসী হোটেলো। প্রতিবাদকাৰীয়ে জুলাই ধ্বংস কৰিলে দেশখনৰ সংসদ ভৱনো।

ADVERTISEMENT

এনে ৰাজহুৱা সম্পত্তি প্রতিবাদকাৰীসকলে ধ্বংস কৰাক লৈ বিৰূপ প্রতিক্ৰিয়াৰো সৃষ্টি হৈছে। কাৰণ এনে সা-সুবিধা থকাৰ বাবে হিমালয়ৰ পাদদেশত অৱস্থিত দেশখন ভ্রমণ কৰিছিল বহু বিদেশী পর্যটকেও। ইয়ে সামগ্রিকভারে জাতীয় অর্থনীতিলৈও বৰঙণি আগবঢ়াইছিল।

যোৱা সোমবাৰৰ পৰা দেশখনত দপদপাই জ্বলি উঠা ক্রোধাগ্নিৰ ওচৰত শিৰনত কৰি প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাৰ লগতে দেশৰ পৰা পলায়নো কৰিছে। ক্ষমতাশালী ৰাজনীতিকৰ বিৰুদ্ধে এনে বিদ্রোহ যোৱা বছৰ বাংলাদেশত আৰু তাৰ পূৰ্বে শ্রীলংকাতো দেখা গৈছিল। কিন্তু নেপালত প্রতিবাদকাৰীসকলে ধ্বংস কৰে ৰাজহুৱা সম্পত্তিও। জুলাই ছাৰখাৰ কৰে কে’বাখনো বিলাসী হোটেল। মুহূৰ্তৰ ভিতৰতে এই হোটেলসমূহ ছাইত পৰিণত হয়। ৯০ দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথম ভাগলৈ জন্মলাভ কৰা প্ৰজন্মৰ এই বিদ্রোহক ‘জেন জেড’ বিদ্রোহ বুলি সমগ্র বিশ্বজুৰি চৰ্চিত হৈছে।

অভিজাত শ্ৰেণীৰ বিলাসী জীৱন-যাপনৰ বিৰুদ্ধে গঢ়ি উঠা এই বিদ্ৰোহৰ সময়ত উন্মত্ত প্রতিবাদকাৰীসকলে কাঠমাণ্ডৰ হোটেল ৰিজেন্সী, হোটেল হিল্টন কাঠমাণ্ডু, বর্ণবাস মিউজিয়াম হোটেল আদিত অগ্নিসংযোগ কৰে। ইয়াৰে হিল্টন কাঠমাণ্ডু হোটেল আছিল সমগ্র নেপালৰ ভিতৰতে সুউচ্চ হোটেল।

অগ্নিসংযোগৰ কেইমিনিটমানৰ পাছতে এই গগনচুম্বী হোটেল একপ্ৰকাৰ ছাইত পৰিণত হয়। এই চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ছোৱাত কমেও ৫১ জন লোকৰ প্ৰাণহানি ঘটে। কিন্তু কিয় প্রতিবাদকাৰীসকলে বিলাসী হোটেলসমূহ ধ্বংস কৰিলে তাৰ কাৰণ পোহৰলৈ অহা নাই। প্রতিবাদকাৰীসকলে ছাইত পৰিণত কৰা হোটেলসমূহৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমতো ভাইৰেল হৈছে।

লক্ষ্যণীয়ভাবে পর্যটন হৈছে নেপালৰ জীৱনী ৰক্তস্বৰূপ। তৎসত্ত্বেও প্রতিবাদকাৰীসকলে বিলাসী হোটেলসমূহ ধ্বংস কৰে। এনে হোটেলৰ অন্যতম হৈছে:

হায়াট ৰিজেন্সি কাঠমাণ্ডু

নেপালৰ শেহতীয়া ভয়ংকৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত প্রতিবাদকাৰীয়ে জ্বলাই ছাৰখাৰ কৰা বিলাসী হোটেলসমূহৰ হায়াট ৰিজেন্সি কাঠমাণ্ডু। এই পঞ্চতাৰকা হোটেলে ৩১ একৰ ভূমি আগুৰি আছিল। পৰম্পৰাগত নেৱাৰি শৈলীৰ স্থাপত্যৰ আর্হিত নির্মিত এই হোটেল কমেও তিনিশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল। ২০০০ৰ ছেপ্টেম্বৰত হোটেলখন মুকলি কৰে ৰজা বীৰেন্দ্ৰই।

উন্মত্ত প্রতিবাদকাৰীসকলে অগ্নিসংযোগ কৰাৰ ফলত হোটেলখনৰ প্ৰচুৰ ক্ষতিসাধন হয়। হোটেলখনৰ ৱেবছাইটত প্রকাশ পোৱা মতে এই হোটেল সাময়িকভাবে বন্ধ ৰখা হৈছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে কোঠা সংৰক্ষণ বাতিল কৰিছে হোটেল কর্তৃপক্ষই। বৌদ্ধনাথ স্তূপৰ ওচৰত অৱস্থিত এই বিলাসী হোটেলে দেশী-বিদেশী পর্যটকসকলক আকৰ্ষণ কৰি আহিছে। একেদৰে বৌদ্ধনাথ স্তূপ হৈছে নেপালৰ অন্যতম গুৰুত্বপূৰ্ণ বৌদ্ধস্থলী।

হায়াট ৰিজেন্সি কাঠমাণ্ডু হোটেলত অগ্নিসংযোগৰ ফলত অতিথি বা হোটেল কর্মচাৰীসকল আঘাতপ্রাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে বুলি হোটেলখনৰ ফ্ৰণ্ট অফিচ পৰিচালক ভূষণ ৰানেই জনায়। অৱশ্যে হোটেলখনত আশ্ৰয় লৈ থকা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এগৰাকী ৫৫ বছৰীয়া মহিলাই পলায়নৰ চেষ্টা চলাওতে মৃত্যুক আঁকোৱালি লয় বুলি বাতৰি প্ৰকাশ পাইছে।

তদুপৰি এই হিংসাত্মক ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামীও আহত হয়। উন্মত্ত প্রতিবাদকাৰীয়ে হোটেলখনত অগ্নিসংযোগ কৰাৰ সময়ত এই ভাৰতীয় দম্পতীয়ে দুৱাৰ-খিৰিকীৰ পৰ্দা আৰু বিছনাৰ কাপোৰৰে ৰচী তৈয়াৰ কৰি হোটেলখনৰ চতুৰ্থ মহলাৰ পৰা তললৈ জঁপিয়াওতে হতাহত হয়।

প্ৰচুৰ ক্ষতিগ্রস্ত হিল্টন কাঠমাণ্ডু

নেপালৰ শেহতীয়া গণ বিদ্ৰোহৰ সময়ত উন্মত্ত প্রতিবাদকাৰীয়ে অগ্নিসংযোগ কৰি প্ৰচুৰ ক্ষতিসাধন কৰা এখন হোটেল হ’ল হিল্টন কাঠমাণ্ডু। অগ্নিসংযোগ কৰাৰ কেইমিনিটমানৰ ভিতৰতে হোটেলখনত প্রচণ্ড জুইয়ে ঘেৰি ধৰে। অগ্নিনির্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ সময়ত হোটেলখনক ডাঠ ক’লা ধোঁৱাই ঘেৰি ধৰাও দেখা যায়।

উল্লেখ্য যে যোৱা বছৰৰ জুলাইতহে মুকলি কৰা এই বিলাসী হোটেল আছিল সমগ্র নেপালৰে সবাতোকৈ ওখ হোটেল। হোটেলখনৰ স্বত্বাধিকাৰী হৈছে নেপালী তীখা ব্যবসায়ী চাহিল আগ্রৱালৰ শংকৰ গ্ৰুপ। আঠশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই বিলাসী হোটেল ঘাইকৈ বিদেশী পর্যটকসকলৰ মাজত জনপ্রিয় আছিল। হোটেলখনৰ স্থাপত্যই বহুতকে আকৰ্ষণ কৰিছিল।

উন্মত্ত প্রতিবাদকাৰীয়ে হোটেলখনত আক্রমণ সংঘটিত কৰাৰ পাছত সাময়িকভাবে মালিকপক্ষই হোটেলখন বন্ধ ৰখা বুলি ঘোষণা কৰিছে। উল্লেখ্য যে এই হোটেল নির্মাণ কে’বা বছৰ ধৰি কৰা হয়। নেপালৰ আতিথ্য খণ্ডক আন্তর্জাতিক মান দিয়াৰ উদ্দেশ্য ২০১৬ত শংকৰ গ্ৰুপে এক অভিলাষী দৃষ্টিভংগীৰে এই হোটেল নির্মাণ আৰম্ভ কৰে।

অৱশ্যে নির্মাণ কার্য একাধিকবাৰ স্থগিত ৰাখিবলগীয়া হয়। বিভিন্ন বাধা বিশেষকৈ ২০২০ৰ ক’ভিড-১৯ মহামাৰীয়ে হোটেলখনৰ নিৰ্মাণ কাৰ্যত ব্যাঘাত জন্মায়। তৎসত্ত্বেও মালিকপক্ষই হতাশ নহৈ হোটেলখনৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখে। অৱশেষত যোৱা বছৰৰ জুলাইত হোটেলখন মুকলি কৰা হয়। ৬৪ মিটাৰ উচ্চতাৰ আৰু ১৭৬ টা কোঠাযুক্ত এই হোটেল কেৱল বিলাসী হোৱাৰ বাবে খ্যাত নাছিল।

এই হোটেলে নেপালৰ সাংস্কৃতিক পৰিচয়ো বহন কৰে। হোটেলখনত হেলনীয়াকৈ নির্মিত বৌদ্ধ প্রার্থনাৰ পতাকাই দেশখনৰ সাংস্কৃতিক ঐতিহ্য বহন কৰে। অতিথিসকলে বিশ্বমানৰ আতিথ্য হোটেলখনত লাভ কৰি আহিছে। হোটেলৰ লবী, ভোজনালয় আৰু সভাকক্ষই বহু কথাই কয়। এনে এখন হোটেলৰো প্ৰচুৰ ক্ষতিসাধন কৰে উন্মত্ত প্রতিবাদকাৰীসকলে।

কালি এই হোটেল ধ্বংসাবশেষলৈ ৰূপান্তৰিত হ’ল। একালৰ আইনা আৰু ৰঙে প্রিজমৰ সৃষ্টি কৰা এই হোটেল আজি ছাইত পৰিণত হ’ল। ইয়াৰ ফলত হোৱা নেপালৰ এই ক্ষতি মাথোঁ কায়িক লোকচানেই নহয়, ইয়ে দেশখন আশা আৰু ভ্ৰমৰ মাজত অৱস্থান কৰাটোও সূচাইছে। মালিকপক্ষৰ কঠোৰ পৰিশ্ৰম তথা বিনিয়োগ, স্থাপতিবিদৰ কষ্টও নিমিষতে ধূলিত পৰিণত কৰিলে উন্মত্ত প্রতিবাদকাৰীসকলে।

বর্ণবাস মিউজিয়াম হোটেল

নেপালৰ গণ বিদ্ৰোহৰ সময়ত উন্মত্ত প্রতিবাদকাৰীসকলে জ্বলাই ছাৰখাৰ কৰা আন এখন বিলাসী হোটেল হ’ল বর্ণবাস মিউজিয়াম হোটেল।

হিল্টন কাঠমাণ্ডু হোটেলৰ পৰা এক কিলোমিটাৰ নিলগত অবস্থিত এই হোটেলো এখন পঞ্চতাৰকা হোটেল। বর্ণবাস মিউজিয়াম হোটেল আছিল স্মল লাক্সাৰী হোটেলছ অব দ্য ৱৰ্ল্ড শীর্ষক সংস্থাৰ অন্তর্ভুক্ত। ১৪৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই হোটেল যোৱা বছৰৰ পহিলা ফেব্ৰুৱাৰীতহে মুকলি কৰা হৈছিল। এই হোটেল উদ্বোধন কৰিছিল পর্বতাৰোহী মিংমা ডেভিদ শ্বের্পাই। ইয়াত ভোজন কক্ষৰ এভাৰেষ্টৰ বেছ কেম্পৰ স’তে সাদৃশ্য আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kathmandu
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d