Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগদ কোটি টকা-বৃহৎ পৰিমাণৰ অলংকাৰসহ ধৃত চক্ৰ বিষয়া নূপুৰ

publisher by publisher
September 16, 2025
in Assam, News
Reading Time: 1 min read
0
নগদ কোটি টকা-বৃহৎ পৰিমাণৰ অলংকাৰসহ ধৃত চক্ৰ বিষয়া নূপুৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

Jayanta malla Baruah:মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত নলবাৰীত নলা নির্মাণত ভয়াৱহ কেলেংকাৰি !

SMCH Raid:শিলচৰ মেডিকেল কলেজ হাস্পতালত চিএম ভিজিলেঞ্চৰ অভিযান

Curruption:✒️তথাকথিত স্বচ্ছ প্ৰশাসনৰ স্বৰূপ উদঙাই ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ে কার্যালয়ে চলিছে দুর্নীতিগ্রস্তৰ দৌৰাত্ম্য। সোঁৱে-বাঁবে লুণ্ঠন চলাই অতি কমদিনৰ ভিতৰতে একাংশ পৰ্বতসম সম্পত্তিৰ গৰাকী হৈছে। আজি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই দুর্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নূপুৰ বৰাক। মাত্র পাঁচ বছৰৰ ভিতৰতে কোটি কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ ধন-সম্পত্তিৰ গৰাকী হোৱা এইগৰাকী বিষয়াই ২০১৯তহে নিযুক্তি লাভ কৰিছিল।

ADVERTISEMENT

অসম অসামৰিক সেৱাৰ বিষয়াৰূপে প্রথমতে কার্বি আংলঙত সহকাৰী আযুক্ত পদত নিযুক্তি লাভ কৰিছিল। তাৰ পাছত বৰপেটাৰ ৰাজহ চক্র বিষয়া হৈছিল। বৰপেটাৰ পাছত বর্তমান গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়াৰূপে তেওঁ কৰ্মৰত। ২০১৯ত নিযুক্তি লাভ কৰিলেও কার্যতঃ ২০২২ৰ পৰাহে নিজৰ পদত কাম কৰাৰ সুযোগ পাইছিল বৰাই। কাৰণ নিযুক্তি লাভৰ কেইমাহমান পাছতে ক’ভিড মহামাৰীৰ তলাবন্ধ আৰম্ভ হৈছিল। তেনে ক্ষেত্রত মাত্র তিনি বছৰৰ ভিতৰতে দুর্নীতিৰ নামত বৰাই ৰাজহ বিভাগত একপ্ৰকাৰ তাণ্ডৱ চলায়।

অভিযোগ অনুসৰি প্ৰতিটো কামৰ বিপৰীতে নির্দিষ্ট মূল্য নির্ধাৰণ কৰি দিছিল চক্র বিষয়া বৰাই। তাৰ ফলত অতি কম দিনৰ ভিতৰত হৈ পৰে কোটি কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী। ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰিৰ পাছত স্বচ্ছ নিকা ব্যৱস্থাৰে নিযুক্তি প্রক্রিয়া চলা বুলি চৰকাৰে দাবী কৰি আহিছে।

চৰকাৰে দাবী কৰা তেনে প্ৰক্ৰিয়াৰে ২০১৯ত অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে নূপুৰ বৰাই নিযুক্তি লাভ কৰিছিল। চৰকাৰে দাবী কৰা তেনে নিযুক্তি ব্যৱস্থাটোৰ স্বৰূপ উদঙাই দিলে আজি গ্রেপ্তাৰ হোৱা এইগৰাকী বিষয়াই। ৰাজহ চক্র বিষয়া হিচাপে ভূমি সংক্রান্তীয় কাম-কাজৰ সুযোগ লৈ বৰাই বৃহৎ অনিয়ম সংঘটিত কৰাৰ অভিযোগ দীর্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে। ভূমি ক্রয়-বিক্রয় নামজাৰিৰ নামত অনিয়মৰ সমান্তৰালকৈ লুণ্ঠনৰ বজাৰ বহুৱায় আৰু তাৰ ফলতে অতি কম দিনৰ ভিতৰত বৃহৎ সম্পত্তিৰ গৰাকী হৈ পৰে।

বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়ত নির্দিষ্ট দুই-এজন সোঁহাত হৈ পৰা লাটমণ্ডলৰে মিলি ভূমি নামজাৰিৰ নামত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ আছে বৰাৰ বিৰুদ্ধে। বৰপেটাৰ পাছত নূপুৰ বৰা গৰৈমাৰীৰ ৰাজহ চক্র বিষয়া নিযুক্ত হয়। তাতো একেই দৌৰাত্ম্য আৰম্ভ কৰে।

কালি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গুৱাহাটী আৰু বৰপেটাত নূপুৰ বৰাৰ নিজৰ ফ্লেট, ভাড়াঘৰ, সোঁহাত স্বৰূপ লাটমণ্ডলৰ ঘৰত একে সময়তে বৃহৎ অভিযান চলায়। এই অভিযানত গুৱাহাটীৰ গোটানগৰস্থিত ফ্লেটৰ পৰা নগদ ৯২ লাখ ৫০ হেজাৰ টকাৰ উপৰি বৃহৎ পৰিমাণৰ আ-অলংকাৰ উদ্ধাৰ কৰে। হীৰাৰ কে’বাবিধো অতি মূল্যৱান অলংকাৰ এই অভিযানত তদন্তকাৰীয়ে জব্দ কৰে। একেদৰে বৰপেটাৰ ভাড়াঘৰত উদ্ধাৰ হয় নগদ ১০ লাখ ৫০ হেজাৰ টকা আৰু বহু নথিপত্র। লাটমণ্ডল সুৰজিৎ ডেকাৰ পৰাও ভূমিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হয়।

সোমবাৰে পুৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে গুৱাহাটীৰ গোটানগৰ ‘শ্বাইন শান্তি গ্রেন’ নামৰ এটা বিলাসী এপার্টমেন্টৰ পঞ্চম মহলাত থকা পাঁচ (এ) নম্বৰৰ ফ্লেটটোৰ দুৱাৰত টোকৰ মাৰে। আন এটা দল বৰপেটা চহৰৰ শ্রীকামাৰ পথত থকা এটা ভাড়াঘৰত উপস্থিত হয়।

তৃতীয় এটা দল উপস্থিত হয় বৰপেটা চহৰৰ সমীপৰ দঙৰকুছিত। গোটানগৰৰ ফ্রেটত টোকৰ মৰা দলটোক দর্জা খুলি দিছিল নূপুৰ বৰাই নিজে। এই দলটো যোৱা নিশা ফ্রেটটোত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু অতি বিলাসী জীৱনত অভ্যস্ত হৈ পৰা বিষয়াগৰাকী যোৱা নিশা এটা ট্যুৰিষ্ট লজত কটাইছিল। গতিকে তদাৰকী শাখাৰ দলটোৱে বিষয়াগৰাকী উভতি অহালৈ অপেক্ষা কৰিছিল।

পুৱা প্রায় ন বজাত নুপুৰ বৰা ফ্লেটলৈ আহে। তাৰ কিছু সময় পাছতে তদাৰকী শাখাৰ অভিযানকাৰী দলটো সেই স্থানত উপস্থিত হয়। বৰপেটাত অভিযান চলোৱাসকল কালি বিয়লিয়ে উপস্থিত হৈছিল। তেওঁলোকেও অপেক্ষা কৰিছিল গুৱাহাটীত আৰম্ভ হ’বলগীয়া অভিযানলৈ। প্রায় ১০ বজাত গুৱাহাটীৰ ঘৰত তদাৰকী শাখাৰ দলটোৱে তালাচী আৰম্ভ কৰে। সমান্তৰালভাৱে তালাচী আৰম্ভ হয় বৰপেটাতো। গুৱাহাটীত চলোৱা অভিযানত চক্র বিষয়াগৰাকীৰ কে’বাটাও আলমাৰি, বেগ আদিৰ ভিতৰত উদ্ধাৰ হ’বলৈ ধৰে বাগুলে বাগুলে টকা।

পাঁচশটকীয়া আৰু এশটকীয়া নোটৰ দ’ম দ’ম বাগুলবোৰৰ টকা হাতেৰে গণনা কৰাটো সম্ভৱ নোহোৱাত বেংকৰ পৰা মেচিন লৈ যোৱা হয়। তাৰ পাছত কৰা গণনাত উদ্ধাৰ কৰা হয় উক্ত বৃহৎ পৰিমাণৰ নগদ ধন। তদুপৰি ঘৰতে থকা কে’বাটাও গোপন স্থানৰ পৰা উদ্ধাৰ হয় হীৰা আৰু সোণৰ বহু আ-অলংকাৰ। সেইবোৰৰ মূল্য বহু লাখ টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে। ঘৰটোত থকা আচবাব আৰু অন্যান্য সামগ্রীবোৰো হ’ল অতি মূল্যবান।

সেইবোৰৰ মূল্য নির্ধাৰণ অব্যাহত আছে। তদুপৰি উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নথিপত্ৰ, যিবোৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ আৰু স্থাৱৰ সম্পত্তিৰ তথ্য আছে। সকলো মিলাই তেওঁৰ সম্পত্তিৰ মূল্য কে’বা কোটি টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে। অভিযানকাৰী দলে দুখন বেগ বোজাই কৰি উক্ত বৃহৎ পৰিমাণৰ নগদ ধন বৰাৰ ঘৰৰ পৰা উলিয়াই আনি নিজৰ জিম্মালৈ নিয়ে। সততে সামাজিক মাধ্যমত সক্রিয় হৈ থকা নূপুৰ বৰাই কেইদিনমান পূর্বে মুখ্যমন্ত্ৰীৰ লগতো নিজৰ এখন ফটো প্ৰচাৰ কৰিছিল।

কি ধৰণে চলাইছিল লুণ্ঠন

মাটি-বাৰী সংক্রান্তীয় বিভিন্ন কামৰ বাবে আদায় দিবলগীয়া উৎকোচৰ পৰিমাণ নূপুৰ বৰাই নির্ধাৰণ কৰি লৈছিল। অভিযোগ অনুসৰি, মাটি কিনা-বেচাৰ অনুমতি দিয়াৰ নামতে ৪০ হেজাৰ টকালৈ উৎকোচ আদায় কৰিছিল। চিঠাৰ নামজাৰিতো ৪০ হেজাৰ টকা আদায় দিয়াটো বাধ্যতামূলক আছিল। উত্তৰাধিকাৰীৰ নামজাৰিতো ১০ৰ পৰা ১৫ হেজাৰ আদায় নিদিলে ফাইলত চকুরে নিদিছিল। মাটি ম্যাদীকৰণতো প্রতি বিঘাত ন্যূনতম ৩০ হেজাৰ আদায় দিয়াটো বাধ্যতামূলক হৈছিল। নাম সলনি কৰিলেও ৩০ হেজাৰ দিবই লাগে।

বৰপেটাত নূপুৰ বৰাই মাটিৰ নামজাৰি, একচনা মাটিৰ ম্যাদীকৰণ আদিৰ নামত তাণ্ডৱ চলাইছিল। অভিযোগ অনুসৰি, ম্যাদী পট্টাৰ মাটিও দালাল চক্র আৰু লাটমণ্ডলৰ সহযোগত গৰাকীৰ অজ্ঞাতে আনক বিক্ৰী কৰাৰ বাট মোকলাই দিছিল। চহৰৰ মাটিও গ্রামাঞ্চলৰ ভূমি বুলি দেখুৱাই লুণ্ঠন চলাইছিল। ইয়াৰ বাবে নিজৰ সোঁহাত হিচাপে ব্যৱহাৰ কৰিছিল লাটমণ্ডল সুৰজিৎ ডেকাক। নুপূৰ বৰাৰ কাৰ্যকালত সুৰজিৎ ডেকা ৰাজহ চক্র কার্যালয়তে উঠি ৰজা, বহি ৰজা হৈ পৰিছিল। তদুপৰি আন কে’বাজনো লাটমণ্ডল আছিল বৰাৰ এনে কামৰ বাবে অতি বিশ্বস্ত সহযোগী।

বহু সময়ত জিলা আযুক্ত, অতিৰিক্ত জিলা আযুক্ত, জিলা ভূমি আবণ্টন সমিতিকো অংগুষ্ঠ দেখুৱাইছিল এইগৰাকী বিষয়াই। গৰৈমাৰীলৈ বদলি হোৱাৰ পাছত তাতো আৰম্ভ কৰিছিল অনুৰূপ তাণ্ডব। গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনত ব্যক্তিগত ম্যাদী পট্টাৰ ভূমিতো বাদেই শিক্ষানুষ্ঠানৰ ভূমিও আন লোকৰ নামত বৃহৎ ধনৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। হহচৰী প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ নামত থকা ভূমিক লৈ এনে কান্ড সংঘটিত কৰাৰ অভিযোগ আছে।

ছমাহৰ পৰাই নিৰীক্ষণত আছিল নূপুৰ বৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো আজি প্রতিক্রিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ ‘সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাজহ চক্ৰ কাৰ্যালয়ত বহুত বেছি দুর্নীতি হৈছে। এইগৰাকী ৰাজহ চক্ৰ বিষয়াৰ ওপৰত যোৱা ছমাহৰ পৰাই আমাৰ চকু আছিল। বিশেষকৈ বৰপেটাত মাটিক লৈ বহুত খেলিমেলি কৰিছে। হিন্দুৰ মাটি সন্দেহযুক্ত নাগৰিকক হস্তান্তৰ কৰিছে। টকা লৈ হস্তান্তৰ কৰিছে। আমি সেই কাৰণে কঠোৰ ব্যৱস্থা লৈছো।’

বৰপেটাত চলা অভিযানক লৈ ব্যাপক চর্চা:লাটমণ্ডলক গ্রেপ্তাৰ

বৰপেটাৰ বিশেষ সংবাদদাতা: নূপুৰ বৰাৰ বৰপেটা চহৰত থকা ভাড়াঘৰ আৰু তেওঁৰ সোঁহাতস্বরূপ হিচাপে পৰিচিত লাটমণ্ডল সুৰজিৎ ডেকাৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ বৰপেটাত ব্যাপক চর্চা চলিছে। কাৰণ দুয়োজনে মিলি বৰপেটাত চলাইছিল ভয়ংকৰ দৌৰাত্ম্য। বৰপেটা চহৰৰ শ্ৰীকামাৰ পথত থকা ভাড়াঘৰৰ অভিযান সামৰি তদন্তকাৰী দলৰ বিষয়াই সাংবাদিকৰ আগত সদৰী কৰে যে ঘৰটোৰ পৰা নগদ চাৰে ১০ লাখ টকা আৰু বহু নথিপত্র জব্দ কৰা হৈছে। বৰ্তমান বাঘবৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল সুৰজিৎ ডেকাক লগত লৈ ভাড়াঘৰটোত অভিযান চলোৱা হয়।

উল্লেখ্য যে বৰপেটাৰ পৰা বদলি হোৱাৰ পাছতো বৰাই ভাড়াঘৰটো ৰাখি থৈছিল। ২০২৩ৰ জুনৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈ বৰপেটাত কাৰ্যনিৰ্বাহ কৰাৰ সময়তে ক্ষমতাৰ অপব্যৱহাৰে বৰাই চলোৱা দৌৰাত্ম্যৰৰ সহযোগী আছিল সেই সময়ত হাউলীৰ লাটমণ্ডলৰূপে থকা সুৰজিৎ ডেকা। চর্চা অনুসৰি, নূপুৰ বৰা আৰু সুৰজিৎ ডেকাৰ মাজত বিশেষ সম্পর্কও আছিল। সেই সম্পৰ্কৰে দুয়ো চক্র বিষয়াৰ কাৰ্যালয়টো বজাৰলৈ পৰিণত কৰিছিল। বিয়লি পুনৰ অভিযানকাৰীৰ দল সুৰজিতৰ দঙৰকুছিৰ বাসগৃহত উপস্থিত হয়। তাৰ পাছত সুৰজিতক লৈ দলটো গুৱাহাটী অভিমুখে ৰাওনা হয়। সুৰজিৎ ডেকাকো গ্ৰেপ্তাৰ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Curruption
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d