Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১২ ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ ঘোষণা হ’লেও বাদ পৰিল অসম

publisher by publisher
October 28, 2025
in India, News
Reading Time: 1 min read
0
নিৰ্বাচনৰ পূৰ্বে অসমত নহয় SIR
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

SIR:✒️পশ্চিমবংগৰ স’তে আগন্তুক ২০২৬ত অসমত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ পাছত দেশজুৰি ইয়াক প্রযোজ্য কৰা হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে সোমবাৰে নির্বাচন আয়োগে কৰা ঘোষণাত বাদ পৰে অসম।

ADVERTISEMENT

২০২৬ত একে সময়তে বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুড্ডুচেৰীত ঘোষণা কৰিলেও অসমত কালি এছআইআৰৰ সূচী ঘোষণা নকৰিলে আয়োগে। ইতিমধ্যে আয়োগে ঘোষণা কৰিছিল যে আগন্তুক বর্ষত বিধানসভা নির্বাচন সম্পন্ন হ’বলগীয়া ৰাজ্যসমূহত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ কাম আৰম্ভ হ’ব।

সেই মর্মে অসমতো হ’ব বুলি ব্যাপক চর্চা চলিছিল যদিও সোমবাৰে আয়োগে কিয় অসমৰ নাম ঘোষণা নকৰিলে তাৰ ব্যাখ্যাও আগবঢ়ায়। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে জনোৱা মতে, ভাৰতৰ নাগৰিকত্ব আইনত অসমৰ বাবে পৃথক ধাৰা আছে।

তেওঁ কয়, ‘নাগৰিকত্বৰ ধাৰা অসমত দেশৰ আন অংশতকৈ পৃথক। সেয়েহে অসমৰ বাবে পৃথক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰা হ’ব আৰু পৃথক এছআইআৰৰ তাৰিখ ঘোষণা কৰা হ’ব।’

তদুপৰি আন এক কাৰণ ব্যাখ্যা কৰি নির্বাচন আয়ুক্তই কয়, ‘উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত নাগৰিকত্বৰ পৰীক্ষা-নিৰীক্ষা প্রায় শেষ পর্যায়ত উপনীত হৈছে। যাৰ ফলত সমগ্ৰ দেশৰ বাবে এছআইআৰ সংক্ৰান্তীয় বিবৃতি প্রকাশিত হ’লেও ই অসমত প্রযোজ্য নহয়।’

উল্লেখ্য যে বাংলাদেশৰ সীমান্তবর্তী অসমত নাগৰিকত্ব আইনৰ ধাৰা ছয়ৰ মর্মে নির্দিষ্ট নাগৰিকত্ব বিধি আছে। ১৯৬৬ৰ এক জানুৱাৰীৰ পৰা ১৯৭১ৰ ২৫ মাৰ্চৰ ভিতৰত বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বাবে সকলো ক্ষেত্ৰত এই বিধি প্রযোজ্য হয়।

১৯৯৬ৰ এক জানুৱাৰীৰ পূৰ্বে যিসকলে প্রৱেশ কৰিছে তেওঁলোকক ভাৰতীয় নাগৰিকৰূপে গ্ৰহণ কৰা হয়। আনহাতে ১৯৬৬ৰ পৰা ১৯৭১ৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা সকলে উপযুক্ত পঞ্জীয়ন প্ৰক্ৰিয়াৰ জৰিয়তেহে নাগৰিকত্ব লাভ কৰিব আৰু ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত ভাৰতত প্ৰৱেশ কৰা সকলক অনুপ্রৱেশকাৰী বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকে নাগৰিকত্ব লাভ নকৰে।

সূত্ৰত প্রকাশ যে অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্রক্রিয়া যথেষ্ট জটিল হ’ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যত সৃষ্টি হোৱা বৃহৎ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এনে চর্চা হৈছে। উল্লেখ্য যে অসম চুক্তি অনুসৰি নাগৰিকত্ব আইনত ধাৰা ৬ক সংযোজন কৰা হৈছিল। আয়োগে আজি এই কথা উল্লেখ কৰে।

ইপিনে আয়োগে ঘোষণা কৰা অনুসৰি ১২ খন ৰাজ্য ক্রমে আন্দামান নিকোবৰ, চত্তিছগড়, গোৱা, গুজৰাট, কেৰালা, লাক্ষাদ্বীপ, মধ্য প্রদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত হ’ব এছআইআৰ। ন ডিচেম্বৰত খচৰা তালিকা প্রকাশিত হ’ব আৰু চূড়ান্ত পুনৰীক্ষিত তালিকা অহা সাত ফেব্ৰুৱাৰীত প্রকাশ পাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamElection CommissionSIR
publisher

publisher

Related Posts

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d