Daily horoscope:✒️মেষ: কৰ্মতৎপৰতা বৃদ্ধি। পূব দিশত ভ্রমণ নকৰিব। ব্যয় বৃদ্ধি। বিদ্যাত শুভ। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৪।
বৃষ: শনি মন্দিৰ দৰ্শন কৰক। পৰিশ্ৰমৰ মৰ্যাদা পাব। পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক। শুভ ৰং মাখন। শুভ সংখ্যা ৬।
মিথুন: ভ্রমণত শুভ। ব্যয় বৃদ্ধি। বন্ধুৰ পৰা আঁতৰত থাকক। সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ’ব। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
কর্কট: কৰ্মত সুস্থিৰতা বৃদ্ধি পাব। বিদেশ ভ্রমণৰ যোগ। মাতৃৰ শুভ। বিদ্যাত উন্নতি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
সিংহ: যান-বাহনৰ পৰা সাৱধান। ব্যৱসায়ত উন্নতি। পুৰণি বেমাৰে আমনি দিব পাৰে। ধন আগমনৰ যোগ। শুভ ৰং পাতল নীলা। শুভসংখ্যা ৩।
কন্যা: মনৰ দৃঢ়তা বৃদ্ধি। সূৰ্যক পূজা কৰক। নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। প্রেমত কষ্ট। শুভ ৰং মেৰুণ। শুভ সংখ্যা ১।
তুলা: মাংগলিক তৎপৰতা বৃদ্ধি। ৰক্তচাপ বৃদ্ধি। দুপৰীয়াৰ পাছত ভ্রমণ কৰিব। নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।
বৃশ্চিক: কর্মস্থানত সন্মান বৃদ্ধি। ভ্রমণত কষ্ট। শৰীৰৰ প্ৰতি সচেতন হওক। পিতৃ-মাতৃৰ দায়িত্ব পালন কৰক। শুভ ৰং ডাঠ নীলা। শুভসংখ্যা ১।
ধনুঃ খাদ্য খাওতে সাৱধান হওক। পানীৰ পৰা সাৱধান হওক। অর্থ লাভ। কৰ্মত মধ্যম। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
মকৰ: কৰ্মত মধ্যম। যান-বাহন ক্ৰয়ৰ যোগ। প্রেমত মধ্যম। তুলসীৰ তলত পানী দিয়ক। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
কুম্ভ: কর্ম দক্ষতা বৃদ্ধি। প্রতিযোগিতামূলক কামত উন্নতি। বিষ্ণুৰ পূজা কৰিব। ভ্ৰমণত শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
মীন: বন্ধুৰ পৰা উৎসাহ পাব। শত্রু নাশ। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। বিদ্যাত মধ্যম। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।




































