Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ ভূমিকে বাংলাদেশৰ দাবী

সুৰমা নৈৰ পানী হ্রাস পোৱাৰ সুযোগ লৈ ভাৰতৰ ভূমিত শাক-পাচলিৰ খেতি কৰিবলৈ বাংলাদেশী নাগৰিকৰ অনুপ্রৱেশ

publisher by publisher
November 4, 2025
in Assam, News
Reading Time: 1 min read
0
অসমৰ ভূমিকে বাংলাদেশৰ দাবী
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ভাৰতৰ ভূমিত অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকে বিএছএফৰ স’তে তুমুল বিতর্কত লিপ্ত হোৱাই নহয়, ‘জিৰ’ লাইন’ৰ সমীপত থিয় হৈ আন একাংশই ভাৰত বিৰোধী শ্ল’গান দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।বাংলাদেশী নাগৰিকৰ এটা দলে অসমৰ শ্রীভূমি জিলাৰ ভাংগা-হৰিনগৰ খণ্ডৰ সমীপত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ স’তে মুখামুখি সংঘর্ষত লিপ্ত হয়।

ADVERTISEMENT

এই ঘটনাৰ এক ভিডিঅ’ত দেখা গৈছে এদল বাংলাদেশী নাগবিকে চিঞৰি চিঞৰি আধাভঙা হিন্দীত ওচৰতে থকা বিএছএফক ভাবুকি দি কৈছে, ‘এয়া বাংলাদেশৰ মাটি। আপোনালোক ইয়ালৈ কি আহিছে? আপোনালোকৰ খুঁটা আগত আছে।১৯৭১তে চিনাক্ত কৰা হৈছে। আপোনালোক ইয়ালৈ অহাৰ প্রয়োজন নাই। আপোনালোক ইয়াৰ পৰা আঁতৰি যাওঁক।’

আনকি বিএছএফক বন্দুকেৰে গুলীওৱাৰ ভাবুকিও প্রদান কৰে। তাৰে একাংশই কয় যে দুদিন পাছে পাছে এইদৰে বিএছএফ সেই স্থানলৈ গৈ থাকে। বিএছএফৰ দলটোৱে ঘটনাস্থলীলৈ উচ্চ পৰ্যায়ৰ শীর্ষ বিষয়াই আহিব বুলি কোৱাত তেওঁলোকক অশ্রাব্য শব্দৰ ব্যৱহাৰ কৰি গালি গালাজ কৰে বাংলাদেশী নাগৰিকে। এইদৰে যথেষ্ট সময় ধৰি প্রচণ্ড হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। তাৰ পাছত বিএছএফৰ দলটোৱে নাৱত উঠি সুৰমা নদীৰে ইটো পাৰলৈ আহে।

অভিযোগ অনুসৰি বাংলাদেশৰ ছিলেট অঞ্চলৰ পৰা অসমৰ কাছাৰ আৰু শ্রীভূমি জিলাক পৃথক কৰা সীমান্তত এই ঘটনা সংঘটিত হয়। সীমান্তত থকা সুৰমা নৈৰ পানী কমি অহাত বাংলাদেশী নাগৰিকে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি কৃষিকার্য কৰাৰ বাবে চেষ্টা চলায়। বিএছএফৰ ১৭০ সংখ্যক বেটেলিয়নৰ এই অবৈধ কাৰ্যকলাপ দৃষ্টিগোচৰ হোৱাত এই ভূমি ভাৰতৰ বুলি আপত্তি দর্শায় আৰু কৃষিকার্য কৰাত বাধা দিয়ে।

প্রাপ্ত তথ্য অনুসৰি বিএছএফৰ জোৱানে বাঁহৰ বেৰা, অস্থায়ী চালি আৰু অন্যান্য অস্থায়ী নির্মাণ ভাঙি পেলায়। এই কার্যত বাংলাদেশী নাগৰিকসকল ক্ষুব্ধ হয় আৰু বৃহৎ সংখ্যকে বিএছএফৰ টহলদাৰী বাহিনীটোৰ স’তে মুখামুখি বিতৰ্কত লিপ্ত হয়। এই সম্পর্কে ভিডিঅ’ সামাজিক মাধ্যমত প্রকাশ হৈছে।

বিভিন্ন শ্ল’গান দি আৰু অশ্রাব্য ভাষা প্রয়োগ কৰি ভাৰতীয় বাহিনীক গালি-গালাজ কৰে বাংলাদেশী নাগৰিকসকলে। ইয়াকে লৈ সীমান্তত এক উত্তেজনা পৰিৱেশৰ সৃষ্টি হৈছে।

একাংশ প্রত্যক্ষদর্শীয়ে কয় যে এই মুখামুখি সংঘৰ্যময় পৰিস্থিতিৰ পাছতে বাংলাদেশৰ সীমান্তবাসীয়ে জিৰ’ লাইনৰ সমীপত থিয় হৈ ভাৰতবিৰোধী শ্ল’গান দিয়ে আৰু বিএছএফে বাংলাদেশ সীমান্ত অতিক্ৰম কৰা বুলি ওলোটাই অভিযোগ কৰে। মুহূৰ্তৰ ভিতৰতে বাংলাদেশীৰ সামাজিক মাধ্যম ভাৰতীয় সীমান্ত বাহিনীয়ে বাংলাদেশৰ ভূমিত অনুপ্ৰৱেশ কৰা বুলি ভৰি পৰে।

অৱশ্যে ভাৰতীয় কর্তৃপক্ষই এই অভিযোগ নস্যাৎ কৰিছে। সূত্ৰত প্রকাশ যে নৈৰ পানী শুকাই নতুনকৈ চৰৰ সৃষ্টি হোৱাত বাংলাদেশী নাগৰিকে তাত খেতি কৰিবলৈ আহিছিল আৰু ভাৰতৰ ভূমি বাংলাদেশৰ বুলি দাবী কৰিবলৈ চেষ্টা কৰে। এই ঘটনাৰ পাছতে বিএছএফ আৰু ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)ৰ মাজত উত্তেজনা প্রশমিত কৰিবলৈ এখন বৈঠক সম্পন্ন কৰা হয়। দুয়োপক্ষই অধিক উত্তেজনা যাতে বৃদ্ধি নহয় তাৰ প্ৰতি সচেষ্ট হ’ব বুলি মতপোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBANGLADESH
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d