Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ গোপনে আদানীৰ ঘৰলৈ মুখ্যমন্ত্ৰী শৰ্মা

publisher by publisher
November 8, 2025
in Assam, News
Reading Time: 1 min read
0
ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ গোপনে আদানীৰ ঘৰলৈ মুখ্যমন্ত্ৰী শৰ্মা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

কুংকি চৌধুৰীক আৰক্ষীৰ চমনক লৈ অজাপৰ তীব্ৰ প্ৰতিবাদ; ‘গণতন্ত্ৰৰ ওপৰত আঘাত’ : লুৰীণজ্যোতি গগৈ

সৰুপথাৰৰ নলনীপথাত লুৰীণজ্যোতি গগৈৰ স’তে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

Lurinjyoti Gogoi:✒️অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাসগৃহলৈ আহি উদ্যোগপতি গৌতম আদানীয়ে অসমবাসীৰ মন জয় কৰিব খোজাৰ আঁৰত খিলঞ্জীয়া লোকৰ ৪৫০০ বিঘা মাটি সৰকোৱাৰ অংক জড়িত হৈ থকাটো দুর্ভাগ্যজনক বুলি শুকুৰবাৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ADVERTISEMENT

তেওঁ কয় যে অসমত আদানীয়ে ৩২০০ মেগাৱাটৰ এটা তাপবিদ্যুৎ প্রকল্প স্থাপন কৰিব; কিন্তু এই প্রকল্প স্থাপনৰ সমগ্র অনুমোদন প্ৰক্ৰিয়া চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে গোপনে ৰাখিছে। তেওঁ কয়,মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা অতি প্ৰচাৰমুখী মানুহ আৰু সাধাৰণ কথাও এটাও ঢাক ঢোল বজাই প্ৰচাৰ কৰে। অথচ অসমৰ সৰ্ববৃহৎ এই উৎপাদন প্রকল্প স্থাপনত মুখ্যমন্ত্রী ইমান মৌন কিয়?’ লুৰীণজ্যোতিয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই মৌনতা কেৱল আশ্চর্যজনকে নহয়, ৰহস্যজনকো।

তেওঁ কয়, ‘মুখ্যমন্ত্রীয়ে যোৱা দুই অক্টোবৰত নতুন দিল্লীৰ আদানীৰ ঘৰলৈ গৈ উদ্যোগপতিজনক সাক্ষাৎ কৰিছিল। সেইদিনা তেওঁ কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু পিছদিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। গতিকে কথাটো এনেকুৱা নেকি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ অহা সংকট দূৰ কৰিবৰ বাবে তেওঁ আদানীৰ আশ্ৰয় লৈছে আৰু বিনিময়ত তাপবিদ্যুৎ স্থাপনৰ বাবে অসমৰ খিলঞ্জীয়া লোকৰ ৪৫ বিঘা মাটি আদানীক দিবলৈ চৰকাৰ তৎপৰ হৈছে। অর্থাৎ নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমি আদানীক অর্পণ কৰিবলৈ লৈছে নেকি এইটো আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্রশ্ন।

লুৰীণজ্যোতিয়ে কয়, ‘ৰাজনৈতিক ভবিষ্যৎ সুৰক্ষিত কৰিবলৈ গোপনে আদানীৰ ঘৰলৈ গৈ খিলঞ্জীয়াৰ ভূমি গতোৱাৰ চুক্তি কৰি আহিছে হিমন্ত বিশ্বই।’

লুৰীণজ্যোতিয়ে কয়, ‘অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা দুই অক্টোবৰত দিনৰ ১-৪০ বজাত নতুন দিল্লীৰ ভাগৱত দাস ৰোডত থকা আদানীয়ে দিল্লীৰ বাসভৱনলৈ যায় আৰু আদানীয়ে মুখ্যমন্ত্রীক ২০ মিনিট বহুৱাই থৈ দিনৰ দুই বজাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই কথা এতিয়া দিল্লী আৰু অসমৰ ৰাজনীতিক তথা সংবাদ মাধ্যমৰ লোকসকলৰ মুখে মুখে মুখ্যমন্ত্ৰীৰ উক্ত ভ্রমণ ইমান গোপন আছিল যে প্রথমাবস্থাত কোনো সাংবাদিকে তাৰ খবৰ পোৱা নাছিল। সৰু-বৰ সকলো কামৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰা মুখ্যমন্ত্ৰীয়ে উক্ত ভ্ৰমণৰ তথ্য গোপন কৰিলে কিয়?’

লুৰীণজ্যোতি কয় যে সেই কাৰণে মুখ্যমন্ত্ৰীৰ উক্ত কাৰ্যসূচীৰ ফটো আৰু ভিডিঅ’ কাৰো হাতত নাই। মুখ্যমন্ত্রীয়ে প্রটকল ভাঙি উদ্যোগপতিজনৰ ঘৰলৈ কিয় যাব লগা হ’ল বুলি প্রশ্ন কৰি কয় যে এই ভ্ৰমণৰ স’তে নামনি অসমত স্থাপন কৰিব লগা তাপবিদ্যুৎ প্রকল্প আৰু মুখ্যমন্ত্রীব ৰাজনৈতিক জীবনলৈ অহা ধুমুহাৰ কিবা সম্পর্ক আছে নেকি সেয়া মুখ্যমন্ত্রীয়ে স্পষ্ট কৰা উচিত।

লুৰীণজ্যোতিয়ে কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘৰলৈ আদানী আৰু তেওঁৰ পুত্ৰ আহিছিল ২৮ ছেপ্টেম্বৰৰ দিনা। তাৰ পূৰ্বে আদানীৰ পুত্ৰই ধুবুৰী আৰু কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি যায়। সেইবোৰ চলি থকাৰ মাজতে হঠাতে ৰাজ্য চৰকাৰে ৩১ অক্টোবৰৰ নিশা ৩২০০ মেগাৰাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্রকল্প স্থাপনৰ অনুমোদন দিয়ে। তেওঁ কয় যে প্রস্তাবিত তাপবিদ্যুৎ প্রকল্প অনুমোদনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নীতি-নিয়ম উলংঘা কৰিছে।

লুৰীণজ্যোতিয়ে কয়, ‘এডভান্টেজ আছাম ২.০ত আদানী গ্রুপে কৰা ঘোষণা অনুসৰি তেওঁলোকে অসমত কৰিব খোজা ৫০ হেজাৰ কোটি টকা বিনিয়োগৰ অংশ হিচাপে ২০ হেজাৰ কোটি টকাৰে উক্ত প্রকল্পটো আদানী গ্রুপে স্থাপন কৰিব খুজিছে। তাৰ বিৰোধিতা কৰাৰ প্ৰশ্ন নাহে, বৰঞ্চ এইটো এটা ভাল পদক্ষেপ। কিন্তু তাকে কৰিবলৈ যাওতে ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণে বসতি কৰি থকা মাটি কিয় বাছি লৈছে। আনহাতে, এই প্রকল্পটো অনুমোদন জনাওতে মাটি আবণ্টনৰ পৰা আৰম্ভ কৰি সমগ্র প্রক্রিয়াত ইমান খৰধৰ কৰিছে কিয়। কাৰণ পৰিৱেশ প্রভার মূল্যায়ন আৰু জন শুনানি অনুষ্ঠিত নকৰাকৈ এনে প্রকল্প অনুমোদন কৰাটো বেআইনী। তেওঁ কয় যে মুখ্যমন্ত্রী আদানীৰ ঘৰলৈ গৈ প্রকল্প অনুমোদনৰ পাছত কি আলোচনা কৰিলে তাৰ জনাৰ অধিকাৰ অসমবাসীৰ আছে। তেওঁ প্রশ্ন কৰে, ‘সম্পূর্ণ এমাহ নলগাকৈয়ে ৩২০০ মেগারাট শক্তিসম্পন্ন বিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ প্রকল্প এটাৰ অনুমোদন কিয় কৰা হ’ল? তাকো থাৰ্মেল পাৱাৰ প্ৰজেক্ট? খৰখেদাকৈ কৰক, আমাৰ তাতো আপত্তি নাই, কিন্তু সমগ্র অসমবাসীক অন্ধকাৰত ৰখা হৈছে কিয়? প্রকল্পটোৰ বাবে ৰাজহুৱা শুনানি, পৰিৱেশ তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় অধ্যয়ন আদি কেতিয়া কৰা হ’ল? এই প্রকল্পটোৰ ক’ল লিংকেজ লাভ কৰিছে নেকি? অসমত বন্ধৰ দিন এটাও কেবিনেটত অনুমোদন লৈ ঘোষণা কৰাৰ সময়ত, মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত উন্নয়নৰ গংগা বোৱাই অনা বাতৰি ঘণ্টাই ঘণ্টাই দি থকাৰ সময়ত বিকাশ আৰু বিনিয়োগৰ এই বৃহৎ খবৰ ৰাজহুৱা কৰাৰ পৰা কিয় বিৰত আছে আমি বুজি পোৱা নাই! নে গোপন ৰহস্য কিবা আছে? মুখ্যমন্ত্রীয়ে ইমান বৃহৎ উপহাৰ দি আদানীৰ বাসগৃহলৈ গৈ ফটো এখনো ৰাজহুৱা নকৰাতহে আমি আচৰিত হৈছো। আদানীক সাক্ষাতৰ পূৰ্বে ঝাৰখণ্ডৰ বিজেপি সাংসদ নিশিকান্ত ডুবেক ক’ল লিংকেজ নিশ্চিত কৰাৰ বাবে সাক্ষাৎ কৰিছিল নেকি?’

তেওঁ কয় যে ডুবেৰ সমষ্টি গোড্ডাতে বৃহৎ কয়লা ভাণ্ডাৰ ৰাজমহল ক’লফি কয়লাক্ষেত্র অবস্থিত। ইয়াৰ পৰাই ফাৰাক্কা তাপবিদ্যুৎ প্রকল্পৰ কয়লা যোগান ধৰা হয়। ঝাৰখণ্ডৰ পৰা কয়লা ধুবুৰীলৈ আনি ৰাজসাহায্য লাভ কৰিব নেকি? তদুপৰি আদানীৰ প্ৰকল্পৰ পৰা অসমে কি দৰত বিদ্যুৎ লাভ কৰিব সেয়া জনাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি লুৰীণজ্যোতিয়ে কয়, ‘কথাবোৰ মুকলি কৰক মুখ্যমন্ত্রী ডাঙৰীয়া। আদানীৰে গোপন কথা-বতৰাবোৰ আদানীক এমাহ নালাগে। বৃহৎ প্রকল্পৰ এটা উপহাৰ আপোনাৰ চকীখন বচাব দিলে নেকি?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lurinjyoti Gogoi
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d