Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CID Custody :বীৰ লাচিত সেনাৰ ১০ নেতা-সদস্যক জিন্মাত ল’লে চিআইডিয়ে

শুকুৰবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিজাববীয়া গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে চিআইডিয়ে, পাঁচদিনৰ বাবে থাকিব চিআইডিৰ জিন্মাত

publisher by publisher
November 8, 2025
in Assam, Crime
Reading Time: 1 min read
0
CID Custody :বীৰ লাচিত সেনাৰ ১০ নেতা-সদস্যক জিন্মাত ল’লে চিআইডিয়ে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Beer Lachit Sena:চিআইডিৰ জিন্মাৰ ম্যাদ উকলা বীৰ লাচিত সেনাৰ ১০ নেতা-সদস্যক আদালতত হাজিৰ কৰাব আজি

Nalbari:নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ড-ভণ্ড বজৰংগ দলৰ

Shrinkhal Chaliha:বিকাশ অসমক বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ

CID Custody :

মহানগৰীৰ বৰবাৰী অপহৰণ কাণ্ডত পাঁচজনকৈ বীৰ লাচিত সেনাৰ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ পৰা বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব আকাশ অসমৰ স্বাক্ষৰিত পাঁচ খন ধন দাবী পত্ৰ উদ্ধাৰৰ পিছতে দিছপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছিল সংগঠনটোৰ একাংশ সদস্যৰ বিৰুদ্ধে ৷ বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযানৰ মাজতে গুৱাহাটীত সংবাদমেল পাতি থকা অৱস্থাতে সংগঠনটোৰ মুখ্য সচিব ৰন্টু পানী ফুকন সহ আন দুজন শীৰ্ষ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ADVERTISEMENT

আনহাতে আৰক্ষীৰ কঠোৰস্থিতি গ্ৰহণৰ মাজতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাই শিৱসাগৰত সংবাদ মেল অনুষ্ঠিত কৰি বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমক সকলো বিষয়বাব শহ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰে

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে কে’বাদিনো আত্মগোপন কৰি থকাৰ পিছত যোৱা সপ্তাহত দিছপুৰ থানাত আত্মসমৰ্পণ কৰে বীৰ লাচিত সেনাৰ বহিস্কৃত নেতা আকাশ অসম ৷ কে’বাদিনো নিজৰ জিন্মাত দিছপুৰ আৰক্ষীয়ে লোৱাৰ পিছত শেহতীয়াকৈ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে বিকাশ অসমক ৷

ইতিমধ্যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলাই বহু সদস্যক আটক কৰে ৷ আনহাতে বীৰ লাচিত সেনাৰ ১০ নেতা-সদস্যক চিআইডিয়ে লয় নিজৰ জিন্মাত ৷ আজিৰে পৰা ৫ দিনৰ বাবে চিআইডিৰ জিম্মাত থাকিব সদস্যকেইজন ৷৷

আটকাধীন বহু বিকাশ অসম,ৰন্টু পানীফুকন সহ বীৰ লাচিত সেনাৰ নেতা-সদস্যৰ বিৰুদ্ধে এটাৰ পাছত আনটো গোচৰ ৰুজু হৈছে ৷ আনহাতে পূৰ্বে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সদস্যকেইজনক
শুকুৰবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিজাববীয়া গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে চিআইডিয়ে ৷

উল্লেখ্য যে কেৱল মহানগৰীৰ দিছপুৰ থানাতেই অভিযুক্তকেইজনৰ বিৰুদ্ধে ৰজু হৈ আছে ৮৭৫/২৫ আৰু ৮৮৩/২৫ নম্বৰত দুটাকৈ গোচৰ। স্মতৰ্ৱ্য যে অভিযুক্ত বীৰ লাচিত সেনাৰ সদস্য কেইজনৰ বিৰুদ্ধে শোণিতপুৰ, ওদালগুৰি, ৰঙিয়া আৰু কামৰূপ জিলাৰ বিভিন্ন থানাত ৰজু আছে অলেখ গোচৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beer Lachit Senacid custodyTen Leaders
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d