Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

India and South Africa cricket teams arrive in Guwahati:গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ ক্রিকেট দল

বিমান বন্দৰ পৰা ৰাওনা ৰেডিচন ব্লু'লৈ, ২২ নৱেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট, ইডেনৰ পৰাজয়ৰ পাছত এতিয়া দৃষ্টি বর্ষাপাৰাত 

publisher by publisher
November 19, 2025
in Uncategorized
Reading Time: 1 min read
0
India and South Africa cricket teams arrive in Guwahati:গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ ক্রিকেট দল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

Guwahati:গুৱাহাটীলৈ অনা হ’ল ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী

Cricket pioneer Naba Kamal Bhuyan passes away:অসম ক্ৰিকেটৰ মহিৰূহ নৱ কমল ভূঞাৰ দেহাৱসান

India and South Africa cricket teams arrive in Guwahati:

কলকাতাৰ ঐতিহাসিক ইডেনৰ পৰাজয়ৰ পাছত বৰ্ষাপাৰাত জয়ৰ লক্ষৰে বুধবাৰে বিয়লী গুৱাহাটীত আহি উপস্থিত হয় ভাৰতীয় ক্রিকেট দল ৷ একেদৰে গুৱাহাটীত উপস্থিত হয় দক্ষিণ আফ্রিকাৰ ক্রিকেট দলটোও ৷ দুয়োটা দলৰ খেলুৱৈ সকল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠ অৱতৰণ কৰাৰ পিছতে পোনে পোনে ৰাওনা হয় ৰেডিচন ব্লু’ হোটেললৈ ৷ বৃহস্পতিবাৰৰ পৰা দুয়োটা দলৰ খেলুৱৈ নেট অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত ৷

ADVERTISEMENT

উল্লেখ্য যে অত্যধিক স্পীন সহায়ক উইকেট প্রস্তুত কৰোৱাৰ কৌশল কলকাতাৰ ইডেন গার্ডেনত বুমেৰাবাং হৈছিল ভাৰতৰ। ইয়াৰ পাছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ গৃহভুমিত। কিয়নে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্ট অহা শনিবাৰৰ পৰা মহানগৰীৰ বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

প্রথমবাৰলৈ গুৱাহাটীত কোনো টেষ্ট মেচ অনুষ্ঠিত হ’ব। কলকাতৰ স্পীন সহায়ক উইকেট প্ৰস্তুত কৰা হৈছিল ভাৰতীয় দলৰ মুখ্য পশিক্ষক গৌতম গম্ভীৰৰ নিৰ্দেশত বর্ষাপাৰাতো গম্ভীৰে একেই নির্দেশ দিছে বুলিও প্রশ্ন উত্থাপন হৈছে এই প্রসংগত বিচিচিআইৰ এজন কর্মকর্তাই I

এক সর্বভাৰতীয় সংবাদ মাধ্যমক কয়, ‘পীটছ প্ৰস্তুতত ৰঙা মাটি ব্যৱহাৰ কৰ হেছে। এই ধৰণৰ মাটিৰে পীটছ প্রস্তুত কৰিলে সততে বেগী বলাৰৰ সহায়ক হয়। ভাল গতি আৰু বাউন্স থাকে। দেশৰ মাটিত ছিজন আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় দলৰ তৰফৰ পৰা জনাই দিয়া হৈছিল কেনে পীটছ পছন্দ। সেই অনুসৰি বল ঘূৰিবও পাৰে; কিন্তু গতি আৰু বাউন্স ভালেই থাকি। পীটছৰ কোনো অংশত যাতে অসমান বাউন্স নাথাকে, সেয়া নিশ্চিত কৰাৰ চেষ্টা কৰিছে কিউৰেটৰে।’

উল্লেখ্য যে বিচিচিআইৰ প্রধান কিউৰেটৰ আশিস ভৌমিক আৰু ব’র্ড সচিব শইকীয়া গুৱাহাটীৰ বাসিন্দা। সেয়ে তেওঁলোকৰ কথা ভাবিও সতর্ক হৈছে অসম ক্রিকেট সন্থা। প্রশিক্ষক গম্ভীৰৰ দাবীক গুৰুত্ব দিলেও ঐতিহাসিক টেষ্টখনৰ বাবে বিতর্কহীন উইকেট প্রস্তুত কৰাকে অগ্ৰাধিকাৰ দিয়া হৈছে।

ইপিনে, গুৱাহাটী টেষ্টৰ বাবে এতিয়াও অনিশ্চিত হৈ আছে ভাৰতৰ অধিনায়ক শুভমন গিল। ডিঙিৰ পাছফালৰ অঘাতৰ পৰা তেওঁ সম্পূর্ণৰূপে মুক্ত হোৱা নাই। হাস্পতালৰ পৰা মুকলি হোৱাৰ পাছত শুভমন সম্প্রতি দলৰ স’তে বলকাতাব হোটেলতে আছে। যদিও এতিয়াও তেওঁ বিমান যাত্ৰাৰ অনুমতি পোৱা নাই। শুভমন দলৰ স’তে গুৱাহাটীলৈ নাহে। পৰৱৰ্তী দুই-তিনি আঘাত নিৰীক্ষণ কৰাৰ পাছতহে শুভমনে খেলা বা নেখেলাৰ সন্দৰ্ভত ব’ৰ্ডৰ চিকিৎসকে সিদ্ধান্ত দিব। সেই দিশৰ পৰা শুভমনে খেলাৰ সম্ভাৱনা অতি কম বুলিয়ে ব’র্ডৰ সূত্রই জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2nd test matchacaBarsapara Stadiumind vs sa
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d