Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছিয়াঙত কোনোপধ্যে বান্ধ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ মুকলি হুংকাৰ

publisher by publisher
November 28, 2025
in Assam, News
Reading Time: 1 min read
0
ছিয়াঙত কোনোপধ্যে বান্ধ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ মুকলি হুংকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Chirang:✒️ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশত ছিয়াং নৈৰ ভেটি নির্মাণ কৰিবলৈ লোৱা তিনিটা জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে অসমতো প্রবল প্রতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছে চুবুৰীয়া ৰাজ্যখনৰ ৰাইজে। স্থানীয় ৰাইজে আশংকা কৰিছে যে ১২,৫০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে ভাৰত চৰকাৰে নিৰ্মাণৰ যো-জা চলোৱা এই বান্ধকেইটাই অদূৰ ভৱিষ্যতে কেৱল অৰুণাচল প্রদেশতে নহয়, অসমৰো বিস্তীর্ণ অঞ্চল বিশেষকৈ ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী, তিনিচুকীয়া আদি ধ্বংসস্তূপত পৰিণত কৰিব।

ADVERTISEMENT

গতিকে সময় থাকোতেই অসমৰ ৰাইজকো এই বৃহৎ নদীবান্ধসমূহৰ বিৰুদ্ধে ওলাই আহিবলৈ অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাবাসীয়ে আহ্বান জনাইছে। উল্লেখ্য যে চুবুৰীয়া ৰাষ্ট্ৰ চীনে ব্রহ্মপুত্ৰৰ উৎসস্থলীত বিশ্বৰে বৃহৎ নদীবান্ধ নিৰ্মাণৰ অজুহাত দি নৰেন্দ্ৰ মোদী চৰকাৰে ছিয়াং নৈত তিনিটা বৃহৎ বান্ধ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াক লৈ ছিয়াংবাসী বিশেষকৈ আপাৰ ছিয়াংবাসী শংকিত হৈছে।

এই বান্ধকেইটাই যিকোনো মুহূর্ততে জল-প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰি ছিয়াংবাসীয়ে ইতিমধ্যে প্রতিবাদ গঢ়ি তুলিছে। আশ্চর্যজনকভাবে স্থানীয় লোকৰ এই প্রতিবাদলৈ মুঠেও কর্ণপাত নকৰি ভাৰত চৰকাৰে প্ৰকল্পস্থলীলৈ বান্ধ নির্মাণত ব্যৱহৃত সামগ্রী প্ৰেৰণ কৰিছে। এই উদ্দেশ্যে প্রকল্পস্থলী আৰু ইয়াৰ ওচৰ-পাঁজৰৰ অঞ্চলত ভাৰত চৰকাৰে সামৰিক বাহিনীও নিয়োগ কৰিছে।

এনেদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি ভাৰত চৰকাৰে তিনিটাকৈ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ লোৱাক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে ‘ছিয়াং ইণ্ডিজেনাছ ফাৰ্মাৰ্ছ ফ’ৰাম’ শীর্ষক কৃষক সংগঠনে।

চীনৰ বান্ধে ধ্বংস নকৰিলেও ছিয়াং নৈৰ বান্ধে জল প্রলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰিছে এই কৃষক সংগঠনে। এই সম্পর্কত সংগঠনটোৰ সাধাৰণ সম্পাদক যুকেন লিবাঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘আপাৰ ছিয়াঙৰ জনতাৰ দীর্ঘদিনীয়া প্রতিবাদ তথা বিৰোধিতাকো আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে এই জলবোমা সদৃশ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা ৰূপায়ণৰ যো-জা চলাইছে। ২০০৭ৰ পৰাই আমি ছিয়াং নৈত নদীবান্ধৰ বিৰোধিতা কৰি আহিছো। প্রথমে প্রস্তাবিত জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা ১০ হেজাৰ মেগাৱাট আছিল। পৰৱৰ্তী সময়ত উৎপাদন ক্ষমতা ১০ হেজাৰ তিনিশ মেগাৱাটলৈ আৰু সম্প্ৰতি ১০ হেজাৰ পাঁচশ মেগাৱাটলৈ বৃদ্ধি কৰিছে।’

এই জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণ সম্পূর্ণ হোৱা মানে ছিয়াঙৰ আদি জনগোষ্ঠী নিঃশেষ হোৱা বুলিও লিবাঙে আশংকা কৰে। তেওঁ লগতে কয়, ‘আমাৰ আদি জনগোষ্ঠীৰ লোকসকলে জীৱন-জীৱিকাৰ বাবে ছিয়াং উপত্যকাৰ ওপৰতে নিৰ্ভৰ কৰে। কৃষিৰ বাদেই আমাৰ জীৱিকাৰ আন কোনো সম্বল নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ ভবিষ্যৎ অনিশ্চিত হৈছে। কাৰণ আমাৰ চৰকাৰে জৈৱ বৈচিত্র্য ধ্বংস কৰি বৃহৎ নদীবান্ধ নির্মাণ কৰিবলৈ লৈছে। ইয়াৰ বিৰূপ প্রভাৱ আমাৰ জীৱন-জীৱিকাৰ ওপৰত পৰিব।’

এই বান্ধৰ পানী ১৪শ মিটাৰ পর্যন্ত উঠাৰ আশংকা কৰি তেওঁ লগতে কয় যে এনে পৰিস্থিতিত আদি জনগোষ্ঠীয় লোকসকলৰ জীৱন-সম্পত্তি নিমিষতে নিশ্চিহ্ন হ’ব। ‘ কৃষক সংগঠনৰ নেতাজনে লগতে পাহাৰীয়া ৰাজ্যখনৰ মানচিত্রও সলনি হোৱাৰো আশংকা কৰে। এই নদীবান্ধ নির্মাণ সম্পূর্ণ হ’লে আদি জনগোষ্ঠীৰ লোকসকল ক’লৈ যাব বুলি তেওঁ আক্ষেপ প্রকাশ কৰে। অৱশ্যে তেওঁ এই বুলিও মন্তব্য কৰে যে তেওঁলোক নদীবান্ধ বিৰোধী নহয়, কিন্তু বিপুল পৰিমাণৰ জলবিদ্যুৎ উৎপাদন কৰিবলৈ লোৱা আপাৰ ছিয়াং বহুমুখী প্ৰকল্পৰ তীব্ৰ বিৰোধী। ছিয়াঙৰ আবেষ্টনীত কোনোপধ্যে বৃহৎ নদীবান্ধ নির্মাণ কৰিবলৈ দিয়া নহ’ব বুলিও কৃষক নেতাজনে হুংকাৰ দিয়ে। তেওঁ কয়, ‘আমি গণতান্ত্রিকভারে প্রতিবাদ কৰি থাকিম। প্রতিবাদ চৰকাৰে অগণতান্ত্রিক কৰি নুতুলিব। আমাক অগণতান্ত্রিক পন্থা ল’বলৈ বাধ্য নকৰিব।’

উল্লেখ্য যে য়ংকিয়ং নগৰ সাগৰপৃষ্ঠৰ পৰা আঢ়ৈশ মিটাৰ উচ্চতাত অৱস্থিত। এই নগৰৰ এজন স্থানীয় লোকেও ‘দৈনিক অগ্রদূত’ক কয়, ‘এই নদীবান্ধ নির্মাণ সম্পূর্ণ হৈ উঠাৰ পাছত য়ংকিয়ং নগৰৰ ১৫০ মিটাৰ ওপৰেৰে নৈৰ পানী প্ৰৱাহিত হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত মহাপ্রলয় সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব। এই পানীৰ ধলে সমগ্র ছিয়াঙকে ধৰি অৰুণাচল প্ৰদেশৰ মানচিত্র নিঃশেষ কৰাই নহয়, অসম, পশ্চিমবংগ তথা বাংলাদেশলৈকে মহাপ্রলয়ৰ সৃষ্টি কৰিব।’ চৰকাৰক জনতাৰ স্বাৰ্থত কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

একেদৰে আন এজনে কয়, ‘আমাৰ মতামত গ্ৰহণ নকৰাকৈয়ে ভাৰত চৰকাৰে এই নদীবান্ধ নিৰ্মাণ কৰিবলৈ লৈছে। মোদী চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত। ইতিমধ্যে প্রকল্পস্থলীত নদীবান্ধ নির্মাণত ব্যৱহৃত সা-সামগ্রী মজুত কৰিছে। দৰাচলতে চৰকাৰে মানৱতা বিৰোধী কাম-কাজ আৰম্ভ কৰিছে।’ তেওঁ লগতে কয় যে চীনে জলবোমা সদৃশ ৬০ হেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নদীবান্ধ নিৰ্মাণ কৰিছে নে নাই তাৰ প্ৰামাণিক তথ্য কাৰোৰে হাতত নাই; কিন্তু ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰৰ অৰুণাচল প্ৰদেশৰ অংশ তথা ছিয়াঙত এই বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনক্ষম জলবিদ্যুৎ প্রকল্প নির্মাণ কৰিবলৈ লৈছে।

ইয়াক তেওঁ জলবোমা বুলি অভিহিত কৰি আৰু কয়, ‘চীনে ভাৰতৰ ওপৰত জলবোমা নিক্ষেপ কৰিব নে নাই সেয়া স্পষ্ট নহয়। কিন্তু ছিয়াঙৰ নদীবান্ধৰ জৰিয়তে ভাৰতে যে ভাৰতীয় নাগৰিকৰ ওপৰত জলবোমা নিক্ষেপ কৰিব সেয়া স্পষ্ট।’ একে আশংকা কৰে পাৰংবস্তিৰ সভাপতি টাকা পাবিং, ছিয়াং জিলাৰ নদীবান্ধ বিৰোধী মঞ্চৰ টাবেং ছিৰাম আদিয়েও। তেওঁলোকে কয়, ‘এই নদীবান্ধ নির্মাণ সম্পূৰ্ণ হ’লে আমাৰ এই অঞ্চলসমূহত বাস কৰা আদি, মেম্বা, খাম্বা, ইদু, মিচিমি আদি জনগোষ্ঠীৰ প্ৰচুৰ ক্ষতিগ্রস্ত হ’ব। দৰাচলতে ছিয়াং জিলাৰ ৰূপৰেখাই সলনি হ’ব। ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত ধ্বংসাত্মক প্রভাৱ পৰিব। পাহাৰীয়া অঞ্চলৰ ভূমিকম্প প্ৰতিৰোধৰ ক্ষমতা নাথাকিব। বন্যপ্রাণীসমূহৰো বাসস্থান ধ্বংস হ’ব। এই ভয়ংকৰ নদীবান্ধৰ বিৰুদ্ধে নামনি অংশত তথা অসমৰ যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, মাজুলী আদিৰ ৰাইজেও প্রতিবাদ কৰা উচিত।’

ছিয়াঙৰ নদীবান্ধৰ বিৰুদ্ধে মটক যুৱ-ছাত্ৰ সম্মিলনৰ প্ৰতিবাদ

অৰুণাচল প্ৰদেশৰ ছিয়াঙত ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম মটক যুৱ-ছাত্র সম্মিলন। এই বান্ধ নিৰ্মাণৰ প্ৰবল বিৰোধিতা কৰি সম্মিলনৰ পৰিৱেশ আৰু পর্যটন বিভাগৰ সম্পাদক গিৰীশ পাত্রই কয়, ‘ছিয়াঙৰ এই বান্ধে কেৱল অৰুণাচল প্রদেশকে নহয়, অসমৰো বিস্তৰ ক্ষতিসাধন কৰিব। গতিকে অসমৰ জনতাই এই জলবোমা সদৃশ প্ৰকল্পৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ জনতাৰ স’তে একেস্বৰে মাত মাতিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCHIRANG
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d