Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিজেপিৰ দুটা কার্যকালত ১৪ হেজাৰৰো অধিক পৰিয়ালক উচ্ছেদ

publisher by publisher
November 29, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপিৰ দুটা কার্যকালত ১৪ হেজাৰৰো অধিক পৰিয়ালক উচ্ছেদ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

Eviction:✒️ৰাজ্যত বিজেপি চৰকাৰ এতিয়ালৈকে বিভিন্ন জিলাত ১৪,১০৫ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। ইয়াৰ বিপৰীতে পুনৰ সংস্থাপন দিয়া হৈছে মাত্র ১,৮১৭ টা পৰিয়ালক।

ADVERTISEMENT

জৰিয়তে ২,৩২,৫৩৩.৫৬ বিঘা বনভূমি বেদখলমুক্ত বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছৰে পৰা ৰাজ্যত প্রায় ধাৰাবাহিকভাবে উচ্ছেদ অভিযান অব্যাহত ৰখা হৈছে। চৰকাৰে দাবী কৰা অনুসৰি বনাঞ্চলৰ ভূমি, চৰকাৰী ভূমি আদিত বেদখল উচ্ছেদ কৰা হৈছে।

বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ পাছতে তাত বনভূমি গঢ়ি তোলাৰ কাম কৰা হৈছে। ইয়াৰ বিপৰীতে চৰকাৰী ভূমিত কৰা উচ্ছেদৰ পাছত সেই ভূমি বৃহৎ বৃহৎ পুঁজিপতিক উদ্যোগ স্থাপনৰ বাবে হস্তান্তৰৰ তৎপৰতা চলিছে। আজিও বিধানসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অবৈধ দখলৰ বিৰুদ্ধে চৰকাৰৰ উচ্ছেদ অব্যাহত থাকিব।

কে’বাজনো বিধায়কৰ প্ৰশ্নৰ উত্তৰত আজি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত সদৰী কৰা অনুসৰি ২০১৬ৰ পৰা বৰ্তমানলৈকে অসমত প্রায় ২,৩২,৫৩৩.৫৬ বিঘা বনভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰা হৈছে। ৰাজ্যৰ ২৭ খন জিলাত এই উচ্ছেদ কার্য সম্পন্ন কৰা হৈছে।

জিলাবোৰৰ ভিতৰত বৰপেটাত ২৯১টা, বিশ্বনাথত ৩০৭টা, বঙাইগাঁৱত ৩২১ টা, কাছাৰত ১৪টা, চৰাইদেউত দুটা, দৰঙত ২৭৩১টা, ধেমাজিত ৪৭ টা, ধুবুৰীত ১৪০৯টা, ডিব্ৰুগড়ত ২৩টা, গোৱালপাৰাত ৮৯০টা, গোলাঘাটত ৯১টা, হাইলাকান্দিত ৪৫ টা, হোজাইত ৫৮৬টা, যোৰহাটত এটা, কামৰূপ মহানগৰত ১৩০৯টা, কামৰূপত ১৯৬টা, লখিমপুৰত ৪৬৬টা, নগাঁৱত ৪০৯টা, নলবাৰীত ২৫৬ টা, শিৱসাগৰত ১৬টা, শোণিতপুৰত ৩৪০৮টা, শ্রীভূমিত ৫০৩টা আৰু তিনিচুকীয়াত ৬০৪টা পৰিয়ালক উচ্ছেদ কৰা হয়।

উচ্ছেদিতৰ ভিতৰত ধুবুৰীত ১,২৭৮টা, ডিব্ৰুগড়ত আঠটা, হোজাইত ১৯৬টা, লখিমপুৰত ১২টা, নগাঁৱত ১৯২ টা, শোণিতপুৰত ৬০টা আৰু শ্রীভূমিত ৭১টা পৰিয়ালক এতিয়ালৈকে পুনৰ সংস্থাপিত কৰা হৈছে।

ইপিনে, উচ্ছেদৰ পাছতে পাঁচ হেজাৰৰ অধিক বিঘা ভূমি উদ্যোগৰ নামত আবণ্টন দিয়া হৈছে। অৱশ্যে তেনে উদ্যোগৰ লগত জড়িত চৰকাৰী সংস্থাকে ভূমি আবণ্টন দিয়া হৈছে বুলি ৰাজহ বিভাগে আজি সদৰী কৰে। সেই অনুসৰি ধুবুৰীৰ ৪,৪৮৫ বিঘা দুই কঠা ১৫ লেচা ভূমি সৌৰশক্তি প্ৰকল্পৰ বাবে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডক আবণ্টন দিয়া হৈছে।

গোৱালপাৰাৰ এশ বিঘা ভূমি অসম ঔদ্যোগিক উন্নয়ন নিগমক আবণ্টন দিয়া হৈছে। শোণিতপুৰৰ ৬৬০ বিঘা ভূমিও বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডক দিয়া হৈছে। আবণ্টিত এই বৃহৎ পৰিমাণৰ ভূমিত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত উচ্ছেদ চলোৱা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Eviction
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d