Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৭৭৭: গুগলত ট্রেণ্ডিঙৰ জোৱাৰ : ফৰাচী বিমান সংস্থাৰ অভূতপূৰ্ব প্ৰচাৰ কৌশল!

publisher by publisher
December 12, 2025
in News, world
Reading Time: 1 min read
0
৭৭৭: গুগলত ট্রেণ্ডিঙৰ জোৱাৰ : ফৰাচী বিমান সংস্থাৰ অভূতপূৰ্ব প্ৰচাৰ কৌশল!
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

অনলাইন গেম নে পাৰিবাৰিক অশান্তি?

Google:গুগলৰ সকীয়নি: এক বিলিয়ন এনড্রতে ব্যৱহাৰকাৰীৰ ফোন হ’ব পাৰে হেক্

গুগলৰ বিপদঘণ্টা : ৫৫ শতাংশ লোকৰ এতিয়া প্রথম পছন্দটি এআই চেটবট

গুগলত কোনো তথ্য সন্ধান কৰাটো ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে এক অভ্যাসতে পৰিণত হৈছে। গুগলত সন্তোষজনকভাবে তথ্য নাপালেহে বহুতে আন উৎসৰ সন্ধান কৰে। এই ক্ষেত্রত অস্বাভাবিকতা নাই। শেহতীয়াভাবে বিশ্বৰ অগণন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে গুগলত এক বিশেষ সংখ্যা টাইপ কৰি কোনো তথ্য সন্ধান কৰিবলৈ বিচাৰিছে।

ADVERTISEMENT

কোটি কোটি লোকৰ মনত প্রচণ্ড কৌতূহলৰ সৃষ্টি কৰা এই সংখ্যাটো হ’ল ৭৭৭। যিহেতু অগণন লোকে সংখ্যাটো গুগলত ছাৰ্চ কৰিছে। গতিকে এই সংখ্যা সম্প্রতি ট্রেন্ডিঙত পৰিণত হৈছে। কিন্তু এই সংখ্যাৰ জৰিয়তে অগণন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে প্ৰকৃততে কি সন্ধান কৰিছে?

এই প্ৰশ্নৰ উত্তৰ বহুতৰে ওচৰত নাই।মাথোঁ তেওঁলোকে দেখাক দেখি বা কাৰোবাৰ মুখত শুনি গুগলত সংখ্যাটোৰ জৰিয়তে ছাৰ্চ কৰিছে।সময় বাগৰাৰ লগে লগে এনে লোকৰ সংখ্যা বৃদ্ধি পাই আছে। এনে অৱস্থাতে একাংশই ৭৭৭গুগল ট্রেন্ডিং হোৱাৰ কাৰণ সামাজিক মাধ্যমত ব্যাখ্যা কৰিছে।ইয়াক কেন্দ্ৰ কৰি বিভিন্ন তত্ত্বৰো সৃষ্টি হৈছে।

দৰাচলতে ৭৭৭ সংখ্যাটোৰ স’তে ফৰাচী বিমান সংস্থা এয়াৰ ফ্রান্স জড়িত। এয়াৰ ফ্রান্সে শেহতীয়াভাৱে চাৰিটা নতুন যাত্রাপথ ঘোষণা কৰিছে। বিশ্বৰ চাৰিখন চহৰক সংযোগ কৰি সংস্থাটোৱে বিমান যাত্রা মুকলি কৰিছে। ইয়াৰ তিনিখন চহৰ হ’ল মার্কিন যুক্তৰাষ্ট্ৰৰ আটলান্টা, বষ্টন আৰু হিউষ্ট’ন।

আনহাতে, চতুর্থখন চহৰ হ’ল ইজৰাইলৰ তেল আভিভ। ৭৭৭ সংখ্যাটোক লৈ গুগলত ব্যাপক ছার্চ হোৱাৰ মূল কাৰণ হ’ল ব’য়িং ৭৭৭-৩০০ ইআৰ বিমান। এয়াৰ ফ্রান্সে উক্ত চাৰি চহৰৰ সেৱাত ব’য়িঙৰ এই শ্ৰেণীৰ বিমান ব্যৱহাৰ কৰিছে। ইয়াৰ আঁত ধৰিয়ে বহুতে গুগলত ৭৭৭ সংখ্যাটো ছাৰ্চ কৰিবলৈ লৈছে। এয়াৰ ফ্ৰান্সৰ এই বিমানত প্রিমিয়াৰ ছ্যুট আৰু বিজনেছ ক্লাছ থাকিব।

এই বিলাসবহুল যাত্রা কেনে হ’ব সেই বিষয়ে জানিবলৈ বহুতে ৭৭৭ সংখ্যাটো গুগলত ছার্চ কৰিবলৈ লৈছে। স্বাভাৱিকতে ইয়াক লৈ উৎসাহী হৈছে এয়াৰ ফ্রান্স বিমান সংস্থা। কাৰণ যি হাৰত গুগলত ৭৭৭ সংখ্যাটোৰ ছাৰ্চ চলিছে সিয়ে সংস্থাটোৰ এই চাৰি চহৰৰ বিমান সেৱাক অধিক জনপ্ৰিয় কৰি তুলিব পাৰে।

আনকি ইয়ে লাভ ৪০ শতাংশ পর্যন্ত বৃদ্ধি কৰিব বুলিও সংস্থাটোৱে আশা প্রকাশ কৰিছে। গতিকে একাংশই চৰ্চা কৰিছে যে দৰাচলতে এয়াৰ ফ্রান্স বিমান সংস্থাই কৌশলৰে প্ৰচাৰ চলাইছে। এই বিষয়ে অৱগত নহৈয়ে বহুতে গুগলত ৭৭৭ সংখ্যাটো ছাৰ্চ কৰি আছে। এনে প্ৰচাৰক অভূতপূর্ব আখ্যা দিব পাৰি।

ইয়াৰ বিপৰীতে একাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কেনেদৰে সময়ৰ অপব্যৱহাৰ কৰে তাৰো এক আভাস ইয়ে দিছে বুলি চর্চা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 777GameGOOGLE
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d