Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অতিৰিক্ত ওজনৰ বাবে বঞ্চিত হয় মাতৃৰ শেষকৃত্যৰ পৰা

publisher by publisher
December 13, 2025
in India, News
Reading Time: 1 min read
0
অতিৰিক্ত ওজনৰ বাবে বঞ্চিত হয় মাতৃৰ শেষকৃত্যৰ পৰা
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

Air pollution : বায়ু প্ৰদূষণৰ ফলত বাঢ়িছে মহিলাসকলৰ ওজন, দাবী সমীক্ষাত

সাধাৰণ দুই-চাৰি কেজি ওজন কমাবলৈকে মানুহে অনেক কছৰৎ কৰিবলগীয়া হয়। তেনে অৱস্থাত শৰীৰৰ পৰা ৮৫ কেজি ওজন জোঁকাৰি পেলোৱাটো মুঠেই সহজ কথা নহয়। অথচ তেনে এক ঘটনাই সম্প্রতি পোহৰলৈ আহিছে। অত্যধিক ইচ্ছাশক্তি থাকিলেহে এই ধৰণৰ অসম্ভৱক সম্ভৱ কৰিব পৰা যায়।

ADVERTISEMENT

অৱশ্যে ইয়াৰ অন্তৰালত আছে এক করুণ কাহিনী। কেবল কঠোৰ পৰিশ্ৰম, স্বাস্থ্যকৰ ডায়েট আৰু শৰীপচৰ্চাই ইয়াৰ বাবে যথেষ্ট নহয়। ইয়াৰ বাবে এনে মনোবল থকা প্রয়োজন, সেয়া বোধহয় সকলোৰে নাথাকে।

২২ বছৰীয়া ছভিক চাহু। সম্প্রতি ৮৫ কেজি ওজন কমাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এইজন যুৱক। ইয়াৰ আগতে তেওঁৰ শৰীৰৰ ওজন আছিল ১৬০ কেজি; কিন্তু অবিৰত শৰীৰচৰ্চা আৰু হাইপ্ৰ’টিন ডায়েটৰ জৰিয়তে ছভিকে নিজৰ এই ৰূপান্তৰৰে সঁচাকৈয়ে আচৰিত কৰি তুলিছে সকলোকে।

সম্প্রতি সামাজিক মাধ্যমত এটা আবেগঘন প’ষ্ট দিছে ছভিকে। জনাইছে যে ক’ভিডৰ সময়ত তেওঁৰ মাতৃৰ মৃত্যু হয়। সেই সময়ত ছভিকৰ ওজন আছিল ১৬০ কেজি। অতিৰিক্ত স্থূলতাৰ কাৰণে শৰীৰত বাহ লৈছি একাধিক ৰোগে।

উচ্চ ৰক্তচাপ, মধুমেহ, আৰ্থৰাইটিছ, আনকি শ্বাস-প্রশ্বাসৰ সমস্যাতো ভূগিছিল তেওঁ। ক’ভিডকালত মাতৃৰ বিয়োগৰ সময়ত ছভিক সমস্যাত পৰে। কিয়নো তেওঁক যি পিপিই কিট পৰিধান কৰিবলৈ দিয়া হৈছিল, সেয়া আছিল তেওঁৰ দেহৰ তুলনাত অতিশয় সৰু। ফলত শেষকৃত্য কৰিবলৈ গৈ তেওঁ বিড়ম্বনাৰ সম্মুখীন হয়।

মাতৃৰ শেষকৃত্য কৰিবলৈ তেওঁক স্থানীয় প্রশাসনে বাধা প্রদান কৰে। বাধ্য হৈ ছভিকে সেইদিনা দুটা পিপিই কিট পৰিধান কৰিবলগীয়া হৈছিল। মাতৃৰ বিয়োগত শোকৰ ছাঁ, তাতে মাতৃৰ বাবে অন্তিম কৰণীয়খিনিত বাধা পায় তেওঁ অত্যন্ত আবেগিক হৈ পৰিছিল।

সেই আবেগিক মুহূর্ততে তেওঁ প্রতিজ্ঞা কৰিছিল। এনেদৰে আৰু নহ’ব। এইবাৰ কিবা এটা বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন হৈছে। জীৱিত কালত মাতৃয়ে ছভিকৰ শৰীৰক লৈ প্রতিমুহূর্ততে উদ্বিগ্ন হৈ থাকিছিল। সেয়ে সেইদিনা মাতৃৰ শেষকৃত্যত থিয় দি যুৱকজনে প্রতিজ্ঞা কৰিছিল যে যিকোনো প্ৰকাৰে হওক শৰীৰৰ ওজন হ্রাস কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব লাগিব।

অৱশেষত সেই প্রতিশ্রুতি পূৰণ কৰিলে তেওঁ। সামাজিক মাধ্যমত প’ষ্ট জি ছভিকে জনাইছে যে এতিয়া আৰু তেওঁ আগৰ দৰে প্ৰতিদিনে ৰক্তচাপ জুখিব ননালাগে। নির্দিষ্ট সময় লৈ লৈ ঔষধ সেৱন কৰিব নালাগে। ওজন হ্রাস কৰাৰ পাছত তেওঁ সকলো ৰোগৰ পৰা মুক্ত হ’ব পাৰিছে। অসুস্থ জীৱনৰ পৰা আঁতৰি আহি তেওঁৰ এই নতুন যাত্রা প্রয়াত মাতৃৰ বাবেই সম্ভৱ হোৱা বুলিও যুৱকজনে মন্তব্য কৰিছে। এটা নতুন জীৱন লাভকৰিছে তেওঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Weight
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d