Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাছিঘাট, মেঘালয়, সোণাপুৰৰ পৰা অহা কমলাই দখল কৰিছে গুৱাহাটীৰ বজাৰ

publisher by publisher
December 17, 2025
in Assam, News
Reading Time: 1 min read
0
পাছিঘাট, মেঘালয়, সোণাপুৰৰ পৰা অহা কমলাই দখল কৰিছে গুৱাহাটীৰ বজাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

Orange:✒️গুৱাহাটীৰ বজাৰত কণী, পিঁয়াজৰ মূল্যবৃদ্ধিৰ লগতে বতৰৰ ফল সুস্বাদু কমলাৰ মূল্যবৃদ্ধিয়ে কমলাৰ ব্যৱসায়ীৰ মূৰত মাধমাৰ সোধাইছে। মহানগৰীৰ পার্শ্বৱর্তী সোণাপুৰৰ পৰা আৰম্ভ কৰি চুবুৰীয়া অৰুণাচল প্রদেশ, মেঘালয় আৰু ভুটানৰ কমলাৰে ভৰিছে বজাৰ। অৱশ্যে এইবাৰ পূৰ্বৰ তুলনাত প্রতিকিলো কমলাৰ মূল্য ২০ৰ ৪০ টকা পর্যন্ত বৃদ্ধি পাইছে। মহানগৰীৰ গণেশগুৰি, ছয়মাইল, সাতগাঁও, জুৰোড আদি বিভিন্ন স্থানত খুচুৰা বাৱসায়ীসকলে এই জাৰৰ দিনত পৰিয়াল পোহ- পাল দিবলৈ পদপথত কমলা বিক্রী কৰে।

ADVERTISEMENT

এনে ব্যৱসায়ীয়ে জনোৱা মতে, বিগত বৰ্ষৰ তুলনাত এইবাৰ কমলাৰ উৎপাদন কম তথা বর্ধিত মূল্যৰ বাবে ব্যৱসায়ীসকল লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। বর্ধিত মূল্যৰ বাবে গ্রাহকে কম পৰিমাণে ক্রয় কৰিছে কমলা।

উল্লেখ্য যে মহানগৰীকে ধৰি নলবাৰী, বৰপেটা, হাজোকে ধৰি বিভিন্ন অঞ্চলৰ পদপথৰ ব্যৱসায়ীসকলে জাবৰ দিনত কমলা বিক্ৰী কৰি পৰিয়াল পোহ-পাল দিয়ে। নলবাৰীৰ পৰা কৈলাশ ডেকা আৰু চাংসাৰিৰ ৰহমত আলীয়ে আজি ৩২ বছৰে এইদৰে জাবৰ দিনত কমলা ব্যৱসায়েৰে জীৱিকা অর্জন কৰি আহিছে। তেওঁলোকে কয়, ‘আজি ৩২ বছৰে আমি এই ব্যৱসায়ৰ লগত জড়িত। আমাৰ এই ব্যবসায়েৰে চাৰিটা পৰিয়াল চলি আছে। আমি ব্যবসায় আবস্ত কবোতে ৩০ মোন কমলাৰ দাম ১২০০-১৩০০ আছিল। বর্তমান আমি ৩০ মোন অর্থাৎ এক গাড়ী কমলা ১৭ৰ পৰা ২১ হেজাৰ টকাত ক্রয় কবো। যোৱা বছৰৰ তুলনাত এই বর্ষত কমলাৰ দাম বৃদ্ধি পাইছে। উৎপাদন কম হোৱাৰ বাবে এইবাৰ কিছু পৰিমাণে দাম বৃদ্ধি পাইছে। সেয়ে এইবাৰ গ্রাহকৰ সংখ্যাও কম।’

তদুপৰি কয়, ‘সেয়েহে আমি কিলো হিচাপে বিক্রী কৰিলে প্রতি কিলোত এশৰ পৰা ১৮০ টকা পর্যন্ত দবত বিক্রী কৰিব লাগে। কিলো হিচাপে বিক্রী কৰিলে গ্রাহকে ক্রয় কৰিবলৈ কুণ্ঠাবোধ কৰে। সেয়ে আমি ডজন হিচাপে বিক্ৰী কৰো।’ নলবাৰীৰ বৰভাগৰ নাওধন তালুকদাবে কয়, ‘অৰুণাচল, মেঘালয়, সোণাপুৰৰ পৰা কমলা গুৱাহাটীলৈ ৰপ্তানি হয়। আমি ফাঁচী বজাৰৰ পৰা পাইকাৰী দৰত কমলা ক্রয় কৰো আৰু খচৰা বজাৰত বিক্ৰী কৰো। এইবাৰ গুৱাহাটীৰ বজাৰত প্রতিকিলো কমলা ১২০ ৰ পৰা ১৫০ টকা দৰত উপলব্ধ হৈছে। সমান্তৰালকৈ সৰু কমলা প্রতি ডজন ৮০ৰ পৰা ১২০ টকা আৰু ডাঙৰ কমলা প্রতি ডজন ১২০ ৰ পৰা ১৬০ টকা দৰত গ্রাহকে ক্ৰয় কৰিছে। বিগত বৰ্ষৰ তুলনাত এই বর্ধত মূল্যবৃদ্ধিৰ ফলত গ্রাহকৰ সংখ্যা কিছু পৰিমাণে হ্রাস পাইছে। তাৰ উপৰি চলিত বৰ্ষত বজাৰত কমলান আমদানি হ্রাস পাইছে।’

কমলা বিক্রেতাজনে কয় যে পাইকাৰী ব্যবসায়ীসকলৰ পৰা ৩০ মোন কমলা ১৭ ৰ পৰা ২০ হেজাৰ টকাত ক্রয় কবি খুচুৰ্য বজাৰত এশৰ পৰা ১৫০ টকা ডজনত গ্রাহকক বিক্রী কৰা হয়। এই বছৰত বজাৰত কমলাৰ সংখ্যা কম হোৱাৰ বাবে কিছু মূল্যবৃদ্ধি হৈছে। তেওঁ কয় যে পূর্বব তুলনাত গ্রাহকৰ সংখ্যাও কিছু কমিছে যাৰ ফলত ব্যবসায়ত লাভালাভ কম হৈছে।

নলবাৰীৰ সুনীল বৰুৱা আৰু জটিয়াৰ দীপাংকৰ বৰাই কয়, ‘বিগত ২০ বছৰে জাৰৰ দিনত গুৱাহাটীৰ বজাৰত কমলা বিক্রী কৰি আহিছো। ঋতু অনুসৰি মাঘব বিহুত পিঠা-পনা, হোলীত বং, দীপাৱলীত মাটিৰ চাকি আৰু ব’হাগ বিহুত গামোচা বিক্রী কৰি নিজৰ লগতে পৰিয়াল পোহ-পাল দিওঁ। জাৰৰ দিনত কমলা বিক্রীৰে নিজৰ লগতে পৰিয়াল পোহ-পাল দি আহিছো। এইবাৰ কমলাৰ উৎপাদনৰ লগতে গুণমান কম হোৱাৰ বাবে গ্রাহক কমিছে এইবাৰ লগতে কমলাৰ আমদানি কম।’

তেওঁ কয় যে পাইকাৰী ব্যবসায়ীসকলৰ পৰা ৩০ মোন কমলা ২০ৰ পৰা ২১ হেজাৰ টকাত ক্ৰয় কৰি খুচুৰা বজাৰত ১২০ ৰ পৰা ১৮০ টকা ডজনত গ্রাহকক বিক্রী কৰা হয়।আনফালে, মূল্যবৃদ্ধি হ’লেও বতৰৰ ফলৰ সোৱাদ ল’বলৈ দ্বিধাবোধ কৰা নাই গ্রাহকে। মূল্যবৃদ্ধি হৈছে যদিও বতৰৰ ফলৰ সোৱাদ ল’বলৈ কমকৈ হ’লেও গ্রাহকে ক্রয় কৰিছে কমলা। পূর্বৰ তুলনাত বজাৰত কমলাৰ উপলব্ধতা হ্রাস পোরা, মূল্যবৃদ্ধি আদি কাৰকে গ্রাহকৰ সংখ্যা এত অধিক হ্রাস নকৰে বুলি বিশ্বাসী বিক্রেতা সমাজ।

ছয়মাইলব আতোৱাৰ বহমান আৰু গণেগুৰিৰ ৰাজীৱ দাসে কয়, ‘জাৰৰ দিনত হেমন্তবাজ কমলাৰ সোৱাদেই সুকীয়া। কিন্তু এই বৰ্ষত কমলাৰ মূল্যবৃদ্ধি পাইছে। আমি ১৫০ ৰ পৰা ২৫০ টকা পর্যন্ত কমলা কিনিবলগীয়া হৈছে। বতৰৰ ফল খাবলৈ মন যায়। কমকৈ হ’লেও বতৰৰ ফল ক্রয় কৰিছো। বর্তমান সকলো বস্তুৰে দাম বৃদ্ধি পাইছে। উপার্জন কম সেয়ে সমতা অনুযায়ী বস্তু ক্রয় কৰিব লগা হৈছে। এইবাৰ উন্নত মানৰ কমলা বজাৰত উপলব্ধ হোৱা নাই, দামো বেছি। যোৱা বছৰৰ তুলনাত এইবাৰ উৎপাদনো কম।’

পূৰ্বৰ তুলনাত কিছু কম হ’লেও সৰু-বৰ সুস্বাদু কমলাৰে গুৱাহাটীৰ বজাৰ ভৰি পৰিছে। অৰুণাচলৰ পাছিঘাট, মেঘালয়, সোণাপুৰৰ পৰা অহা কমলাই দখল কৰিছে গুৱাহাটীৰ বজাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMEGHALAYAOrangesPasighat
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d