Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিক লৈ অসমত সুৰক্ষা বৃদ্ধি

publisher by publisher
December 21, 2025
in Assam, News
Reading Time: 1 min read
0
বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিক লৈ অসমত সুৰক্ষা বৃদ্ধি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Bangladesh:✒️বাংলাদেশত সৃষ্টি হোৱা অগ্নিগর্ভ পৰিস্থিতি আৰু তাৰে সুযোগ লৈ ভাৰত বিৰোধী চক্ৰসমূহ প্রকাশ্যে ওলাই অহাৰ পাছত অসমৰ লগত থকা দেশখনৰ আন্তর্জাতিক সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্ত অঞ্চলত সাধাৰণ লোকৰ চলা-ফিৰাও নিয়ন্ত্ৰণ কৰা হৈছে।

ADVERTISEMENT

ইয়াৰ লগে লগে বৃদ্ধি কৰা হৈছে টহলৰ মাত্রা। নিৰীক্ষণ ব্যবস্থাও অতিৰিক্ত বাহিনীৰ হাতত অর্পণ কৰা হৈছে। অসমৰ লগতে মেঘালয় আৰু – ত্ৰিপুৰাতো অনুৰূপ ব্যৱস্থা লোৱা হৈছে। অসমৰ সীমান্তৰ এটা বৃহৎ অংশ উন্মুক্ত হৈ আছে। যাৰ বাবে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সীমান্তৰ এটা বৃহৎ অংশ সদায় অতি স্পর্শকাতৰ হৈ আহিছে। ইপিনে, শ্রীভূমি জিলাবে প্রায় নিয়মীয়াকৈ অব্যাহত আছে অনুপ্রবেশকাৰীৰ ভাৰতত প্ৰৱেশৰ চেষ্টা। প্রায় নিয়মীয়াকৈ তেনে অনুপ্রবেশকাৰীৰ দল আৰক্ষী আৰু সীমান্ত বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰু সেইসকলক ৰাজ্য চৰকাৰৰ নতুন নীতি অনুসৰি লগে লগে ওভতাই পঠিওৱা প্রক্রিয়াও চলি আহিছে।

সীমান্তত থকা নিয়মীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰেই ধাৰাবাহিকভাবে অনুপ্ৰৱেশকাৰীৰ দলে অসমত প্রবেশ কৰিবলৈ সক্ষম হোৱাটো নিৰাপত্তাৰ দায়িত্বত থকাসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। তাতোকৈ উদ্বেগৰ বিষয় হ’ল যে অনুপ্রৱেশ কৰা সকলো লোককে ধৰা পেলোৱাটোও সম্ভৱ হৈ উঠা নাই। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অসম-বাংলাদেশ সীমান্তত নিয়মীয়া টহলৰ বাবে ভাৰতীয় সেনা আৰু আছাম ৰাইফলছকো ভাগে ভাগে দায়িত্ব দিয়া হৈছে।

বিএছএফৰ সঞ্চালনাও বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে অসম আৰু বাংলাদেশৰ আন্তর্জাতিক সীমান্তৰ দৈর্ঘ্য হ’ল প্রায় ২৬৭কিলোমিটাৰ। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কাছাৰ আৰু শ্রীভূমি জিলাৰ লগত বাংলাদেশৰ স’তে আন্তর্জাতিক সীমান্ত সংলগ্ন হৈ আছে। সেয়েহে এই জিলাকেইখনত অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে। অসমে মেঘালয় আৰু ত্ৰিপুৰাৰ লগতো যৌথভাবে সীমান্ত সুৰক্ষিত ৰখাৰ অভিযান অব্যাহত ৰাখিছে।

বাংলাদেশত শুকুৰবাৰে এজন হিন্দু শ্রমিকক মৰিয়াই মৰিয়াই হত্যা কৰি পথৰ মাজতে গছত ওলমাই জুলাই দিয়া ঘটনাটোৰ পাছত ভাৰতত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আকৌ ভাৰত বিৰোধী চক্রই উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰো ভাবুকি দিছে। তেনে ভাবুকিক ভাৰতে বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। সেইবাবে ভাৰত বিৰোধী চক্ৰৰ বাংলাদেশ সীমাৰ ভিতৰৰ পৰা যাতে উত্তৰ-পূৰ্বাঞ্চলৰ সাত ৰাজ্যক লৈ কোনো বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ ৰাজ্যিক গৃহ বিভাগক সতর্ক কৰি দিয়া হৈছে।

কাৰণ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ অপশক্তিবোৰ বাংলাদেশৰ ৰাজপথলৈ প্রকাশ্যে ওলাই আহিছে। দেশখনৰ সাম্প্ৰতিক চৰম উত্তেজনাপূর্ণ পৰিস্থিতিৰ মাজতে তেনে চক্রই যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ ওপৰত সতর্ক দৃষ্টি ৰখা হৈছে।

অসমত বাংলাদেশৰ মদতপুষ্ট জেহাদী সংগঠন পূৰ্বৰ পৰা সক্ৰিয় হৈ আহিছে। তেনে সংগঠনৰ বহু অনুগামী ৰাজ্যখনত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে জিলাবোৰৰ আৰক্ষীক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে। ইয়াৰ অংশৰূপে প্ৰধানকৈ চোৰাংচোৱা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি সূত্রত প্রকাশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBANGLADESH
publisher

publisher

Related Posts

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d