Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Boko Incident:কামৰূপৰ পছৰীয়াত দুর্বৃত্তৰ নিকৃষ্ট কাণ্ড

বিহ খুৱাই হত্যা কৰিলে ৮০ টাৰো অধিক পোহনীয়া ছাগলী, ছাৰখাৰ হ'ল স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা

publisher by publisher
December 27, 2025
in Assam, Crime
Reading Time: 1 min read
0
Boko Incident:কামৰূপৰ পছৰীয়াত দুর্বৃত্তৰ নিকৃষ্ট কাণ্ড
2
SHARES
18
VIEWS
ShareShareShareShare

Boko Incident:

উন্নতমানৰ ছাগলী পুহি জীৱিকাৰ পথ মুকলি কৰা কামৰূপৰ পছৰীয়াৰ এক আদর্শ দম্পতীৰ সপোন ছাৰখাৰ কৰিলে দুর্বৃত্তই। পছৰীয়া নিৱাসী দিবাকৰ কলিতা আৰু তেওঁৰ পত্নী ভনিতা কলিতাই স্থাপন কৰা ‘মা পদুমী ছাগলী ফার্ম’ৰ ৮০ টাৰো অধিক ছাগলীক দুর্বৃত্তই খাদ্যৰ স’তে বিহ মিহলাই খুৱাই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। এই নিৰীহ প্রাণীকেইটা উন্নতজাতৰ আছিল। মৃত ছাগলীবোৰৰ মাজত ৪০ জনীৰো অধিক গাভিনী ছাগলী আছিল বুলি পামৰ গৰাকী কলিতাই জনায়। আন ছাগলীবোৰৰ মাজত খাহী ছাগলীও আছিল। যোৱা শনিবাৰে দুর্বৃত্তই পামখনৰ ছাগলীবোৰ বিহ মিহলি খাদ্য খুৱাই বুলি সূত্রই জনায়। ৮০ টাৰো অধিক ছাগলীৰ এনেদৰে মৃত্যু হোৱাত পামৰ গৰাকীৰ ৫০ লাখৰো অধিক টকা লোকচান হৈছে বুলি জনায়।

ADVERTISEMENT

নিতৌ বর্ধিত ৰূপ লোৱা পামখনক লৈ কোনো লোক ঈর্যান্বিত হৈয়ে এই দুষ্কাৰ্য সংঘটিত কৰা বুলি চর্চা চলিছে। এই দুষ্কাৰ্যৰ স’তে জড়িতৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনক কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় ৰাইজে। সম্প্রতি পামৰ গৰাকী কলিতা দম্পতীয়ে দিনতে এন্ধাৰ দেখিছে। ভুক্তভোগী পৰিয়ালে জনোৱা মতে, সমাগত ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহু উপলক্ষে ছাগলী ঠিক কৰি পামৰ গৰাকীক বিভিন্ন অঞ্চলৰ গ্ৰাহকে আগধনো দিছিল।

RelatedPosts

বকোত ১১৪ সংখ্যক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন

Boko:বকোৰ তিনিখন গাঁৱত হাহাকাৰময় পৰিস্থিতি

Accident:দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে ছাগলী পালনৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক বিপ্লৱৰ সৃষ্টি কৰিছিল কলিতা দম্পতীয়ে। তেওঁলোকে জনোৱা মতে, বিগত কৰ’না মহামাৰীৰ তলাবন্ধৰ সময়ত ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰি বাদ দি বন্ধন বেংকৰ পৰা ৮০ হেজাৰ টকাৰ ঋণ লৈ তেওঁলোকে উন্নতমানৰ ছাগলী পালন কৰিবলৈ লয়। ধনৰ অধিক প্রয়োজন হোৱাত কলিতাৰ পত্নীয়ে সোণৰ চেইনো বন্ধকত থয়। এনেদৰে কষ্টৰে গঢ়ি তোলা ছাগলী পামখনতে দুর্বৃত্তই তাণ্ডর চলালে। এই সম্পৰ্কত ভুক্তভোগী পৰিয়ালে দদৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত পামৰ গৰাকী কলিতাই জনোৱা মতে বিহ মিহলি খাদ্য খাই অসুস্থ হোৱা ছাগলীবোৰক সুস্থ কৰিবলৈ পশু চিকিৎসকে যৎপৰোনাস্তি চেষ্ট চলায় যদিও সফল নহ’ল।

ফলত কৰুণভাৱে এটাৰ পাছত আনটো ছাগলীয়ে মৃত্যুক আঁকোৱালি লয়। তেওঁৰ পামত বিটেল, ছিৰোহি, টোটাপাৰি, বাৰবাৰী, জঘ্রানা, ব্লেক বেংগল, যমুনাপাৰি আদি প্ৰজাতিৰ ১২৫ টা ছাগলী আছিল। প্রথম অৱস্থাত কলিতা দম্পতীয়ে ১১ টা ছাগলীৰে পামখন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজস্থান, পঞ্জাৱ আদিৰ পৰা উন্নতজাতৰ ছাগলী তেওঁলোকে আনিবলৈ লয়। এনেদৰে তিলতিলকৈ গঢ়ি তোলা পামখনৰ ছাগলীবোৰৰ অধিকাংশ নিকৃষ্ট মানসিকতাৰ লোকে নিঃশষ কৰাত কলিতা দম্পতীয়ে মূৰে-কপালে হাত দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BokoFood positiongoat farmslaughter of goatsUnidentified Assailants
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d