Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

BCCI Banned:আইপিএলত নিষিদ্ধ বাংলাদেশী ক্রিকেটাৰ

আইপিএলৰ পৰা বাদ পৰিল বাংলাদেশী ক্রিকেটাৰ মুস্তাফিজুৰ ৰহমান, শ্বাহৰূখ খানৰ KKR- এ ক্ৰয় কৰিছিল মুস্তাফিজুৰ ৰহমানক, KKRলৈ বিশেষ নিৰ্দেশনা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ

publisher by publisher
January 3, 2026
in Sports
Reading Time: 1 min read
0
BCCI Banned:আইপিএলত নিষিদ্ধ বাংলাদেশী ক্রিকেটাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

IPL Match In Guwahati : বৰ্ষাপাৰাত আজি মহাৰণ

IPL Match In Guwahati :আই পি এল খেলক লৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীৰ পথ নিৰ্দেশনা

BCCI Banned:

চুবুৰীয়া বাংলাদেশৰ স’তে ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্ক ক্ৰমাৎ বিঘ্নিত হোৱাৰ মাজতে বাংলাদেশ ক্রিকেটাৰৰ বিৰুদ্ধে কঠোৰস্থিতিৰ বিচিচিআইৰ ৷আইপিএলত নিষিদ্ধ কৰা হৈছে বাংলাদেশী ক্রিকেটাৰক ৷ যাৰবাবে আইপিএলৰ পৰা বাদ পৰিল বাংলাদেশী ক্রিকেটাৰ মুস্তাফিজুৰ ৰহমান। শ্বাহৰূখ খানৰ KKR- এ ৯.২০ কোটি টকাত নিলামত ক্ৰয় কৰিছিল মুস্তাফিজুৰ ৰহমানক ৷ বাংলাদেশী ক্ৰিকেটাৰক ক্ৰয় কৰাৰ বাবে KKR লৈ বিশেষ নিৰ্দেশনা জাৰি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ ।

ADVERTISEMENT

উল্লেখ্য যে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানৰ আইপিএলত অংশগ্রহণক লৈ তীব্ৰ বিতর্ক অব্যাহত আছিল। আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ক্রীড়া মন্ত্রণালয়ৰ সূত্রই সদৰী কৰিছিল যে ভাৰতৰ ক্রীড়া নীতিত বাংলাদেশ বা বাংলাদেশী খেলুৱৈৰ স’তে দ্বিপাক্ষিক ক্রিকেট শৃংখলা আইপিএলত খেলাত বাধা নাই এনে নিষেধাজ্ঞা কেৱল পাকিস্তান দল আৰু ইয়াৰ খেলুৱৈৰ ক্ষেত্ৰতহে প্রযোজ্য। মুস্তাফিজুৰে আইপিএল ২০২৬ত খেলিব নে নাই সেই সন্দৰ্ভত চৰকাৰৰ নহয়, বিচিচিআয়েহে চুড়ান্ত সিদ্ধান্ত দিব।

ইফালে, বিচিচিআইৰ এজন বিষয়াহ কয়, ‘এয় আমাৰ হাতত নাই। বংলাদেশী খেলুৱৈক লীগত খেলিবলৈ বাধা দিয়াৰ সন্দৰ্ভত চৰকাৰৰ পৰা কোনো নির্দেশনা পোৱা নাই।’

মনকৰিবলগীয়া যে,যোৱা ১৩ দিনত তিনিজন হিন্দু হত্যা যজ্ঞ বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ মাজতে ৰহমানে আইপিএলত অংশগ্রহণৰ বিৰোধিতা কৰিছে বিভিন্নজনে। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল ২০২৬ আৰু ৩১ মে’ত লীগৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব। শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমে কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক বাংলাদেশী ক্রিকেটাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা অপসাৰণ কৰিবলৈ আহ্বান জনাইছিল। নিৰুপমে কয় যে যেতিয়া সমগ্র দেশ বাংলাদেশক লৈ ক্ষুব্ধ আৰু ক্ষোভিত, সেই সময়ত অনুৰোধ জনোৱা হৈছে যে সেই বাংলাদেশী খেলুরৈজনক দলৰ পৰা আঁতৰাহ দিব লাগে।

একেদৰে শিৱসেনাৰ মুখপাত্র আনন্দ ডুবেই কয়, ‘ভাৰতীয় মাটিত বাংলাদেশী খেলুরেক আইপিএল খেলিবলৈ দিয়া উচিত নহয়।’ ধর্মগুৰু দেৰকিনন্দন ঠাকুৰে এই প্ৰসংগত প্রতক্রিয়া প্রকাশ কৰি কয়, ‘বাংলাদেশত হিন্দুসকলক নির্মমভাবে হত্যা কৰা হেছে, ঘৰ ভাঙি দিয়া হেছে, ভগ্নী-কন্যাক ধর্ষণ কৰা হৈছে। এনে নৃশংস হত্যাকাণ্ডৰ সাক্ষী হৈ কোনোবাই, বিশেষকৈ নিজকে এটা দলৰ মালিক বুলি কোৱা কোনোবাই কেনেকৈ ইমান হৃদয়হীন হ’ব পাৰে? তেওঁ ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে যে সেই দেশৰ এজন ক্রিকেটাৰক নিজৰ দলত অন্তর্ভুক্ত কৰিব?’ উল্লেখ্য যে ক্রিকেটাৰজনক দিয় ৯.২০ কোটি টকা বাংলাদেশত হত্যা কৰা হিন্দু শিশুৰ পৰিয়ালক দিবলৈও দাবী জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bangladeshi cricketerbcci bannedIPL MatchKKRMustafijur Rahman
publisher

publisher

Related Posts

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

September 25, 2026
মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে

September 16, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

March 30, 2026
T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত
Sports

T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত

March 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d