Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Asian Film Festival :গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

২২ জানুৱাৰীৰ পৰা জ্যোতি চিত্ৰবনত এছীয় চিনেমাৰ বৰ্ণিল সমাহাৰ

publisher by publisher
January 5, 2026
in Assam
Reading Time: 1 min read
0
Guwahati Asian Film Festival :গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Guwahati Asian Film Festival :

প্ৰথম সংস্কৰণৰ উল্লেখনীয় সফলতাৰ পিছত এছীয় চিনেমাৰ এক নতুন সম্ভাৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক মানচিত্ৰ পুনৰবাৰ উজ্বলাই তুলিবলৈ সাজু হৈছে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। আয়োজকসকলে সোমবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত মহোৎসৱৰ বহু প্ৰতীক্ষিত দ্বিতীয় সংস্কৰণৰ ছবিসমূহৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

ADVERTISEMENT

অহা ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত এছীয় চিনেমাৰ এক মেটমৰা সম্ভাৰ প্ৰদৰ্শিত হ’ব। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱৰ উদ্বোধনী চিনেমা হিচাপে প্ৰদৰ্শিত হ’ব শ্বোকিৰ খোলিকভৰ দ্বাৰা পৰিচালিত বহু সমাদৃত উজবেকিস্তানী চলচ্চিত্ৰ ‘চানডে’। অন্যহাতে, আলৰেজা ঘাচেমী আৰু ৰাহা আমিৰফজলীৰ যুটীয়া পৰিচালনাৰে নিৰ্মিত ইৰানী ছবি ‘ইন দ্য লেণ্ড অৱ ব্ৰাডাৰ্ছ’ৰ প্ৰদৰ্শনীৰে এই বৰ্ণিল মহোৎসৱৰ সামৰণি পৰিব।

ইফালে, এইবাৰৰ সংস্কৰণৰ মৰ্যাদা দুগুণ বৃদ্ধি কৰিবলৈ উপস্থিত থাকিব কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰীশ কাছাৰাৱল্লী, যিয়ে মহোৎসৱৰ মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰিব। সামৰণি অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বলীউড আৰু মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী সোণালী কুলকাৰ্ণী।

এছীয়াৰ বৈচিত্ৰ্যময় চিনেমা সংস্কৃতিক প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এই মহোৎসৱে আন্তৰ্জাতিক পৰ্যায়ত এছীয় চিনেমাৰ গুণমুগ্ধসকলৰ বাবে এক শক্তিশালী সাংস্কৃতিক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই মহোৎসৱে চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক, গৱেষক আৰু দৰ্শকক একেখন মঞ্চলৈ অনাৰ লগতে চিনেমাৰ মাধ্যমেৰে এক আন্তঃসাংস্কৃতিক সংযোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।

২০২৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত মহোৎসৱৰ প্ৰথমটো সংস্কৰণত কেইবাখনো এছীয় দেশৰ সক্ৰিয় অংশগ্ৰহণ দেখা পোৱা গৈছিল। চিনেমাৰ অনুৰাগীসকলে বিভিন্ন এছীয় চিনেমাৰ সোৱাদ লোৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচকসকলৰ সৈতে তথ্যসমৃদ্ধ আলোচনা তথা মত বিনিময়ৰ এক বিৰল সুযোগ লাভ কৰিছিল।

এই উপলক্ষে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ সঞ্চালিকা (অবৈতনিক) মনিতা বৰগোহাঁইয়ে কয়, “প্ৰথম সংস্কৰণত চলচ্চিত্ৰ প্ৰেমীসকলৰ পৰা লাভ কৰা অপৰিসীম মৰম আৰু সঁহাৰিয়ে আমাক দ্বিতীয় সংস্কৰণটো অধিক বিস্তৃত ৰূপত পৰিকল্পনা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। এইবাৰৰ চলচ্চিত্ৰ সমাৰোহ অধিক বিস্তৃত ৰূপত এছীয় চিনেমাৰ চহকী বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে অঞ্চলটোৰ বাহিৰৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিব। আমি ২০০ খনতকৈও অধিক ছবিৰ আবেদন লাভ কৰিছোঁ, যাৰ ভিতৰত ৯০খন ছবি ভাৰতৰ বাহিৰৰ পৰআ প্ৰেৰণ কৰা হৈছে।”

গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত ভিয়েটনাম, মঙ্গোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখাস্তান আৰু চীনকে ধৰি ১০খন এচীয় দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই নিৰ্বাচনসমূহৰ সমান্তৰালভাৱে মহোৎসৱত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ চিনেমাও প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে, মাৰাঠী, বজ্জিকা, মালয়ালম, হিন্দী, টুলু, নেপালী আদিৰ লগতে অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা আদি বিভিন্ন ভাষাৰ ছবিৰ প্ৰদৰ্শনীয়ে দেশৰ লগতে উত্তৰ পূৱ ভাৰতৰ অনন্য ভাষিক বৈচিত্ৰ্যক বিশেষভাৱে প্ৰতিফলিত কৰিব।

চাৰিদিনীয়া এই কাৰ্যসূচীত মুঠ ২৬খন ছবি প্ৰদৰ্শন কৰা হ’ব, য’ত আঠখন চলচ্চিত্ৰ ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হ’ব। চিনেমা প্ৰদৰ্শনৰ উপৰিও ভাৰত আৰু এছীয়াৰ অন্যান্য দেশৰ চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক তথা বিশেষজ্ঞসকলৰ নেতৃত্বত মাষ্টাৰক্লাছ, পেনেল আলোচনা আৰু অন্তৰংগ আলোচনাও আয়োজন কৰা হৈছে।

দেশৰ পূৱ প্ৰান্তৰ একমাত্ৰ এছীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জি এ এফ এফ-য়ে উত্তৰ-পূৰ্বাঞ্চললৈ এছীয় চিনেমাৰ সমাহাৰ ঘটাই ভাৰতৰ সাংস্কৃতিক মানচিত্ৰত এক অনন্য স্থান দখল কৰিছে। ইয়াৰ সুনিৰ্দিষ্ট এছীয় পৰিচয় আৰু চিনেমাৰ জৰিয়তে আন্তঃদেশীয় সাংস্কৃতিক আদান-প্ৰদানৰ এক মঞ্চ গঢ়ি তোলাৰ লক্ষ্যই মহোৎসৱখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। লক্ষ্যণীয়ভাৱে, এই মঞ্চই কেৱল চিনেমা প্ৰদৰ্শনেই নহয়, বৰঞ্চ এছীয় দেশসমূহৰ মাজত কলা-সংস্কৃতিৰ এক যোগসূত্ৰ স্থাপনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Asian Film FestivalPressmeetSecond edition
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d